• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই চাহ নাখাব এই সকল লোকে, সাৱধান হওক

পুৱাই চাহ নাখাব এই সকল লোকে, সাৱধান হওক

2 years ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

12 minutes ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

55 minutes ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

2 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

2 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

3 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

4 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

5 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

17 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

18 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

19 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

19 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

পুৱাই চাহ নাখাব এই সকল লোকে, সাৱধান হওক

editor by editor
April 12, 2024
in খাদ্য, জীৱনশৈলী
0
পুৱাই চাহ নাখাব এই সকল লোকে, সাৱধান হওক
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই চাহ নাখাব এই সকল লোকে, সাৱধান হওক

অসমীয়া মানেই পুৱা উঠাৰ পৰা চাহ। দিনটোৰ আৰম্ভণিয়ে হয় একাপ চাহেৰে। পাছে জানেনে, অত্যাধিক চাহ সেৱন কৰা স্বাস্থ্যৰ পক্ষে বৰ এটা ভাল নহয়।

প্ৰায়ে কিছুলোকে দিনটোৰ ভিতৰত বহু কেইকাপ চাহ সেৱন কৰে। তাৰে ভিতৰত তিনিকাপ যেন নিয়মিত ৰূপে থাকেই। পাছে এনেদৰে বহু কেইকাপ চাহ খোৱাৰ ফলত বহুতো বেমাৰে লগ দিয়ে।

পুৱাই চাহ সেৱন কৰাৰ ফলত বহু লোকৰে গেষ্ট্ৰিকৰ সমস্যাই দেখা দিয়ে আজিকালি। ফলত কৌষ্ঠকাঠিন্যৰ সমস্যাও আহি পৰে।

টোপনিৰ ক্ষেত্ৰতো সমস্যা দেখা যায়। অধিক মাত্ৰাত চাব সেৱনৰ ফলত টোপনি হ্ৰাস পায়। মূৰৰ বিষ আৰম্ভ হয়, চকুৰ গুৰিয়ো কলা পৰা সমস্যা আৰম্ভ হয়।

ব্লাড প্ৰেচাৰ তথা ৰক্তচাপত বেয়া অধিক চাহ খোৱা। উচ্চ ৰক্তচাপ থকা লোকে পৰা পক্ষত দিনটোত কেৱল দুকাপ চাহ হে সেৱন কৰিব। তেতিয়া সমস্যাৰ পৰা আঁতৰি থাকিব।

পুৱাই পুৱাই চাহ সেৱনৰ ফলত ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে। শালমনৰ সমস্যা, ব্লেক হেড বা হোৱাইট হেডছ আদিৰ সমস্যাই গা কৰি উঠা দেখা যায়। বিশেষকৈ যুৱক-যুৱতীৰ মাজত অধিক হোৱা দেখা যায় এই সমস্যা।

which-people-should-not-take-tea

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Blood PressureGastrichealthHealth benefithealth tipstea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…
জীৱনশৈলী

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

September 25, 2026
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু
জীৱনশৈলী

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

September 25, 2026
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ
জীৱনশৈলী

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

September 25, 2026
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
Next Post
এই বেংকত টকা আছে নেকি, এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBIয়ে বন্ধ কৰাই দিলে

এই বেংকত টকা আছে নেকি, এতিয়া আৰু টকা উলিয়াব নোৱাৰিব, RBIয়ে বন্ধ কৰাই দিলে

গ্ৰহৰ ৰজাই সলনি কৰিব নিজৰ স্থান, লাভ কৰিব শুভ কাৰক

গ্ৰহৰ ৰজাই সলনি কৰিব নিজৰ স্থান, লাভ কৰিব শুভ কাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.