অপ্ৰতিৰোধ্য হিমন্ত বিশ্ব শৰ্মা৷
‘২০২৬ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’৷
‘২০২৫চন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে সফলতাৰ বৰ্ষ’৷
‘সমগ্ৰ দেশতে জিলিকি থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা’৷
‘বৰপেটা সত্ৰৰ বৰ্ষফল গণনা’৷
‘২০২৬ চনৰ নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ’৷
‘শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো হিমন্ত বিশ্ব শৰ্মাৰ বাবে সৰ্বশ্ৰেষ্ঠ’৷
‘দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ’ব ডঃ হিমন্ত বিশ্ব শৰ্মা’৷
‘উত্তম দশা চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ’৷
‘শত্ৰুৱে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ’৷
‘জনসাধাৰণৰ পৰা সন্মান আৰু প্ৰীতি লাভ কৰিব মুখ্যমন্ত্ৰীয়ে’৷
‘দান ধৰ্ম শ্ৰেষ্ঠ ‘৷
‘দান আৰু ধাৰ্মিকতাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰু দমন হ’ব’৷
‘অৱশ্যে ১৪ আহাৰৰ পৰা ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী সাৱধান হোৱা ভাল’৷
‘নিজৰ ভুলত কেতিয়াবা কোনো কাৰ্য নষ্ট হ’ব পাৰে’৷
‘কথা কওতে সাৱধান হ’ব লাগিব মুখ্যমন্ত্ৰী’৷
‘দেহৰ যত্ন ল’ব লাগিব মুখ্যমন্ত্ৰীয়ে’৷
বৰ্ষফল গণনা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ