• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ‍্যত ক’ৰোনা ৰোগীৰ আৰোগ‍্যৰ হাৰ বৃদ্ধি

ৰাজ‍্যত ক’ৰোনা ৰোগীৰ আৰোগ‍্যৰ হাৰ বৃদ্ধি

6 years ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

4 minutes ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

27 minutes ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

48 minutes ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

1 hour ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

2 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

3 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

4 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

5 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

5 hours ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

5 hours ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

6 hours ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ‍্যত ক’ৰোনা ৰোগীৰ আৰোগ‍্যৰ হাৰ বৃদ্ধি

ক’ভিড পৰীক্ষণত দেশৰ ভিতৰতে ৪ৰ্থ অসম

editor by editor
July 5, 2020
in অসম
0
ৰাজ‍্যত ক’ৰোনা ৰোগীৰ আৰোগ‍্যৰ হাৰ বৃদ্ধি
0
SHARES
26
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনা সংক্ৰমণে ৰাজ‍্যবাসীক ত্ৰাসিত কৰি থকাৰ সময়তে ভাল খবৰ এয়ে যে ৰাজ‍্যত বৃদ্ধি পাইছে আৰোগ‍্যৰ সংখ‍্যা। ৰাজ‍্যত ক’ৰোনা ৰোগীৰ আৰোগ‍্যৰ হাৰ ৬১.২৯ শতাংশ। আনহাতে, মৃত‍্যুৰ হাৰ মাত্ৰ .১৩ শতাংশ। তদুপৰি ১৩ দিনৰ পাছতহে আক্ৰান্তৰ সংখ‍্যা দুগুণ হৈছে। আনহাতে, ক’ভিড-১৯ৰ পৰীক্ষণত দেশৰ ভিতৰতে ৪ৰ্থ স্থানত আছে অসম। নিটি আয়োগৰ CEO অমিতাভ কান্তে টুইটযোগে অৱগত কৰিছে এই কথা। স্বাস্থ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে অৱগত কৰিছে এই কথা। তদুপৰি যোৱা ২৪ ঘণ্টাত ৰাজ‍্যৰ কেইবাখনো জিলাত আক্ৰান্তৰ সংখ‍্যা হ্ৰাস পোৱা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। কিন্তু গুৱাহাটীৰ অৱস্থা এতিয়াও সন্তোষজনক নহয়। দেওবাৰে পুৱাৰে পৰা বিয়লিলৈ ১২৫ গৰাকী ক’ৰোনা ৰোগী চিনাক্ত হয় গুৱাহাটীতে। গুৱাহাটীৰ দোকান-পোহাৰ খোলা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়- সোমবাৰৰ পৰা ৫ দিন গেলামালৰ দোকান খুলিব পাৰিব। পুৱা ৯.৩০ বজাৰ পৰা ৪ বজালৈ দোকান খুলিব পাৰিব। চিকিৎসক-চিকিৎসাকৰ্মীক উচ্চ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে আৰোগ‍্য নিধিৰ পুঁজিত এতিয়াও হাত লগোৱা নাই বুলি কয়। হোম কোৱাৰেণ্টীন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, অসমত এয়া সম্ভৱ নহয়। যিহেতু, একেটা শৌচাগাৰ-স্নানাগাৰ ব‍্যৱহাৰ কৰে এখন ঘৰৰ লোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: himanta biswa sarmapress meet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
Next Post
ৰামদেৱৰ কেৰামতালি

ৰামদেৱৰ কেৰামতালি

অল ইণ্ডিয়া ৰেডিঅ’ত অসমীয়া নাটকৰ ৭২ বছৰ পূৰ্ণ

অল ইণ্ডিয়া ৰেডিঅ'ত অসমীয়া নাটকৰ ৭২ বছৰ পূৰ্ণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.