• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

4 years ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

13 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

1 hour ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

1 hour ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

2 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

4 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

5 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

6 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

editor by editor
July 27, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো বিবাহিত দম্পতীয়ে সন্তান জন্ম দিয়াৰ দুৰ্বাৰ হাবিয়াস থাকে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান দম্পতীয়ে নিজ ঔৰস আৰু গৰ্ভৰ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ বঞ্চিত হ’বলগীয়া হয়৷

বিশেষকৈ কিছুসংখ্যক নাৰী আৰু কিছুমানে পুৰুষৰ প্ৰজনন ক্ষমতা নথকাৰ বাবেই মাতৃ-পিতৃ হোৱাৰ পৰা বঞ্চিত হৈ পৰে৷ ইয়াৰে কিছুসংখ্যকে জন্মগতভাৱে আৰু কিছুৱে অন্যান্য কাৰকৰ বাবে এনে সমস্যাৰ সন্মুখীন হয়৷

সাধাৰণতে বয়সত বিয়া হোৱা, অনিয়মীয়া খাদ্যাভ্যাস আৰু মানসিক চাপ আদিয়ে অৰ্থাৎ আধুনিক জীৱন চৰ্যাই প্ৰায়ে সন্তান জন্মৰ বাটত বাধাৰ সৃষ্টি কৰে। পুৰুষ-মহিলা উভয়ৰে সন্তানহীনতাৰ আঁৰত বৰ্তমানৰ জীৱনশৈলীকে বিশেষজ্ঞসকলে দাবী কৰে।

লগতে পঢ়ক দুগৰাকী পত্নী, ৬ টাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নিজ কন্যা

এটা সময়ত নানান অন্ধবিশ্বাসৰ বাবে বন্ধ্যাত্বৰ বাবে কেৱল নাৰীকহে দায়ী কৰা হৈছিল। কিন্তু আধুনিক গৱেষণা আৰু বিজ্ঞানে দেখুৱাইছে যে কেৱল মহিলাই নহয়, পুৰুষৰো এই সমস্যা আছে।

বিভিন্ন গৱেষণাৰ মতে ডায়েবেটিছ আৰু মেদবহুলতা বন্ধ্যাত্বৰ মূল কাৰকসমূহৰ ভিতৰত অন্যতম।

বিশেষজ্ঞসকলে কয় যে মহিলাৰ মেদবহুলতা আৰু ডায়েবেটিছৰ ফলত অনিয়মিত মাহেকীয়া আৰু অকাল ৰজোনিবৃত্তি হ’ব পাৰে। তদুপৰি ডায়েবেটিছ হ’লে গৰ্ভপাত, অকালতে প্ৰসৱ আৰু বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি পায়।

লগতে পঢ়ক আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

বহু মহিলাই এতিয়া মেদবহুলতাৰ বাবে পলিচিষ্টিক অভেৰিয়ান চিনড্ৰমত ভুগিছে। এই ৰোগত আক্ৰান্ত হ’লে শৰীৰত হৰম’নৰ ভাৰসাম্যতা বিঘ্নিত হয়। ইয়াৰ ফলত বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি পায়।

পুৰুষৰ ক্ষেত্ৰতো ডায়েবেটিছ আৰু মেদবহুলতাই যৌনতাত বিশেষ প্ৰভাৱ পেলায়। এই দুই সমস্যাই ইৰেক্টিল ডিছঅৰ্ডাৰৰ দৰে ৰোগ সৃষ্টি কৰে। শৰীৰত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ’লে বা ওজন বৃদ্ধি হ’লে পুৰুষৰ যৌন ইচ্ছাও কমি যায়।

ডায়েবেটিছ ৰোগীৰ শুক্ৰাণুৰ গুণাগুণ হ্ৰাস পোৱাৰ ফলত বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও যদি মেদবহুলতা বেছি হয়, তেন্তে পুৰুষৰ শৰীৰত টেষ্টষ্টেৰন হৰম’নৰ ভাৰসাম্যতা বিঘ্নিত হয়, ইয়াৰ প্ৰভাৱ তেওঁলোকৰ যৌন জীৱনতো পৰে।

লগতে পঢ়ক লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

গতিকে যদি এহাল দম্পতীয়ে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰে তেন্তে মহিলা আৰু পুৰুষ দুয়োজনেই তেওঁলোকৰ ওজনৰ বিষয়ে সচেতন হ’ব লাগে। অত্যধিক কম বা বেছি ওজন, দুয়োটা উৰ্বৰতাৰ বাবে ডাঙৰ সমস্যা।

উচ্চতা অনুসৰি ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। প্ৰয়োজন হ’লে পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ, খাদ্যাভ্যাস আৰু ব্যায়াম মানি চলিব লাগে। ইয়াৰ উপৰিও তেজত শৰ্কৰাৰ মাত্ৰাও নিয়ন্ত্ৰণত ৰাখিব লাগে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamFemale FertilityFertilityMale Fertility
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা
জীৱনশৈলী

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য
জীৱনশৈলী

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

April 14, 2026
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?
জীৱনশৈলী

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

April 14, 2026
Next Post
ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

ৰণবীৰৰ পিছত এইবাৰ বিখ্যাত দম্পতী! ভাইৰেল হ’ল দম্পতীৰ নগ্ন ফ’টো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.