• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ : আমেৰিকা আৰু NATOৰ বলিৰ পঠা হ’ল নেকি ইউক্ৰেইন?

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ : আমেৰিকা আৰু NATOৰ বলিৰ পঠা হ’ল নেকি ইউক্ৰেইন?

4 years ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

5 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

6 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

6 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

7 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

7 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

8 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

8 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

9 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

9 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

11 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

12 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ : আমেৰিকা আৰু NATOৰ বলিৰ পঠা হ’ল নেকি ইউক্ৰেইন?

editor by editor
February 25, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ : আমেৰিকা আৰু NATOৰ বলিৰ পঠা হ’ল নেকি ইউক্ৰেইন?
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দ্বিতীয় দিনাও ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাছিয়াৰ আক্ৰমণত শ শ লোকৰ মৃত্যু ঘটিছে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা মতে ৰুছ ৰকেট আক্ৰমণত ৰাজধানী কীয়েভত অতি কমেও ১৩৭ গৰাকী লোকৰ মৃত্যু ঘটিছে৷

ৰাছিয়াই কিয় ইউক্ৰেইন আক্ৰমণ কৰিলে? প্ৰতিবেশী ৰাষ্ট্ৰ ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ শত্ৰুতা এতিয়াৰে নহয়৷ কিন্তু প্ৰতিবেশী ৰাষ্ট্ৰ ইউক্ৰেইনক ৰাছিয়াই আক্ৰমণ কৰাত NATOৰ ভূমিকা কি?

ইউক্ৰেইনেৰে পূৰ্বৰে পৰা ৰাছিয়াৰ শত্ৰুতা থকাৰ পিছতো NATO অৰ্থাৎ North Atlantic Treaty Organizationত ইউক্ৰেইনৰ অন্তভুৰ্ক্তকৰণক লৈ পুনৰ সমস্যাৰ সৃষ্টি হয়৷ ৰাছিয়াই চিৰ বৈৰী ৰাষ্ট্ৰ ইউক্ৰেইনক NATOত অন্তভুৰ্ক্ত কৰাটো প্ৰথমৰে পৰা তীব্ৰ বিৰোধ কৰি আহিছে৷

উল্লেখ্য যে NATOত উত্তৰ আমেৰিকাৰ দুই ৰাষ্ট্ৰ ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু ইউৰোপৰ ২৭ খন ৰাষ্ট্ৰসহ মুঠ ৩০ খন ৰাষ্ট্ৰ আছে৷ আৰু NATOৰ ৩০ ৰাষ্ট্ৰৰ নিজা সৈন্য বাহিনী আছে যিয়ে সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তা সুনিশ্চিত কৰে৷

অৰ্থাৎ বৰ্হি ৰাষ্ট্ৰই আক্ৰমণ কৰিলে NATOবাহিনীয়ে সদস্য ৰাষ্ট্ৰলৈ নিজা সৈন্য বাহিনী প্ৰেৰণ কৰে৷ ইউক্ৰেইনকো আমেৰিকা ব্ৰিটেইনসহ NATOৰ সদস্য ৰাষ্ট্ৰসমূহে NATOত অন্তভুৰ্ক্ত কৰিবলৈ চেষ্টা কৰি আহিছে৷ প্ৰধানত কৃষ্ণ সাগৰৰ বিশাল ব্যৱসায়িক কেন্দ্ৰৰ প্ৰতি চকু থকা আমেৰিকাই NATOত ইউক্ৰেইনক যোগ দিয়াটোত কূটনৈতিক, সামৰিক আৰু ব্যৱসায়িক কাৰণ আছে বুলিও চৰ্চা লাভ কৰি আহিছে৷

শীতল যুদ্ধৰ সময়ৰে পৰা ৰাছিয়া আৰু আমেৰিকাৰ মাজত এক প্ৰকাৰে ছায়া যুদ্ধ অব্যাহত আছে৷ ইফালে ইউক্ৰেইন হৈছে ৰাছিয়াৰ পিছতে ভৌগোলিকভাৱে ইউৰোপৰ দ্বিতীয় বৃহত্তম দেশ৷ ৰাছিয়াৰ সৈতে ছায়া যুদ্ধত প্ৰবৃত্ত থকা আমেৰিকাৰ বাবে সেয়ে ইউক্ৰেইন কূটনৈতিক আৰু ভৌগোলিকভাৱে অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ৷ ইউক্ৰেইনক NATOত অন্তভুৰ্ক্ত কৰি ল’ব পাৰিলেই আমেৰিকাই পশ্চিম ইউৰোপৰ বৃহৎ অঞ্চলটো সামৰিক সঞ্চালনৰ লগতে কূটনৈতিক আৰু ব্যৱসায়িক বিস্তাৰো কৰিব পাৰিব৷

অৰ্থাৎ ইক্ৰেইনক NATOত অন্তভুৰ্ক্ত কৰাই ল’ব পাৰিলে কেৱল ইউক্ৰেইনৰে নহয়, আমেৰিকাৰ সামৰিক, কূটনৈতিক আৰু ভৌগোলিকভাৱেও বৃহৎ লাভৱান হ’ব পাৰিব৷ ইয়াৰোপৰি NATOত ইউক্ৰেইনক অন্তভুৰ্ক্ত কৰাই ল’ব পাৰিলে আমেৰিকাই ইউক্ৰেইনৰ কান্ধত ভেজা ছায়া যুদ্ধকো অধিক প্ৰসাৰিত কৰিব পাৰিব৷

ৰাছিয়াই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই সমৰনীতি আৰু কূটনৈতিক কাৰছাজিক সথিকভাৱে বুজিব পাৰিলে৷ চিৰ বৈৰী ইউক্ৰেইনৰ আমেৰিকাৰ সৈতে মিত্ৰতা আৰু NATOত অন্তভুৰ্ক্তি সেয়ে ৰাছিয়াই তীব্ৰতাৰে বিৰোধ কৰি আহিছে৷ ৰাছিয়াই বাৰে বাৰে দাবী কৰি আহিছে যে NATOএ ৰাছিয়াত বেদখল কৰিবলৈ পশ্চিম ইউৰোপত সামৰিক কাৰ্যকলাপ বৃদ্ধি কৰিছে৷ ৰাছিয়াই সেয়ে পশ্চিম ইউৰোপত NATOৰ সামৰিক কাৰ্যকলাপ বন্ধ কৰিবলৈ দাবী জনাই আহিছে৷

ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দাবী কৰিছে যে আমেৰিকাই ১৯৯০ চনৰ নিৰাপত্তা নিশ্চয়তা ভংগ কৰি ইউৰোপৰ পূৱ দিশেও NATOক ব্যৱহাৰ কৰিবলৈ ধাৱমান হ’ব বিচাৰিছে৷ অৱশ্যে নাটোৱে ৰাছিয়াৰ এই দাবীসমূহ নাকচ কৰি এয়া এক প্ৰতিৰক্ষামূলক মিত্ৰতা বুলি অভিহিত কৰি আহিছে।কিন্তু ৰাছিয়াই NATOৰ এই দাবীক খাৰিজ কৰি ইউক্ৰেইনক NATOত অন্তভুৰ্ক্ত কৰিলেই আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰি আহিছিল৷

ইফালে ইউক্ৰেইনৰ ৰাছিয়ান মূলৰ লোকৰ বসতি প্ৰধান অঞ্চলসমূহক স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰি ইউক্ৰেইনৰ ৰাজহাড় ভাঙিবলৈ সদাসচেষ্ট হৈ আহিছে৷ আনফালে কৃষ্ণ সাগৰৰ উপদ্বীপ ক্ৰিমিয়াক, যিটোক পশ্চিম ইউৰোপৰ বাণিজ্যিক ঘাটি বুলিব পাৰি তাক ৰাছিয়াই ২০১৪ চনতে সামৰিক অভিযানেৰে দখল কৰিলে৷ যিটোৱে আমেৰিকা ব্ৰিটেইনসহ NATOৰ আগ্ৰাসী ৰাষ্ট্ৰ বাবে সমৰনীতি আৰু ব্যৱসায়িকভাৱে বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈ আহিছে৷

ইমানৰ পিছতো আমেৰিকা ব্ৰিটেইনসহ NATOএ ইউক্ৰেইনক বলিৰ পাঠা সজালে বুলিয়ে চৰ্চা লাভ কৰিছে৷ ৰাছিয়াই বাৰে বাৰে ইউক্ৰেইন আক্ৰমণ কৰাৰ ভাবুকি দি অহাৰ পিছতো NATOএ দুয়োপক্ষকে উচতাই জুল খালে৷

ৰাছিয়াই আক্ৰমণ কৰাৰ পিছত NATOএ  আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ইউক্ৰেইনৰ সৈতে থাকিলেও NATOএ  ইউক্ৰেইনক সামৰিকভাৱে কোনো সহায় নকৰে৷ অৰ্থাৎ ইউক্ৰেইনলৈ NATOএ সৈন্য বাহিনী প্ৰেৰণ নকৰে৷ NATOএ আন্তঃৰাষ্ট্ৰীয় নীতি উলংঘা নকৰো বুলি ঘোষণা কৰি এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে৷ এতিয়া প্ৰশ্ন হৈছে NATOএ ইউক্ৰেইনক সামৰিকভাৱে সহায় কৰিবলৈ প্ৰস্তুত নাছিল তেনে ইউক্ৰেইনক বলিৰ পঠা সজোৱা নাই নে? দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে সাধাৰণ ইউক্ৰেইনৰ জনতাও বলিৰ পঠা হোৱা নাই নে?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaasom live 24assam live 24axom live 24axom live 24 digitalNATORussia Ukraine clashRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?
বিনোদন

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

July 11, 2026
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’
ভাৰত

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

July 11, 2026
Next Post
বলিউদৰ মোহময়ী অভিনেত্ৰী জেকলিন-সুকেশৰ প্ৰেমৰ নতুন তথ্য ফাদিল!

বলিউদৰ মোহময়ী অভিনেত্ৰী জেকলিন-সুকেশৰ প্ৰেমৰ নতুন তথ্য ফাদিল!

বান্ধৱীক ডিঙি কাটি হত্যা : ধন কুবেৰৰ পুত্ৰক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

বান্ধৱীক ডিঙি কাটি হত্যা : ধন কুবেৰৰ পুত্ৰক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.