• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ একমাত্ৰ মহিলা হিচাপে বিশেষ ৰাষ্ট্ৰীয় সন্মান লাভ অসমৰ এগৰাকী কন্যাৰ

4 years ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

24 minutes ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

53 minutes ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

1 hour ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

2 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

3 hours ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

4 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

5 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দেশৰ একমাত্ৰ মহিলা হিচাপে বিশেষ ৰাষ্ট্ৰীয় সন্মান লাভ অসমৰ এগৰাকী কন্যাৰ

editor by editor
April 22, 2022
in অসম, ভাৰত
0
দেশৰ একমাত্ৰ মহিলা হিচাপে বিশেষ ৰাষ্ট্ৰীয় সন্মান লাভ অসমৰ এগৰাকী কন্যাৰ
0
SHARES
497
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে দেশৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (National Investigation Agency)ৰ দিৱস আছিল৷ ত্ৰয়োদশ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ৰ দিৱসৰ দিনা দেশৰ কে’বাগৰাকীও সফল বিষয়াক বিশেষ সন্মান প্ৰদান কৰা হয়৷

গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ অতিথি হিচাপে উপস্থিত থকা উক্ত অনুষ্ঠানত দেশৰ বিশেষভাৱে সফল বিষয়াসকলক সন্মান প্ৰদান কৰে৷ বিষয়াসকলে কৰ্মক্ষেত্ৰত আগবঢ়োৱা বিশেষ সেৱা তথা কৰ্মদক্ষতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়াসকলক ‘কেন্দ্ৰীয় গৃহমন্ত্ৰী পদক’ সন্মান প্ৰদান কৰে৷

Medal for excellence in Training 😊 https://t.co/a151Z9Qqxv

— Sanjukta (@seekingsanjukta) April 21, 2022

উক্ত সন্মান লাভ কৰা দেশৰ বিষয়াসকলৰ মাজত একমাত্ৰ এগৰাকী মহিলাই এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ হৈছে এগৰাকী অসম কন্যা৷ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অসম কন্যা সংযুক্তা পৰাশৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতৰ পৰা উৎকৃষ্ট সেৱা আগবঢ়োৱাৰ বাবে এই সন্মান গ্ৰহণ কৰিছে৷

লগতে পঢ়ক চানগ্লাছ নিবলৈ পাহৰিলে মিলিন্দৰ পত্নী অংকিতাই : কি অথন্তৰ ঘটিল সাগৰৰ পাৰত?

আই পি এছ সংযুক্তা পৰাশৰে ২০০৬ চনত দেশৰ ভিতৰতে ৮৬ সংখ্যক স্থানেৰে সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷

অসম কেডাৰৰ আই পি এছ বিষয়া অসম কন্যা সংযুক্তা পৰাশৰ বৰ্তমান ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ৰ উপ মহাপৰিদৰ্শক হিচাপে কৰ্মৰত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahasom live 24assam live 24axom live 24axom live 24 digitalHome Minister Amit ShahIPS Sanjukta ParasharniaSanjukta Parashar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
গুজৰাটত কিয় বুলড’জাৰ চলালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনচনে?

পিতৃ বাছ চালক, পুত্ৰ বক্স অফিচৰ ৰজা; KGF-CHAPTER-2ৰ চুপাৰষ্টাৰ কোন এই য়শ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন