• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিভাৱকসকল সাৱধান হওক! ফুবিঙে ধ্বংস কৰিব আপোনাৰ সন্তানক!

অভিভাৱকসকল সাৱধান হওক! ফুবিঙে ধ্বংস কৰিব আপোনাৰ সন্তানক!

4 years ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

31 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

51 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

2 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

3 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

13 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

14 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

14 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অভিভাৱকসকল সাৱধান হওক! ফুবিঙে ধ্বংস কৰিব আপোনাৰ সন্তানক!

editor by editor
June 18, 2022
in বিবিধ, ভাৰত
0
অভিভাৱকসকল সাৱধান হওক! ফুবিঙে ধ্বংস কৰিব আপোনাৰ সন্তানক!
0
SHARES
58.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক অধ্যয়নত প্ৰকাশ পাইছে যে অধিকাংশ যুৱক-যুৱতীয়ে ফুবিং (phubbing)ৰ বাবে মানসিক অশান্তিত ভুগি কেৱল নিজৰ স্মাৰ্টফোনটোৰ বাবে নিজৰ সংগী, অভিভাৱক তথা চৌপাশৰ মানুহক আওকাণ কৰিবলৈ আৰম্ভ কৰিছে। এক অধ্যয়নত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷

হায়দৰাবাদৰ একাংশ যুৱক-যুৱতীৰ মাজত চলোৱা অধয়্যনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে৷ অধ্যয়নটোৰ সহলেখিকা তথা হায়দৰাবাদৰ ই এছ আই চি হাস্পতালৰ সহকাৰী অধ্যাপিকা ড০ সুধা বালাই ‘হায়দৰাবাদৰ যুৱক-যুৱতীসকলৰ মাজত মানসিক দুখ-কষ্টৰ ওপৰত ফুবিঙৰ পৰিণতি’ শীৰ্ষক অধ্যয়নটোত কৈছে যে মানুহৰ মাজত বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত অত্যধিক হাৰত ফুবিঙৰ প্ৰৱণতা বৃদ্ধি পোৱাত তেওঁলোকৰ জীৱন আৰু বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে তেওঁলোকৰ সম্পৰ্কত বিৰূপ প্ৰভাৱ পেলাইছে।

লগতে পঢ়ক বন্যাক্ৰান্তক সাহায্য দিবলৈ গৈ অঘটন! কপিলীত হাত নাও বুৰি তিনিজন সন্ধানহীন

‘ফুবিং’ শব্দটো হৈছে ‘ফোন’ আৰু ‘স্নাবিং’ৰ এটা প’ৰ্টমেণ্টেউ— দুটা শব্দৰ সংযোগ আৰু ইয়াক ২০১২ চনত অষ্ট্ৰেলিয়াৰ এটা বিজ্ঞাপন সংস্থাই এটা অভিযানৰ অংশ হিচাপে ইয়াক উদ্ভাৱন কৰিছিল আৰু পিছলৈ ই বিশ্বজুৰি প্ৰসাৰিত হৈ পৰে।

উল্লেখ্য যে আইচিএমআৰৰ সহযোগত ২০১৮ চনত মহানগৰখনত ড০ বালা, ধৰাণী টেককাম আৰু হৰ্ষল পাণ্ডৱেই এই অধ্যয়ন আৰম্ভ কৰিছিল। তেওঁলোকে অভিযান্ত্ৰিক, চিকিৎসা আৰু কলা বিভাগৰ মুঠ ৪৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত এই অধ্যয়ন চলাইছিল৷

অধ্যয়নটোত দেখা গৈছে যে চহৰৰ যুৱক-যুৱতীসকলৰ মাজত ফুবিঙৰ প্ৰাদুৰ্ভাৱ বেছি, তেওঁলোকৰ ৫২ শতাংশই ফুবিঙত নিমজ্জিত বুলিও কোৱা হৈছে। ইয়াৰে ২৩ শতাংশই ফুবিঙৰ ফলত তীব্ৰ মানসিক অশান্তিৰ সন্মুখীন হোৱাৰ বিপৰীতে ৩৪ শতাংশৰ মানসিক অশান্তি মধ্যমীয়া আছিল। ফুবিঙৰ পৰিমাণ আৰু মানসিক অশান্তিৰ মাজত পৰিসংখ্যাগতভাৱে গুৰুত্বপূৰ্ণ সম্পৰ্ক পোৱা গৈছিল বুলিও কোৱা হৈছে।

লগতে পঢ়ক অগ্নিপথে অগ্নিকুণ্ডত পৰিণত কৰিছে দেশৰ ৰাজ্যসমূহ! নিজৰ স্থিতিত অটল চৰকাৰ

বহুক্ষেত্ৰত বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত ফুবিঙে গেমিং আসক্তিৰ ৰূপ লোৱা দেখা গৈছে। চহৰৰ এখন চিকিৎসালয়ৰ প্ৰতিবেদনত কোৱা হৈছে যে ১৪ বছৰীয়া এজন ল’ৰাই দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ পিছতো দিনটোত ১৮ ঘণ্টা পৰ্যন্ত অনলাইন গেম খেলিছিল।

অৱশ্যে এই ফুবিং কেৱল কিশোৰ বা যুৱপ্ৰজন্মৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই৷ ৰেনোভা হাস্পতালৰ পৰামৰ্শদাতা মনোৰোগ বিশেষজ্ঞ আৰু মনোবিশ্লেষণাত্মক মনোৰোগ বিশেষজ্ঞ ডাঃ আছফিয়া কুলছুমে কয় যে প্ৰাপ্তবয়স্ক লোকৰ মাজতো কেতিয়াবা ফুবিং পোৱা যায়।

এনে কিছুমান ক্ষেত্ৰ পত্নীয়ে নিজৰ ফোনত বেছি সময় কটোৱাৰ বাবে স্বামীৰে বৈবাহিক সংঘাতৰ সৃষ্টি হোৱাৰো দেধাৰ উদাহৰণ পোৱা গৈছে বুলিও তেওঁ মন্তব্য কৰিছে৷ মুঠতে ফুবিঙে আধুনিক মানুহক গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে বুলিবই পাৰি৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamphubbing
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
Next Post
মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!

মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.