চতুৰ্থ বৰ্গৰ ADRE পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থী পতিত দুৰ্ঘটনাত৷ থিতাতে নিহত হৈছে পৰীক্ষাৰ্থী মিলন গগৈ৷ নিহত মিলন গগৈৰ ঘৰ টিংখাঙৰ ৰাইদঙীয়াত৷ বাইকেৰে অহা মিলনে খুন্দা মাৰিছিল এখন বাহনত৷