• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত ১০ দিন বেংক বন্ধ, জানি থওক ছুটিৰ তালিকা

নৱেম্বৰত ১০ দিন বেংক বন্ধ, জানি থওক ছুটিৰ তালিকা

7 months ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

5 minutes ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

36 minutes ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

10 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

11 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

11 hours ago
ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

ঘৰতেই পাতিছে অবৈধ কাৰ্যকলাপৰ বেহা, মহিলাৰ সৈতে ঘৰতেই ধৰা পৰিল এইগৰাকী TMC নেতা

12 hours ago
১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

১লাখ টকাকৈ ৫টা FD নে ৫ লাখ টকাৰ ১টা FD? ১০ বছৰীয়া বিনিয়োগত কোনটো বেছি লাভজনক?

12 hours ago
এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

এঘণ্টা প্ৰস্ৰাৱ চেপি ৰাখিলে শৰীৰত কি ভয়ংকৰ প্ৰভাৱ পৰে? বিশেষজ্ঞৰ কেইটামান জৰুৰী পৰামৰ্শ

13 hours ago
খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

খাদ্য ৰান্ধিবলৈ যাওঁতে খাদ্য জ্বলি পাত্ৰত লাগি গৈছে? পোৰা গোন্ধ দূৰ কৰাৰ ঘৰুৱা উপায় জানি থওক

13 hours ago
বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

বুধবাৰেই বুধাদিত্য যোগ, ভগৱান গণেশৰ কৃপাত এই ৫ৰাশিৰ শুভ দিন

14 hours ago
২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

২৯ বছৰতেই শেষ হ’ল এক প্ৰতিভা! খাৱৈত উদ্ধাৰ গায়িকাৰ দেহ, প্ৰেমিকেই শেষ কৰিলে নেকি এইগৰাকী জনপ্ৰিয় গায়িকাৰ জীৱন?

14 hours ago
জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

জনতাৰ মনলৈ উভতিছে লকডাউনৰ স্মৃতি, ইন্ধন বচাবলৈ দেশবাসীৰ ওচৰত কেন্দ্ৰই জনাইছে এই ৬টা অনুৰোধ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱেম্বৰত ১০ দিন বেংক বন্ধ, জানি থওক ছুটিৰ তালিকা

নৱেম্বৰত ১০ দিন বেংক বন্ধ, জানি থওক ছুটিৰ তালিকা

editor by editor
October 30, 2025
in জীৱনশৈলী
0
নৱেম্বৰত ১০ দিন বেংক বন্ধ, জানি থওক ছুটিৰ তালিকা
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যদি আপুনি বেংক সম্পৰ্কিত কামৰ বাবে ঘনে ঘনে বেংকৰ শাখালৈ যায় তেতিয়া এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ৷ যদি নৱেম্বৰত আপোনাৰ কোনো গুৰুত্বপূৰ্ণ বেংক সম্পৰ্কিত কাম থাকিলে ছুটিৰ তালিকা আগতীয়াকৈয়ে জানি থওক৷ অক্টোবৰত উৎসৱৰ কাৰণে ছুটিৰ সংখ্যা বেছি আছিল৷ নৱেম্বৰতো অৱশ্যে বহুকেইটা ছুটি আছে৷ আগন্তুক মাহত বেংক ১০ দিন বন্ধ থাকিব৷ এই ছুটিৰ মাজত সমস্ত দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু কিছু ৰাজ্যৰ স্থানীয় ছুটি অন্তৰ্ভুক্ত হৈ আছে৷

বেছিভাগ লেনদেন কোনো বাধা অবিহনেই কৰা সম্ভৱ হ’ব৷ এই ছুটিৰ দিনত ডিজিটেল আৰু অনলাইন বেংকিং পৰিসেৱা সম্পূৰ্ণৰূপে চলি থাকিব৷ আপুনি বেছিভাগ লেনদেন কোনো বাধা অবিহনেই কৰিব পাৰে৷

একনজৰত নৱেম্বৰ মাহৰ বেংক ছুটিৰ তালিকা

১ নৱেম্বৰ শনিবাৰঃ বাংগালুৰুত কন্নড় ৰাজ্যোৎসৱ আৰু ডেৰাডুনত ইগাছ-বাগৱালৰ বাবে বেংক বন্ধ৷

২ নৱেম্বৰ দেওবাৰে দেশব্যাপী বেংক ছুটি৷

৫ নৱেম্বৰ বুধবাৰে গুৰুনানক জয়ন্তী আৰু কাতি পূৰ্ণিমাৰ বাবে বেংক বন্ধ৷

৭ নৱেম্বৰ শুকুৰবাৰে শ্বিলঙৰ ৱাংঙ্গালা উৎসৱৰ বাবে বেংক বন্ধ৷

৮ নৱেম্বৰ শনিবাৰে দ্বিতীয় শনিবাৰ হোৱাৰ বাবে দেশজুৰি বেংক ছুটি৷ বাংগালুৰুত কনকদাস জয়ন্তীৰ বাবে বেংক বন্ধ৷

৯, ১৬, ২৩ আৰু ৩০ নৱেম্বৰ দেওবাৰে দেশব্যাপী দেওবাৰৰ ছুটি৷

২২ নৱেম্বৰ শনিবাৰে চতুৰ্থ শনিবাৰে বেংক বন্ধ৷

১০ দিন বেংক বন্ধ থাকিব

নৱেম্বৰ মাহত বেংকসমূহ মুঠ ১০ দিন বন্ধ থাকিব৷ যদি আপোনাৰ চেক জমা দিয়ে পাছবুক আপডেট কৰা বা নগদ জমা দিয়াৰ দৰে কামসমূহ থাকিলে আপুনি বেংকিং ডেত এইসমূহ কৰিব পাৰে৷ ছুটিৰ দিনা বেংক শাখাসমূহ বন্ধ থাকিব৷ আপুনি ডিজিটেল বেংকিং, মোবাইল এপ আৰু এটিএম ব্যৱহাৰ কৰিব পাৰে৷ যদি ঋণৰ কিস্তি, আৰ ডি বা বিনিয়োগৰ ম্যাদপূৰ্তিৰ দৰে কোনো গুৰুত্বপূৰ্ণ লেনদেন ছুটিৰ দিনত পৰে তেতিয়া এই কাম পৰবৰ্তী কৰ্মদিৱসত কৰিব পাৰিব৷

পূৰ্বৰে পৰা পৰিকল্পনা কৰক

ছুটিৰ দিনসমূহত এক বা দুদিন পূৰ্বে প্ৰয়োজনীয় লেনদেন সম্পন্ন কৰা ভাল যাতে বিলম্ব নহয়৷ ডিজিটেল বেংকিঙে আপোনাক আপোনাৰ ঘৰত বহিয়েই ধন ট্ৰেন্সফাৰ কৰা আৰু বিল পৰিশোধ কৰাত সহায় কৰে৷ আপুনি যদি বাংগালুৰু, ডেৰাডুন বা শ্বিলঙত থাকে তেন্তে স্থানীয় ছুটিৰ তালিকা অৱশ্যেই চাই লওক৷ কাৰণ এই চহৰসমূহত অতিৰিক্ত ছুটি থাকিব৷ অন্যসকলৰ বাবে প্ৰধান ছুটিৰ দিন হৈছে দেওবাৰ আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

May 20, 2026
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে
জীৱনশৈলী

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

May 19, 2026
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা
জীৱনশৈলী

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

May 19, 2026
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?
জীৱনশৈলী

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

May 19, 2026
Next Post
জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী

Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.