লাকুৱাৰ অপহৰণ কাণ্ডৰ আঁৰত কোন? অপহৰণ কাণ্ডক লৈ তৎপৰ অসম আৰক্ষী। আৰক্ষীয়ে আটক কৰিছে ৯ জনকৈ সন্দেহজনক লোকক।
Read moreলোভেই পাপ, পাপেই মৃত্যু। চোৰে উদ্ভাৱন কৰিছে চুৰি কৰাৰ নতুন কৌশল। দিন-দুপৰতে চোৰে কিদৰে লুটে?
Read moreউন্মুক্ত কাজিৰঙাৰ নিৰাপত্তাৰ ফোপোঁলা স্বৰূপ। ৪ দিন পূর্বেই গঁড় হত্যা কাজিৰঙাত। ৩ দিনে গমেই নাপালে উদ্যান কর্তৃপক্ষই। সংবাদ মাধ্যমৰ পৰা...
Read more৩ জনকৈ অসমীয়া কৰ্মচাৰীৰ অপহৰণত কান্দোনৰ ৰোল। ongcৰ ৩ কৰ্মচাৰীক অপহৰণ কৰিলে কোনে?
Read moreগুৱাহাটীৰ মাজমজিয়াত সন্ধানহীন হোৱা নেহা কুমাৰীৰ উলংগ মৃতদেহ উদ্ধাৰ হ’ল বশিষ্ঠৰ এখন পিতনিত। অথচ এসপ্তাহৰ পাছতো সন্ধান নাই ঘাতকৰ। কি...
Read moreৰঙিয়াৰ পীতাম্বৰ আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অবাধ লুণ্ঠনৰ অভিযোগ। শিক্ষার্থীক লুণ্ঠনৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰী বীণাপাণি দাসৰ বিৰুদ্ধে।
Read more‘হাম হাস্পতাল’ত মানৱ অংগৰ ব্যৱসায়! অভিযোগক প্ৰত্যাহ্বান হাস্পতাল কৰ্তৃপক্ষৰ।
Read moreকাজিৰঙাত মাছ ধৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।
Read moreনামৰূপ দিল্লীঘাটত বনজ সম্পদৰ ব্যাপক লুণ্ঠন। দিনে-নিশাই অবৈধভাৱে শিল খনন। অসাধু ব্যৱসায়ীয়ে ১৫ খন jcbৰে চলাইছে ধ্বংসযজ্ঞ। ৰহস্যজনকভাৱে নীৰৱ বন...
Read moreবাৰাণ্ডাত বহি কান্দি আছিল ৪ বছৰীয়া কন্যা। ভিতৰত পৰি ৰৈছিল পিতৃ-মাতৃৰ নিথৰ দেহ। তাৰ পাছত? গাৰ নোম শিয়ৰাই তোলা এক...
Read more[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.