জীৱনশৈলী

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

বজৰংবলী হৈছে শ্ৰীৰামচন্দ্ৰৰ শ্ৰেষ্ঠ ভক্ত৷ তেওঁ পুৰাণত বৰ্ণিত সপ্ত চিৰঞ্জীৱীৰ ভিতৰত অন্যতম৷ ৰামৰ আশীৰ্বাদত অমৰত্ব লাভ কৰিছিল বজৰংবলীয়ে৷ কলিযুগত তেওঁকেই...

Read more

১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

পিতৃ-মাতৃ বা কোনো অভিভাৱকৰ তত্ত্বাবধানৰ প্ৰয়োজন নাই৷ এতিয়াৰে পৰা ১০ বছৰতকৈ বেছি বয়সীয়া নাবালক-নাবালিকাই নিজেই স্বাধীনভাৱে সঞ্চয় বা ম্যাদি আমানত...

Read more

জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহৰেই নিজৰ নিজৰ অৱস্থান অনুসৰি বহু ৰাশিৰ জাতক জাতিকাই জীৱনত নানান প্ৰভাৱ পৰে৷ বুধ হৈছে বাণী,...

Read more

মাহিলী ২০ হাজাৰ টকা EMI দিব পাৰিব? এই EMIত HDFC বেংকে কিমান টকাৰ ঋণ দিব আপোনাক?

এখন সপোনৰ ঘৰ তৈয়াৰ কৰা কিংবা সপোনৰ ঘৰ ক্ৰয় কৰাৰ বাবে মধ্যবিত্ত মানুহে হোম লোন বা গৃহ ঋণৰ ওপৰতেই ভৰসা...

Read more

মে মাহতেই বাম্পাৰ লাভ! ৫ৰাশিৰ বৃহস্পতি তুংগত, আহিছে গোল্ডেন টাইম, ধন সম্পদৰ বৃষ্টি হ’ব কাৰ কাৰ?

দেৱগুৰু বৃহস্পতিৰ ৰাশি পৰিবৰ্তন জ্যোতিষশাস্ত্ৰত এক গুৰুত্বপূৰ্ণ ঘটনা৷ বৃহস্পতিক ধন, পূজা, জ্ঞান, ধৰ্ম আৰু বিবাহৰ কাৰক বুলি কোৱা হয়৷ বৃহস্পতিৰ...

Read more

সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ

নাগৰিক অধিকাৰ, আদালতৰ শক্তি আৰু ধাৰাবাহিক বিতৰ্কৰ কেন্দ্ৰ সংবিধানৰ ১৪২ ধাৰা৷ ভাৰতৰ সংবিধান কেৱল এখন আইনগত নথি নহয়, এয়া দেশৰ...

Read more

হাৰ্ট এটেকৰ এমাহ পূৰ্বে শৰীৰত ফুটি উঠে এই ৩লক্ষণ, অৱহেলা কৰিলেই পৰিণতি মৰ্মান্তিক হয়, গৱেষণাই কি কৈছে?

হাৰ্ট এটেক এটা মেডিকেল ইমাৰ্জেন্সি৷ হাৰ্ট এটেক মানেই হঠাৎ হৃদপিণ্ডত তেজৰ সৰবৰাহ বন্ধ হৈ যোৱা৷ প্ৰতিবছৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰায় ৮০৫,০০০...

Read more

মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

কাইলৈ ২২ এপ্ৰিল ২০২৫ মঙলবাৰে চন্দ্ৰই মকৰ ৰাশি এৰি কুম্ভ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ব’হাগৰ কৃষ্ণা নৱমী...

Read more

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

যিকোনো গ্ৰহৰ ৰাশি পৰিবৰ্তন জ্যোতিষশাস্ত্ৰত গোচৰ নামেৰে অভিহিত৷ কাৰোবাৰ বাবে শুভ আৰু কাৰোবাৰ বাবে অশুভ ফল দিয়ে ৰাশি পৰিবৰ্তনে৷ এইবাৰ...

Read more

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

এতিয়াৰে পৰা কাৰাগাৰৰ ভিতৰতেই স্ত্ৰীৰ সৈতে স্বামীয়ে শাৰীৰিক মিলনৰ সুবিধা পাব৷ কাৰাগাৰৰ সমূহ বন্দীয়েই এই সুযোগ লাভ কৰিব৷ শুকুৰবাৰে তেনে...

Read more
Page 337 of 900 1 336 337 338 900

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]