• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

কোভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

5 years ago
মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

39 minutes ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

19 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

20 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

20 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

22 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

22 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

23 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

23 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

24 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

1 day ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা

editor by editor
May 29, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিবিধ, ভাৰত, ৰাজনীতি
0
কোভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা
0
SHARES
582
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিডত অনাথ শিশুৰ বাবে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ঘোষণা।

মোদী চৰকাৰৰ সপ্তম বৰ্ষ পূৰ্তি উপলক্ষ্যে অসম চৰকাৰে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই আঁচনিৰ অধীনত ক’ৰোনাত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা শিশুৰ প্ৰতিপালনৰ ব্যৱস্থা কৰা হ’ব। ক’ৰোনাত পিতৃ-মাতৃ বা পৰিয়ালৰ উপাৰ্জনকাৰী ব্যক্তিক হেৰুওৱা অনাথ শিশুৰ বাবে এই বিশেষ আঁচনিৰ আৰ্থিক সাহায্যৰ লগতে আছে শিক্ষা-দীক্ষা, নিয়োগ আদিৰ সম্পৰ্কতো দীৰ্ঘম্যাদী ব্যৱস্থা।

অভিভাৱক, যত্নকাৰীৰ জিম্মাত থকা অনাথ শিশুক আৰ্থিক সহায়

ক’ৰোনাত পিতৃ-মাতৃক হেৰুৱাই আন লোকৰ জিম্মাত থকা শিশু প্ৰতিমাহে ৩৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। এই সাহায্যৰ ২০০০ টকা আহিব কেন্দ্ৰীয় আঁচনিৰ পৰা।

অভিভাৱকহীন ১০ বছৰ তলৰ শিশু, কিশোৰীৰ বাবে ব্যৱস্থা

অভিভাৱকহীন হৈ পৰা ১০ অনুর্ধ্ব শিশুসকলক শিশুগৃহত থকাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ খা-খৰচ আৰু শিক্ষা ব্যয় বহন কৰা হ’ব।

অনাথ কিশোৰীৰ বাবে বিশেষ ব্যৱস্থা

কোভিডৰ বাবে অনাথ হৈ পৰা কিশোৰীসকলৰ যথোপযুক্ত যত্ন আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে তেওঁলোকক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ দৰে আৱাসিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰা হ’ব।

অনাথ যুৱতীৰ বিবাহত সহায়

বিবাহোপযোগী অনাথ যুৱতীসকলৰ বিবাহৰ ক্ষেত্ৰত এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা। এনে যুৱতীসকলক অৰুন্ধতী আঁচনিৰ এতোলা সোণৰ সৈতে ৫০ হাজাৰ টকা প্ৰদান কৰা হ’ব।

কৌশল বিকাশ আৰু প্ৰশিক্ষণ

স্কুল, কলেজত পঢ়ি থকা অনাথ শিক্ষাৰ্থী আৰু বৃত্তিগত শিক্ষা লৈ থকা অনাথ প্ৰশিক্ষাৰ্থীক

লেপটপ বা টেবলেট প্ৰদান কৰা হ’ব। এনে শিক্ষাৰ্থীসকলৰ কৌশল বিকাশৰ প্ৰশিক্ষণত গুৰত্ব দিয়া হ’ব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে কোভিডকালীন জটিল পৰিস্থিতিলৈ চাই ঘোষণা কৰা এই মানৱীয় আঁচনিয়ে নিশ্চিতভাৱে ক’ৰোনাৰ বাবে অনাথ হোৱা শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীক উপকৃত কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24chief ministercoronacovid 19himanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!
জীৱনশৈলী

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

April 29, 2026
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 28, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
Next Post
বন্ধনৰ ঋণেৰে স্বাৱলম্বন

বন্ধনৰ ঋণেৰে স্বাৱলম্বন

৩ সপ্তাহত ৫০ শতাংশ কমিছে দেশৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা

৩ সপ্তাহত ৫০ শতাংশ কমিছে দেশৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.