বিবিধ

হিজাব বিতৰ্কক লৈ ইছলামাবাদত প্ৰতিক্ৰিয়া, ভাৰতীয় কূটনীতিবিদলৈ চমন জাৰি পাকিস্তানৰ

ভাৰতত অব্যাহত থকা হিজাব বিতৰ্কক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানে৷ ভাৰতীয় কূটনীতিবিদলৈ চমন জাৰি কৰিছে পাকিস্তানে৷ শিক্ষানুষ্ঠানত হিজাব পৰিধানত...

Read more

ৰিয়েল লাইফৰ হিৰ’ অভিনেতা ছনু চুদ; ত্ৰাণকৰ্তাৰ ৰূপত প্ৰতিমুহুৰ্তত আৰ্তজনৰ কাষত ছনু চুদ

ৰিয়েল লাইফৰ হিৰ’ত পৰিণত অভিনেতা ছনু চুদ৷ মহানুভৱতাৰে পুনৰ জীৱন দান এগৰাকী যুৱকক৷ দুৰ্ঘটনাগ্ৰস্ত এজন যুৱকক কান্ধত তুলি চিকিৎসালয়লৈ নিয়াৰ...

Read more

ঘৰত ৰাখক এই কেইটা সামগ্ৰী… নিশ্চিতভাৱে দূৰ হ’ব মা লক্ষ্মীৰ কোপদৃষ্টি

বাস্তু নিয়ম মানি ঘৰ এখন সজালে সোনকালেই ঘৰখন সুখ-সমৃদ্ধিৰে ভৰি পৰে৷ আপোনাৰ ঘৰত থকা কিছুমান বস্তুৱে ঘৰখনৰ বাস্তু দোষ খণ্ডায়৷...

Read more

৩ দিনৰ বাবে বন্ধ থাকিব সকলো স্কুল-কলেজ, দেশজুৰি হিজাব বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ টুইট

হিজাব বিতৰ্কৰ মাজতে ৩ দিনৰ বাবে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰ্ণাটকত৷ মুখ্যমন্ত্ৰী বাচাৱাৰাজ এচ বুম্মাইয়ে টুইটযোগে ঘোষণা কৰিছে এই কথা৷...

Read more

‘ভেলেণ্টাইন ডে’ত প্ৰেমাস্পদক কি কি উপহাৰ দিব?

আৰু মাত্ৰ কেইটামান দিনৰ পিছতে আহি পাব ভেলেণ্টাইন ডে৷ এই ভেলেণ্টাইন ডে’ৰ উপলক্ষ্যে প্ৰেমিক-প্ৰেমিকাসকলে পৰস্পৰে পৰস্পৰক কি কি উপহাৰ দিব...

Read more

‘ঋতুস্ৰাৱক অপবিত্ৰ বুলি কোৱা সকলো মানুহেই অপবিত্ৰ!’ এইদৰে কোনে ক’লে?

যদি ঋতুস্ৰাৱৰ তেজ অপবিত্ৰ আৰু অশুদ্ধ বুলি মনা হয়, তেন্তে মানুহ পবিত্ৰ বুলি দাবী কৰাৰ পৰা বহু দূৰত৷ সজ্জন যাদৱৰ...

Read more

সমস্যাত ‘মেটা’; বন্ধ হ’ব ফে’চবুক আৰু ইনষ্টাগ্ৰাম!

বন্ধ হোৱাৰ সম্ভাৱনা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফে’চবুক আৰু ইনষ্টাগ্ৰাম৷ সমস্যাৰ সন্মুখীন হৈছে মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’৷ মেটাই নিজৰ বাৰ্ষিক প্ৰতিবেদনত উল্লেখ...

Read more

প্ৰাক্তন প্ৰেমিক চলমানৰ সৈতেহে বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ কেটৰিনাৰ!

অলপতে অভিনেতা বিকি কৌশলৰ সৈতে বিবাহত আৱদ্ধ হ’লেও বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ৰ সময়ত প্ৰাক্তন প্ৰেমিক চলমান খানৰ সৈতে সময়...

Read more

সন্তান জন্ম দিবৰ বাবেও চৰকাৰে দিয়ে বোনাচ, এটি সন্তানৰ বিনিময়ত ১১.৫০ লাখকৈ টকা পিতৃ-মাতৃলৈ

বি cশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ চীন এতিয়া বুঢ়া হৈছে৷ বয়স্ক লোকৰ তুলনাত চিন্তনীয়ভাৱে হ্ৰাস পাইছে যুৱপ্ৰজন্মৰ সংখ্যা৷ সেয়েহে চীনত সলনি...

Read more
Page 788 of 848 1 787 788 789 848

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]