• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?

প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?

4 years ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

20 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

21 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

22 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

24 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?

editor by editor
June 11, 2022
in চিনেমা, বিশ্ব, সংগীত
0
প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ জনপ্ৰিয় পপ গায়িকা ব্ৰিটেনী স্পিয়াৰ্ছে যোৱা বৃহস্পতিবাৰে প্ৰেমিক ছেম আছঘৰীৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয়। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত ব্ৰিটেনীয়ে গোপন বিয়াখন আয়োজন কৰিছিল যদিও তেওঁৰ প্ৰাক্তন স্বামী জেছন আলেকজেণ্ডাৰে বলপূৰ্বকভাৱে বিয়াত উপস্থিত হয়৷ কেৱল এয়াই নহয়, জেছন আলেকজেণ্ডাৰে ব্ৰিটেনীৰ বিয়াত এক হুলস্থুলীয়াৰ পৰিৱেশৰ সূচনা কৰে।

খবৰ অনুসৰি, ব্ৰিটেনীৰ বিয়াত হুলস্থুলৰ সৃষ্টি কৰা প্ৰাক্তন স্বামী জেছন আলেকজেণ্ডাৰক আৰক্ষীয়ে পিছত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

প্ৰকাশিত বাতৰিৰ মতে ব্ৰিটেনীৰ বিয়াৰ কেইঘণ্টামান আগতে জেছনে প্ৰাক্তন পত্নীগৰাকীৰ কেলিফৰ্ণিয়াৰ ঘৰত প্ৰৱেশ কৰিছিল।

লগতে পঢ়ক দুঃচিন্তা অন্ত পৰিব নেকি গাঞ্জাপায়ীৰ! বৈধ কৰা হ’ল ভাং খেতি

ইফালে জেছনে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত লাইভ আহি নিৰাপত্তাৰক্ষীসকলক কোৱা দেখা গৈছে যে ব্ৰিটনীয়ে তেওঁক নিজৰ বিয়ালৈ মাতিছে। কিন্তু, চকীদাৰে তেওঁক বিবাহৰ স্থানত প্ৰৱেশত বাধা দিয়ে। নিৰাপত্তাৰক্ষীসকলে জেছনক ভিতৰলৈ যাবলৈ নিদিয়াত বলপূৰ্বকভাৱে ব্ৰিটেনীৰ বিবাহ অনুষ্ঠানলৈ সোমাই যোৱাৰ ভাবুকি দিয়ে।

খবৰ অনুসৰি জেছন আলেকজেণ্ডাৰৰ নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয়। জেচনে চিঞৰি চিঞৰি কয়, ‘‘ব্ৰিটেনী মোৰ প্ৰথম পত্নী। মই তাইৰ প্ৰথম স্বামী। মই তাইৰ বিয়াৰ বাবে ইয়ালৈ আহিছো।’’

উল্লেখ্য যে ব্ৰিটনীয়ে তৃতীয়বাৰৰ বাবে ছেমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। ইয়াৰ আগতে তেওঁ দুবাৰ বিয়া হৈছিল। ২০০৪ চনত ব্ৰিটেনীয়ে শৈশৱৰ বন্ধু জেছন আলেকজেণ্ডাৰক বিয়া কৰায়। কিন্তু, ব্ৰিটনীয়ে ৫৫ ঘণ্টাৰ পিছতই এই বিবাহ ভংগ কৰিছিল।

লগতে পঢ়ক বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!

ইয়াৰ পিছত ব্ৰিটনীয়ে ৰেপাৰ কেভিন ফেডাৰলাইনৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ শ্বেন প্ৰেষ্টন (১৬) আৰু জেডেন জেমছ (১৫) নামৰ দুটা সন্তানো আছে। ব্ৰিটেনীৰ এই বিবাহো বেছি দিন নিটিকিল আৰু ২০০৭ চনত কেভিনৰ সৈতে বিবাহ বিচ্ছেদ কৰে।

এই বিচ্ছেদৰ পিছতে যোৱা ৬ বছৰ ধৰি ব্ৰিটনী স্পিয়াৰ্ছে ছেম আছঘৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেনী আৰু ছেমৰ এংগেজমেণ্ট হৈছিল।

উল্লেখ্য যে ব্ৰিটানি-ছেমৰ বয়সৰ ব্যৱধান ১২ বছৰ৷ অৰ্থাৎ ছেম ব্ৰিটেনীতকৈ ১২ বছৰে সৰু৷ বৰ্তমান ব্ৰিটেনীৰ বয়স ৪০ বছৰ আৰু তেওঁৰ ছেমৰ বয়স ২৮ বছৰ।

২০১৬ চনত ‘স্লাম্বাৰ পাৰ্টি’ৰ মিউজিক ভিডিঅ’ৰ চেটত ব্ৰিটানি আৰু ছেমৰ প্ৰথম সাক্ষাৎ হৈছিল। এই সাক্ষাতৰ পিছত দুয়োৰে বন্ধুত্ব হৈছিল আৰু তাৰ পিছত সম্পৰ্কলৈ আহিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambritney spears weddingHollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
এণ্টাৰ্কটিকাৰ সমুদ্ৰ জলাধাৰে সলনি কৰিছে সোঁত! ওলোটাফালে গতি কৰিছে সোঁতে! বাঢ়িছে পানীত নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
বিবিধ

এণ্টাৰ্কটিকাৰ সমুদ্ৰ জলাধাৰে সলনি কৰিছে সোঁত! ওলোটাফালে গতি কৰিছে সোঁতে! বাঢ়িছে পানীত নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

February 2, 2026
Next Post
পিৰিয়ডৰ সময়ত পেড ব্যৱহাৰ কৰি চৰ্মৰোগ হৈছে নেকি? ঘৰুৱা উপায়েৰে তৎক্ষণাত সকাহ পাওক

পিৰিয়ডৰ সময়ত পেড ব্যৱহাৰ কৰি চৰ্মৰোগ হৈছে নেকি? ঘৰুৱা উপায়েৰে তৎক্ষণাত সকাহ পাওক

যোগাসনত কি কৰিব আৰু কি নকৰিব? জানিবলৈ চাওক…

যোগাসনত কি কৰিব আৰু কি নকৰিব? জানিবলৈ চাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.