• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনিক ৰাশিফল- এই তিনি ৰাশিৰ লোকৰ আজি সূৰ্যৰ দৰে জিলিকি উঠিব ভাগ্য, যাত্ৰা বাৰণ কৰক এই সকলে

দৈনিক ৰাশিফল- এই তিনি ৰাশিৰ লোকৰ আজি সূৰ্যৰ দৰে জিলিকি উঠিব ভাগ্য, যাত্ৰা বাৰণ কৰক এই সকলে

3 years ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

41 minutes ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

1 hour ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

2 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

3 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

4 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

5 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

5 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

6 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

7 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

8 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

8 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনিক ৰাশিফল- এই তিনি ৰাশিৰ লোকৰ আজি সূৰ্যৰ দৰে জিলিকি উঠিব ভাগ্য, যাত্ৰা বাৰণ কৰক এই সকলে

editor by editor
April 11, 2024
in জীৱনশৈলী
0
দৈনিক ৰাশিফল- এই তিনি ৰাশিৰ লোকৰ আজি সূৰ্যৰ দৰে জিলিকি উঠিব ভাগ্য, যাত্ৰা বাৰণ কৰক এই সকলে
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৈনিক ৰাশিফল- এই তিনি ৰাশিৰ লোকৰ আজি সূৰ্যৰ দৰে জিলিকি উঠিব ভাগ্য, যাত্ৰা বাৰণ কৰক এই সকলে

মেষ ৰাশি
আজি আপোনাৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ’বলৈ গৈ আছে। জ্যেষ্ঠজনৰ পৰামৰ্শ ব্যৱসায়ত ভাল বুলি প্ৰমাণিত হ’ব। যদি আপুনি কোনো বিনিয়োগৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। সহকৰ্মীসকলৰ পৰা কিবা সহায় বিচাৰিলে সহজেই পাব।

বৃষ ৰাশি
আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। অতিৰিক্ত কামৰ বাবে আপোনাৰ শাৰীৰিক দুৰ্বলতা হ’ব পাৰে। আপোনাৰ কামত পৰিয়ালৰ মানুহ সুখী হ’ব।

মিথুন ৰাশি
আজি আপোনাৰ বাবে বিশেষ কিবা এটা কৰাৰ দিন হ’ব। আপুনি সাৱধানে গাড়ী চলাব লাগিব, নহ’লে সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি কাজিয়া চলি আছে তেন্তে আপুনিও জড়িত নহ’লে ভাল হ’ব। কাম সন্দৰ্ভত পিতৃৰ পৰা পৰামৰ্শ ল’ব পাৰে, সুফল পাব।

কৰ্কট ৰাশি
আজি আপোনাৰ বাবে মিশ্ৰিত দিন হ’বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। কিছুমান বিশেষ কামৰ বাবে ভ্ৰমণলৈ যাব পাৰে, যিটো আপোনাৰ বাবে ভাল হ’ব। যদি আপুনি কাৰোবাক বৃহৎ পৰিমাণৰ ধন ধাৰে দিয়ে তেন্তে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা বহুত কম।

সিংহ ৰাশি
আজি আপোনাৰ বাবে কিছু সমস্যা কঢ়িয়াই আনিব। যিকোনো বিশেষ কাম কৰি থাকোঁতে আপুনি অশান্তি অনুভৱ কৰিব। পৰিয়ালৰ সমস্যা সম্পৰ্কে পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ লগত কথা পাতিব পাৰে। আপুনি আপোনাৰ আৰ্থিক অৱস্থাক লৈ চিন্তাত পৰিব।

কন্যা ৰাশি
আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ত কিছুমান নতুন পদ্ধতি ব্যৱহাৰ কৰি উপাৰ্জন বৃদ্ধিৰ চিন্তা চৰ্চা কৰিব পাৰে। কৰ্মক্ষেত্ৰত যিকোনো বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকি।

তুলা ৰাশি
চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা ৰাইজৰ বাবে আজি এটা ভাল দিন হ’ব। কোনোবাই কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বিৰোধিতা কৰিব পাৰে,এৰাই চলিব। কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা কিছু ক্ষতি হোৱাৰ আশা।পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত ঘৰুৱা বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

বৃশ্চিক ৰাশি
আন দিনতকৈ আজি আপোনাৰ বাবে ভাল হ’ব। আপোনাৰ মনটো আপোনাৰ কামক লৈ সুখী হ’ব, কাৰণ আপুনি য’তেই হাত ৰাখিলে তাতেই আপুনি নিশ্চিতভাৱে ভাল লাভ পাব। কিছুমান নতুন মানুহ লগ পাব। পিতৃ-মাতৃৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ যোগ।

ধনু ৰাশি
যিকোনো আইনী বিষয়ত আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। আপুনি কিবা এটা কথাত দুখ পাব পাৰে। অতিৰিক্ত কামৰ বাবে আপুনি অলপ চিন্তিত হ’ব। ব্যৱসায়ত কিছু লোকচান হোৱাৰ সম্ভাৱনা। দীৰ্ঘদিন ধৰি চলি থকা কোনো সম্পত্তি সম্পৰ্কীয় বিবাদত জয় লাভ কৰিব।

মকৰ ৰাশি
আজি আপোনাৰ বাবে কিছু নতুন কামৰ বাবে এটা ভাল দিন হ’ব। পৰিয়ালৰ লোকে একেলগে বহি পৰিয়ালৰ কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰিব। যদি আপুনি নতুন ঘৰ কিনিছে তেন্তে নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰক। পৰিয়ালৰ বাদে অন্য লোকৰ পৰা কোনো পৰামৰ্শ গ্ৰহণ নকৰিব।

কুম্ভ ৰাশি
আজি আজি আপোনাৰ বাবে এক মিশ্ৰিত দিন। আদালত সম্পৰ্কীয় বিষয়ত আপুনি ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ব্যৱসায়ত চলি থকা সমস্যাবোৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। পৰিয়ালৰ তলি থকা সমস্যাবোৰৰ অন্ত পৰিব।

মীন ৰাশি
আজি আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত বদলিৰ যোগ। সন্তানৰ ভৱিষ্যত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লাগিব। যদি আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰা ধন আছিল, তেন্তে আপুনি সেয়া পোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 11 Aprilassam livedaily horoscopehoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ
জীৱনশৈলী

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

October 16, 2026
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক
জীৱনশৈলী

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

October 16, 2026
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?
জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

October 16, 2026
Next Post
জানেনে কিয় জোন দেখাৰ পাছতহে ঈদ উদযাপন কৰা হয়

জানেনে কিয় জোন দেখাৰ পাছতহে ঈদ উদযাপন কৰা হয়

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়…জানেনে !

কিয় বছৰত দুবাৰকৈ ঈদ পালন কৰা হয়...জানেনে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.