• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

2 years ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

13 minutes ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

28 minutes ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

51 minutes ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

18 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

19 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

20 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

21 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

22 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ

অসমীয়া সাজেৰে সাজিছে ৰামলালা! অসমৰ পৰা কোনে ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ?

editor by editor
May 10, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত
0
অসমীয়া সাজেৰে সাজিছে ৰামলালা! এগৰাকী প্ৰতিষ্ঠিত উদ্যোগীয়ে অসমৰ পৰা ৰামালালালৈ পঠিয়ালে এৰী, মুগাৰ কাপোৰ
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অক্ষয় তৃতীয়া উপলক্ষ্যে অসমৰ মুগা আৰু এৰী কাপোৰেৰে সজাই তোলা হৈছে ৰামলালাক৷ অসমৰ ৰেচমী কাপোৰেৰে সজাই পৰাই তোলা হৈছে ৰামলালাক৷ ৰামলালাৰ ছবি পোহৰলৈ অহাৰ পাছতেই এতিয়া বহুজনৰ মনতেই প্ৰশ্ন এই কাপোৰ কোনে দিলে ৰামলালাক? অসমৰ পৰাই পঠিওৱা হৈছে নেকি এই কাপোৰ?

অসমৰ মুগা আৰু এৰী কাপোৰেৰে মনীষ ত্ৰিপাঠীয়ে ডিজাইন কৰিছে ৰামলালাৰ কাপোৰ৷ বিশেষ দিনটোত ৰামলালাই পৰিধান কৰা এই কাপোৰ তৈয়াৰৰ বাবে মুঠ ত্ৰিপাঠিয়ে সময় লৈছিল ৮৫ দিন৷ এই এৰী আৰু মুগাৰ কাপোৰ অযোধ্যালৈ প্ৰেৰণ কৰিছে ৰিণিকি ভূঞাৰ দ্বাৰা পৰিচালিত, ‘গল্ডেন থ্ৰেড অফ আছামে’৷

‘গল্ডেন থ্ৰেড অফ আছামে’ এই কাপোৰ পঠিওৱাৰ প্ৰধান কাৰণ হৈছে অসমৰ ৰেচমে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰক৷ লগতে সকলোৱে অসম চিল্কৰ সৈতে পৰিচিত হওক৷ এই পোছাক ৰামলালাক এসপ্তাহ পিন্ধাই ৰখা হ’ব৷ এই পোছাকে ভাৰতৰ বস্ত্ৰশিল্পৰ প্ৰচাৰ চলোৱাৰ ওপৰিও অসমৰ শিপিনীক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰোৱাতো সহায় কৰিব৷

অক্ষয় তৃতীয়া উপলক্ষ্যে দেশৰ উপৰাষ্ট্ৰপতি জগদীশ ধনখেড়েও চলিত সপ্তাহতেই ৰামমন্দিৰ দৰ্শন কৰিব৷ এই শুভ সময়ত ৰামলালাই অসম চিল্ক পৰিধান কৰি অসমৰ দৰে প্ৰান্তীয় এখন ৰাজ্যৰ পৰিচয় তুলি ধৰাক লৈ সকলোৱে উৎসাহী হৈ পৰিছে৷ এই পোছাকৰ ওপৰত বৈষ্ণৱী থিম যেনে শংখ, ময়ূৰ, গদা আদি এম্ব্ৰডাৰী কৰি দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

April 16, 2026
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ
জীৱনশৈলী

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

April 16, 2026
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
Next Post
বিজেপি হাৰিব খাটাং, আম্বানী আদানীৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে মোদীয়েঃ ৰাহুল গান্ধী

পৰশুৰামৰূপে অক্ষয় তৃতীয়াতেই জন্ম হৈছিল বিষ্ণুৰ, জানক পৰশুৰামৰ নিজৰ মাতৃ ব*ৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন