• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

11 months ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

13 minutes ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

1 hour ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

2 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

3 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

3 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

12 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

13 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

13 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

14 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

14 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

15 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

editor by editor
October 30, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা
0
SHARES
4.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণত বিনিয়োগ কৰাটোক সকলো সময়তে সুৰক্ষিত বুলি ধৰা হয়৷ সেয়ে সমগ্ৰ বিশ্বত যুদ্ধ আদি হলেই বিনিয়োগকাৰীসকলে সোণ কিনিবলৈ আৰম্ভ কৰে৷ আৰু ইয়াৰ ফলতেই সোণৰ দাম বাঢ়ে৷ তেনে ঘটনাই ঘটিছে চলিত বৰ্ষতো৷ বৰ্তমান সোণৰ দাম ১ লাখ টকাৰ ওপৰত আছে৷ পৃথিৱীত শান্তি উভতি আহিলে সোণৰ দাম কমাৰ সম্ভাৱনা থাকে৷ আৰু তেনে পৰিবেশেই আহি আছে বুলি বিশেষজ্ঞই জনাইছে৷ সেয়ে সোণৰ দামো আগন্তুক কেইটামাহৰ ভিতৰত কমিব পাৰে বুলি ভৱা হৈছে৷ বিশেষজ্ঞই ধাৰণা কৰিছে আগন্তুক কেইটামান মাহত ১০ গ্ৰাম সোণৰ দাম আকৌ ১ লাখৰ তললৈ আহিব পাৰে৷ আৰু তাৰ আঁৰত ক্ৰিয়া কৰিব পাৰে এই ৪কাৰণে৷

কিয় বাঢ়িছিল সোণৰ দাম?

প্ৰকৃততে বিগত কেইবামাহত ৰুদ্ধশ্বাস গতিত বাঢ়িছিল সোণৰ দাম৷ বিশেষকৈ যুদ্ধ, শুল্ক নীতিৰ বাবেই বৃদ্ধি পাইছিল সোণৰ দাম৷ এতিয়া সমগ্ৰ পৃথিৱী ধীৰে ধীৰে শান্ত হৈছে৷ সম্পৰ্কও ভাল হৈছে একাধিক দেশৰ মাজত৷ যাৰ ফলত কমি যাব পাৰে সোণ আৰু ৰূপৰ দাম৷

বিশেষজ্ঞই ধাৰণা কৰিছে বিশ্বৰ পৰিস্থিতি স্থিতিশীল হলে ১ লাখ টকাৰ তললৈ নামিব পাৰে ১০ গ্ৰাম সোণৰ দাম৷ জানি থওক ইয়াৰ আঁৰত কি কি কাৰণ৷

আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য চুক্তি

বিগত কেইবাবছৰ ধৰি আমেৰিকা আৰু চীনৰ সম্পৰ্ক বেয়া আছিল৷ যুদ্ধৰ পৰা শুল্ক, ছাপ্লাই একাধিক বিষয়ক লৈ চৰম উত্তেজনা আছিল৷ যাৰ ফলত পৃথিৱী অস্থিৰ পৰিস্থিতিৰ দিশলৈ আগুৱাইছিল৷ এই সমস্যা সমাধানৰ দিশে আগবাঢ়িছে বুলি খবৰ আহিছে৷ আনকি আমেৰিকা আৰু চীনৰ মাজত বাণিজ্য চুক্তিও খুব শীঘ্ৰেই হ’ব বুলি ধাৰণা কৰা হৈছে৷ আৰু তাৰ ফলত কমি যাব পাৰে সোণৰ দাম৷

ভাৰত আৰু আমেৰিকাৰ বাণিজ্য চুক্তি

পৃথিৱীত সকলোতকৈ বেছি সোণ কিনা দেশসমূহৰ মাজত দ্বিতীয় স্থানত আছে ভাৰত৷ মূৰত ৰাখিব আমেৰিকাৰ সৈতে বাণিজ্য চুক্তি হৈ গলে সোণৰ দাম কমিব পাৰে৷ কাৰণ এই চুক্তিৰ পাছত ভাৰতত বিনিয়োগ বাঢ়িব৷ যাৰ ফলত ভাৰতীয় টকা আৰু ডলাৰৰ সাপেক্ষে শক্তি বৃদ্ধি কৰিব৷ আনকি অৰ্থনীতি শক্তিশালী হ’ব৷  ইয়াৰ ফলত সোণ কিনাৰ খৰচ কমিব৷ কেৱল সেয়াই নহয়, সোণৰ দামো হ্ৰাস হোৱাৰ আশংকা আছে৷

ইজৰায়েল হামাছ শান্তি চুক্তি

দীৰ্ঘদিন ধৰি চলা যুদ্ধৰ পাছত ইজৰায়েল আৰু হামাছৰ মাজত এতিয়া শান্তি প্ৰক্ৰিয়া চলিছে৷ যাৰ ফলত সমগ্ৰ পৃথিৱীতেই ইয়াৰ প্রভাৱ পৰিছিল৷ বাঢ়িছিল সোণৰ দামো৷ শেহতীয়াকৈ ইজৰায়েল আৰু হামাছৰ মাজত হোৱা শান্তি চুক্তিৰ পাছত সোণৰ দাম কমাৰ আশংকা আছে৷

পাকিস্তান আৰু আফগানিস্তানৰ মাজত সংঘৰ্ষ বিৰতি

পাকিস্তান আৰু আফগানিস্তানৰ সম্পৰ্ক এতিয়া পূৰ্বতকৈ ভাল হৈছে৷ যাৰ ফলত সোণৰ দামো হ্ৰাস পোৱাৰ আশংকা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

October 7, 2026
Next Post
নৱেম্বৰত ১০ দিন বেংক বন্ধ, জানি থওক ছুটিৰ তালিকা

নৱেম্বৰত ১০ দিন বেংক বন্ধ, জানি থওক ছুটিৰ তালিকা

জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.