• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

7 months ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

18 minutes ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

56 minutes ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

18 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

19 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

19 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

20 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

20 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

21 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

22 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

23 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

23 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

editor by editor
January 6, 2026
in জীৱনশৈলী, বিশ্ব, লেখা
0
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
0
SHARES
217
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেছিডেণ্ট নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰিছে আমেৰিকাই৷ ডোনাল্ড ট্ৰাম্পে নিজে জনাইছে যে তেওঁ ভেনিজুৱেলাৰ তেলৰ খনিসমূহত মুকলিকৈ হস্তক্ষেপ কৰিব৷ তাৰপিছতেই বিশ্বৰ ইন্ধনৰ বজাৰত আলোড়নৰ সৃষ্টি হৈছে৷ কেনেকৈ এখন স্বাধীন দেশৰ ৰাষ্ট্ৰপতিক বন্দী কৰিব পাৰে? কেনেকৈ ভেনিজুৱেলাৰ দৰে অন্য দেশৰ খনিজ সম্পদক কাঢ়ি লোৱাৰ চেষ্টা কৰিছে মাৰ্কিন চৰকাৰে? এনে বহু প্ৰশ্ন উঠিছে৷ কিন্তু কেৱল তেলৰ খনিয়েই নহয় আন্তৰ্জাতিক বিশেষজ্ঞৰ দাবী যে সোণৰ খনিও আছে ভেনিজুৱেলাত৷ আৰু সেয়াও হস্তগত কৰাৰ চেষ্টা চলাইছে ডোনাল্ড ট্ৰাম্পে৷

ভেনিজুৱেলাত আছে সোণৰ ভাণ্ডাৰ৷ সেই দেশৰ দক্ষিণাঞ্চলৰ বিশাল অংশত আছে বনাঞ্চল আৰু সমভূমি৷ এই সকলো এলেকাৰ মাটিৰ তলত আছে সোণ৷ ইয়াৰ নাম পাললিক সোণ৷ নদী, সমভূমি বা বনাঞ্চলৰ তলত জমা হৈ থাকে এই পাললিক সোণ৷ সেই শিল ক্ষয় হলে জলশ্ৰোতৰ মাধ্যমেৰে বাহিত আৰু সঞ্চিত হয়৷ খনিসমূহ সাধাৰণতে নদী বা স্ৰোতৰ তলদেশত থাকে৷ পেনিং পদ্ধতিৰ মাধ্যমেৰে সেয়া সংগ্ৰহ কৰা হয়৷

ভেনিজুৱেলাৰ গায়ানা শিণ্ডত Archean Imataca Complex gneisses আৰু Proterozoic greenstone belt আছে৷ তাতেই মজুত আছে সোণ৷ সকলোমিলি সংগ্ৰহ কৰিব পৰা সোণৰ পৰিমাণ প্ৰায় ১০ হাজাৰ টন৷ মেটাভলকেনিক আৰু মেটাছডিমেণ্ট শিলাস্তৰত ২০০তকৈয়ো বেছি সোণৰ খনিৰ সন্ধান বৰ্তমানলৈকে পোৱা গৈছে৷ ইয়াৰোপৰি বলিভাৰত চোকো ১০ৰ মতে অঞ্চল আছে৷ তাতেই বিপুল সোণ মজুত আছে৷ এই সোণ অত্যন্ত দামী৷ এই সোণ ওঠোৱাৰ পাছত যাৰ ৭০ৰ পৰা ৮০ বিশুদ্ধ থাকে৷

ইয়াৰোপৰি ভেনিজুৱেলাৰ গায়ানা শিল্ডে টিন, টাংষ্টেন, টানটালাম আৰু বিৰল ধাতু মজুত আছে৷ সেই দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হুগো ছেভেজে ঘোষণা কৰিছিল৷ ভেনিজুৱেলাৰ হাতত আছে Blue Goldৰ খনি৷ তাৰ বাবে এই এলেকাত ১৫,০০০ৰক্ষী মোতায়েন কৰিছিল৷ ছেভেজৰ মৃত্যুৰ তিনি বছৰ পাছত তেওঁৰ উত্তৰসূৰী নিকোলাছ অৰিনোকো মাইনিং জোন অধ্যাদেশ স্বাক্ষৰ কৰে৷ আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ দাবী, মাদুৰোক তেওঁ বন্দী কৰাৰ উদ্দেশ্য হ’ল ভেনিজুৱেলাত গণতন্ত্ৰ প্ৰতিষ্ঠা আৰু তেলৰ ওপৰত নিয়ন্ত্ৰণ৷ কিন্তু আন্তৰ্জাতিক বিশেষজ্ঞৰ একাংশই ধাৰণা কৰিছে তেলৰ খনিৰ ওপৰিও সোণৰ খনিও দখল কৰিব খুজিছে ট্ৰাম্পে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
Next Post
চতুৰ্গ্ৰহী ৰাজযোগত ৩ৰাশিৰ ভাগ্য ১৮০ ডিগ্ৰি ঘুৰিছে, বহু সা-সম্পত্তি, চাকৰিত পদোন্নতি

চতুৰ্গ্ৰহী ৰাজযোগত ৩ৰাশিৰ ভাগ্য ১৮০ ডিগ্ৰি ঘুৰিছে, বহু সা-সম্পত্তি, চাকৰিত পদোন্নতি

পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত

পুত্ৰ সন্তানৰ প্ৰত্যাশাৰেই ১০ জনী কন্যা, অৱশেষত ১৯ বছৰত একাদশতম সন্তান পুত্ৰ হ’ল এই দম্পতিৰ, তাৰপিছত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.