• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ পাছত সংসদত কংগনা-চিৰাগ, ‘মই কংগনাকে সংসদত বিচাৰি আছিলো’, বিশেষ বন্ধুত্বৰ ইংগিত !

বলীউডৰ পাছত সংসদত কংগনা-চিৰাগ, ‘মই কংগনাকে সংসদত বিচাৰি আছিলো’, বিশেষ বন্ধুত্বৰ ইংগিত !

2 years ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

28 minutes ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

51 minutes ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

2 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

3 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

3 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

4 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

5 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

8 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

8 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

9 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বলীউডৰ পাছত সংসদত কংগনা-চিৰাগ, ‘মই কংগনাকে সংসদত বিচাৰি আছিলো’, বিশেষ বন্ধুত্বৰ ইংগিত !

editor by editor
July 18, 2024
in Uncategorized
0
বলীউডৰ পাছত সংসদত কংগনা-চিৰাগ, ‘মই কংগনাকে সংসদত বিচাৰি আছিলো’, বিশেষ বন্ধুত্বৰ ইংগিত !
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ পাছত সংসদত কংগনা-চিৰাগ, ‘মই কংগনাকে সংসদত বিচাৰি আছিলো’, বিশেষ বন্ধুত্বৰ ইংগিত !

বলীউডত একেলগে এখন ছবিৰেই খোজ পেলোৱা দুই অভিনেতা-অভিনেত্ৰী । অভিনেতাই সেই এখন ছবি কৰিয়েই বিদায় জনালে। আনহাতে অভিনেত্ৰীগৰাকীয়ে বলীউডক দি গল কেইবাখনো হিট ছবি, যি বৰ্তমানে বলীউড কুইন নামে জনাজাত। হয় ইয়াত কংগনা আৰু চিৰাগ পাছৱানৰে কথা কোৱা হৈছে।

অভিনয় এৰি বহু বছৰ পূৰ্বেই ৰাজনীতিত প্ৰৱেশ কৰা চিৰাগৰ পাছত এইবাৰ কংগনাইয়ো ৰাজনীতিত খোজ দিছে। হিমাছল প্ৰদেশৰ মান্দি সমষ্টিৰ পৰা বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। আনহাতে চিৰাগ আঞ্চলিক দলৰ হলেও বিজেপিৰ মিত্ৰদলৰে সাংসদ।

লোক জনশক্তি পাৰ্টিৰ সাংসদ চিৰাগ পাছৱানে সদ্যহতে কংগনা সন্দৰ্ভত কয় যে, বিজেপিৰ সাংসদ কংগনা ৰানাৱতৰ সৈতে বন্ধুত্ব বহু পুৰণি। সেয়ে সংসদত কংগনাত বিচাৰি থকা বুলি কয় চিৰাগে। তেওঁ কয় যে দুয়োৰে বলীউডৰ পৰা ভাল বন্ধুত্ব আছে, কিন্তু যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে ইজনে সিজনক লগ কৰিব পৰা নাছিল, সেয়েহে এতিয়া পুনৰ তেওঁলোক লগ হ’ব বিচাৰিছিল।

ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিৰাগ পাছৱানেও কংগনা ৰানাৱতৰ সৈতে বন্ধুত্বৰ লগতে নিজৰ ৰাজনৈতিক আৰু বলীউড যাত্ৰাৰ কথাও কয়। কংগনা ভাল বন্ধু। বলীউডত হয়তো আৰু একো নহ’বও পাৰে, কিন্তু কংগনাৰ সৈতে মোৰ ভাল বন্ধুত্ব নিশ্চিতভাৱে গঢ় লৈ উঠিছিল। সেইটো এটা ভাল কথা আছিল। মই তেওঁক সংসদত বিচাৰি আছিলো, তেওঁক লগ কৰিবলৈ। যোৱা ২-৩ বছৰ ধৰি মই বহুত ব্যস্ত আছিলো কাৰণ কানেকচন হেৰাই গৈছিল। সেয়ে এতিয়া বন্ধুত্ব আৰপ ভাল কৰিব বিচাৰো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpChirag PaswanIndian Politicskangana ranaut
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
কোন আছিল ভগৱান ৰামৰ সহোদৰা, কিয় ৰাম কথাত উল্লেখ নাই ৰামৰ ভগ্নীৰ

কোন আছিল ভগৱান ৰামৰ সহোদৰা, কিয় ৰাম কথাত উল্লেখ নাই ৰামৰ ভগ্নীৰ

৭২ বছৰৰ পাছত শাওন মাহত দুৰ্লভ সযোগ, ৬ টা শুভ যোগো গঠন হ’ব

৭২ বছৰৰ পাছত শাওন মাহত দুৰ্লভ সযোগ, ৬ টা শুভ যোগো গঠন হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.