• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ গ্ৰহৰ ৰাশি পৰিৱর্তন, কোন ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুফল?

বুধ গ্ৰহৰ ৰাশি পৰিৱর্তন, কোন ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুফল?

5 years ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

1 hour ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

4 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

13 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

16 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

17 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বুধ গ্ৰহৰ ৰাশি পৰিৱর্তন, কোন ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুফল?

editor by editor
May 27, 2021
in বিজ্ঞান, বিবিধ, বিশ্ব
0
বুধ গ্ৰহৰ ৰাশি পৰিৱর্তন, কোন ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুফল?
0
SHARES
62.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজিৰে পৰা বুধ গ্ৰহই ৰাশি পৰিৱর্তন কৰিব। জ্যোতিষ শাস্ত্ৰত মহত্বপূর্ণ আৰু বুদ্ধিমানৰ গ্ৰহ বুলি জনা যায়। কোৱা হয় যে কুণ্ডলীত বুধ গ্ৰহ থকা ব্যক্তি প্ৰচুৰ বলবান আৰু জীৱন সুখেৰে ভৰি পৰে। এই বুধ গ্ৰহই আজি পৰিৱর্তন কৰিলে ৰাশিৰ। এতিয়া বুধ গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰিছে। যাৰ বাবে ৰাশিচক্ৰত ইয়াৰ প্ৰভাৱ পৰিব এনেদৰে-

১. মেঘঃ বুধৰ ৰাশি পৰিৱর্তন হোৱাৰ বাবে মেঘ ৰাশিৰ জাতক-জাতিকাই কর্মক্ষেত্ৰত সফলতা লাভ কৰিব। মাত্ৰ প্ৰয়োজন হ’ব প্ৰচেষ্টাৰ। ব্যৱসায়ৰ ক্ষেত্ৰতো সফলতা লাভ কৰিব। পিছে যাত্ৰাৰ সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিব।

২. বৃষঃ এই ৰাশিৰ জাতক-জাতিকাৰ আর্থিক লাভ হোৱাৰ সম্ভাৱনা আছে। অযথা খৰচৰ পৰা বাচি থাকক আৰু কাকো টকা ধাৰলৈ নিদিব। স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব।

৩. মিথুনঃ মিথুন ৰাশিৰ বাবে খুবেই শুভ বুধৰ ৰাশি পৰিৱর্তন। চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত সফলতা লাভ কৰিব এই ৰাশিৰ জাতক-জাতিকাই।

৪. কর্কটঃ কর্কট ৰাশিৰ জাতক-জাতিকাই এই সময়ছোৱাত সচেতন হৈ থকাৰ প্ৰয়োজন। প্ৰচুৰ ধনহানিৰ সম্ভাৱনাই দেখা দিছে। লগতে কোনো ব্যক্তিক টকা ধাৰ দিয়াৰ পৰা আঁতৰত থাকক। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো অশুভ।

৫. সিংহঃ এই ৰাশিৰ লোকসকলে নিজৰ পাৰিবাৰীক সম্বন্ধৰ ওপৰত গুৰুত্ব দিয়ক। লগতে স্বাস্থ্য সম্পর্কে সচেতন হোৱা উচিত।

৬. কন্যাঃ কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ বুধৰ ৰাশি পৰিৱর্তন। এই ৰাশিৰ জাতক-জাতিকাৰ কেৰিয়াৰত সুফল লাভ কৰিব। আর্থিক ক্ষেত্ৰতো শুভ। ধন লাভ কৰাৰ সুযোগ দেখা পোৱা যায়।

৭. তুলাঃ তুলা ৰাশিৰ জাতক-জাতিকাই এই সময়ছোৱাত সতর্ক হৈ থকাৰ প্ৰয়োজন। বাদ-বিবাদৰ পৰা যিমান পাৰি আঁতৰত থাকিব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত শুভ।

৮. বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাৰ বাবে অতিকৈ শুভ বুধৰ ৰাশি পৰিৱর্তন। এই ৰাশিৰ জাতক-জাতিকাৰ আর্থিক লাভৰ যোগ আছে। নতুন কামত হাত দিলেও কৃতকার্যতা লাভ কৰিব।

৯. ধনুঃ এই ৰাশিৰ জাতক-জাতিকাৰ ভাগ্যোদয় হ’ব এই সময়ছোৱাত। কেৰিয়াৰত লাভ কৰিব সফলতা। কর্মক্ষেত্ৰতো সফলতাই দেখা দিব।

১০. মকৰঃ মকৰ ৰাশিৰ জাতক-জাতিকাই চাকৰিত সফলতা লাভ কৰিব। আর্থিক ক্ষেত্ৰতো লাভ কৰিব সফলতা। ব্যৱসায়ৰ ক্ষেত্ৰতো শুভ। দাম্পত্য জীৱনতো শুভ ফল দেখা যায়।

১১. কুম্ভঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাই ধনহানি হোৱাৰ সম্ভাৱনাই দেখা দিছে। ধন খৰচ কৰাৰ সময়তো সাৱধান হওক। লেন-দেনৰ সময়ছোৱাত সতর্ক হওক। অৱশ্যে প্ৰেমত শুভ। পিছে স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰক।

১২. মীনঃ এই ৰাশিৰ জাতক-জাতিকাই চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত শুধৰণি আহিব। প্ৰয়োজনীয় বস্তু ক্ৰয় কৰিব পাৰিব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত চকু দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24grahahoroscopemercuryrashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ
জীৱনশৈলী

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

September 26, 2026
Next Post
৩টা শিহৰণকাৰী ধৰ্ষণ কাণ্ড

৩টা শিহৰণকাৰী ধৰ্ষণ কাণ্ড

এটা ট্ৰাংক, এটা মৃতদেহ আৰু তেজেৰে তুমৰলি এজন যুৱক!

এটা ট্ৰাংক, এটা মৃতদেহ আৰু তেজেৰে তুমৰলি এজন যুৱক!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.