• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

4 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

6 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

7 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

7 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

7 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

8 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

9 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

9 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

10 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

10 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

11 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’

editor by editor
April 22, 2022 - Updated on April 23, 2022
in অপৰাধ, বিশ্ব
0
উৰন্ত বিমানতে সহযাত্ৰীক প্ৰহাৰ কৰিলে কিংবদন্তী বক্সাৰ মাইক টাইচনে, চাওক ভিডিঅ’
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ বিতৰ্কিত কাণ্ড সংঘটিত কৰিছে বিশ্বৰ কিংবদন্তী বক্সাৰ মাইক টাইচনে৷ বিশ্বৰ প্ৰাক্তন হেভীৱেইট চেম্পিয়ন বক্সাৰ মাইক টাইচনে এইবাৰ উৰন্ত বিমানৰ ভিতৰতে সহযাত্ৰীক আক্ৰমণ কৰিছে৷

ইতিমধ্যে এই আক্ৰমণৰ ঘটনাৰ সমস্ত ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ ঘটনাটো ছান ফ্ৰান্সিক’ৰ পৰা ফ্ল’ৰিডাৰ অভিমুখে গৈ থকা এখন উৰন্ত বিমানত সংঘটিত হয়৷

প্ৰকাশিত বাতৰি মতে একেখন বিমানতে গৈ থকা সুৰামত্ত সহযাত্ৰীগৰাকীয়ে মাইক টাইচনক বিভিন্ন কথাৰে উচতাবলৈ চেষ্টা কৰিছিল৷

লগতে পঢ়ক লতাশিলৰ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাৰ বাসগৃহত নিশা ঘটিল অঘটন

ইফালে ভাইৰেল হোৱা ভিডিঅ’টোত সহযাত্ৰীজনে মাইক টাইচনক পিছফালৰ পৰা বিভিন্ন ধৰণৰ অসংলগ্ন কথাৰে ব্যতিব্যস্ত কৰি থকা দেখা গৈছে৷ ৫৫ বছৰীয়া প্ৰাক্তন বিশ্ব চেম্পিয়ন বক্সাৰজনে সহযাত্ৰীগৰাকীৰ এই আচৰণত অতিষ্ঠ হৈ পিছফালে ঘূৰি মুখত কে’বাটাও ঘোচা মাৰে৷ অৱশ্যে অন্যান্য সহযাত্ৰীসকলে মাইক টাইচনৰ আক্ৰমণৰ পৰা যাত্ৰীগৰাকীক উদ্ধাৰ কৰে৷

Imagine being dumb enough to provoke Mike Tyson in the close proximity of a plane during a 3 hour flight😂😭🤦🏽‍♂️ pic.twitter.com/T3IBuB7lor

— 🛸🐐Ziggy B🐐🛸 (@therealziggyb23) April 21, 2022

ভিডিঅ’টোত টাইচনৰ এই অতৰ্কিত আক্ৰমণত যাত্ৰীগৰাকীৰ মুখমণ্ডলত সামান্য তেজ ওলোৱা দেখা গৈছে৷

লগতে পঢ়ক গ্ৰীষ্ম কালত কি কি আহাৰ খাব? চাওক গ্ৰীষ্মকালীন আহাৰৰ ৰুটিন…

‘‘হঠাতে মিষ্টাৰ টাইচনে সহযাত্ৰীগৰাকীক আক্ৰমণ কৰে, যাত্ৰীগৰাকীয়ে তেওঁলৈ বটল দলিওৱাৰ লগতে বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল৷’’ দ্য এছ’চিয়েট প্ৰেছ-এ কয়৷

ইফালে ঘটনাটো সন্দৰ্ভত আৰক্ষীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে কয় যে বিমানখন অৱতৰণ কৰাৰ পিছতে আৰক্ষীয়ে তাত উপস্থিত হৈ ঘটনাত জড়িত দুয়োপক্ষে আটক কৰি ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ ইফালে সামান্য আঘাত লাভ কৰা লোকজনক চিকিৎসা প্ৰদান কৰা হয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza kahabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBoxer Mike TysonBoxing Legend Mike Tyson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
Next Post
গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!

গ্ৰেপ্তাৰ হ’ব ৰাখী সাৱন্ত! বহুবল্কীতাৰে মাতি আনিছে নিজৰ বিপদ!

‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

‘চুপ থাকক,’ পুত্ৰ হেৰুওৱা মাতৃক আঙুলি দেখুওৱাই দুৰ্ব্যৱহাৰ জিলা দণ্ডাধীশৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.