• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

4 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

6 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

7 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

7 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

7 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

7 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

8 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

9 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

9 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

10 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

10 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

11 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?

editor by editor
July 15, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
Sunburnৰ পৰা ঘৰুৱা উপায়েৰে কেনেকৈ ৰক্ষা পৰিব?
0
SHARES
8.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমৰ দিনত ৰ’দত ওলালেই প্ৰায় সংখ্যক লোকৰ sunburn হয়৷ sunburnৰ পৰা ৰক্ষা পাবৰ বাবে ভাল ব্ৰেণ্ডৰ sunscreen ব্যৱহাৰ কৰিব লাগে। অৱশ্যে এনে বহুলোক আছে যাৰ ছালত sunscreen লগালেও কাম নিদিয়ে৷ ফলত sunburnৰ সমস্যা এই সংখ্যক লোকৰ অধিক হয়৷ আজি আমি আপোনালোকক জনাম sunburnএ সৃষ্টি কৰা সমস্যাৰ পৰা গৰমত আপোনাৰ ছালখন কেনেকৈ মসৃণ কৰি ৰাখিব৷

১. বেচন, হালধি আৰু নেমু- sunburnৰ দাগ গুচাবৰ বাবে বেচন, হালধি আৰু নেমু মিহলাই এটা পেষ্ট বনাব লাগে৷ তাৰ পিছত লাহে লাহে মুখমণ্ডলত এটা প্ৰলেপ লগাব লাগে৷ এই পেষ্টটো কেনেদৰে বনাব৷

লগতে পঢ়ক আজি নগ্নতা দিৱস, কিয় উদযাপন কৰা হয় এই নগ্নতা দিৱস?

ক. এটা পাত্ৰত দুচামুচ বেচন লওক৷

খ. এচামুচ হালধি গুড়ি৷

গ. এফাল নেমু ৰস৷

ঘ. পাত্ৰটোত এতিয়া অলপ পানী দি নেমু হালধি আৰু বেচনেৰে মিশ্ৰণটো বনাওক৷

ঙ .মিশ্ৰণ লগোৱাৰ ১৫ মিনিট পিছত ঠাণ্ডা পানীৰে মুখখন ধুই দিয়ক৷

লগতে পঢ়ক হুৰাওৰাৱে কান্দিছে ৰাখী সাৱন্তে! প্ৰেমিকৰ সন্মুখতে কিয় কান্দিলে ৰাখীয়ে?

২. ছালকুঁৱৰী- ছালকুঁৱৰী(এল’ভেৰা) ছালৰ উজ্জ্বলতাৰ বাবে ছালকুঁৱৰীক মহৌষধি বুলি জনা যায়৷ ছালকুঁৱৰীৰ ৰসে ছালখন ৰোগমুক্ত কৰে৷ কেনেদৰে লগাব ছালকুঁৱৰী আপোনাৰ মুখমণ্ডলত৷

ক. ছালকুঁৱৰী (এল’ভেৰা) জেল মুখ আৰু গলত ভালদৰে লগাওক৷

খ. ২৫ মিনিট পিছত ঠাণ্ডা পানীৰে ধুই দিয়ক৷

৩. দৈ, নেমু আৰু মৌ- দৈ, নেমু আৰু মৌৰ মিশ্ৰণেৰে মুখৰ দাগ নোহোৱা কৰাত যথেষ্ট পৰিমাণে সহায় কৰে৷

ক. এটা পাত্ৰত দুই চামুচ দৈ লওক৷

খ. এচামুচ মৌ দৈৰ সৈতে মিহলি কৰক৷

গ. দৈ আৰু মৌ ত ৪ চামুচ নেমুৰ ৰস ভালদৰে মিহলি কৰক৷

ঘ. এতিয়া এই মিশ্ৰণটো ২৫  মিনিটৰ বাবে মুখমণ্ডলত লগাওক৷

ঙ. এতিয়া ঠাণ্ডা পানীৰে ধুই দিয়ক৷

লগতে পঢ়ক ‘কাৰ্যালয়ত হাঁহি থাকক, নহ’লে চাকৰি এৰক’, চৰকাৰী কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশ

৪. দৈ আৰু হালধি- দৈ আৰু হালধিৰ উপকাৰীতা প্ৰতিগৰাকী সুন্দৰী নাৰীৰ বাবে এক পৰিচিত বিষয়৷ অতীতৰে পৰা গৰমৰ দিনত ছালৰ উজ্জ্বলতা বঢ়াবৰ বাবে পুৰুষ-মহিলা উভয়ে ব্যৱহাৰ কৰি আহিছে দৈ আৰু হালধি৷ দৈ আৰু হালধি কেনেদৰে ব্যৱহাৰ কৰিব৷

ক. এটা পাত্ৰত ৩ চামুচ দৈ লওক৷

খ. দৈ ৰ সৈতে এচামুচ হালধি মিহলি কৰক৷

গ. ২০ মিনিট মুখমণ্ডলত লগোৱাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিয়ক৷

মনত ৰাখিব গৰমৰ দিনত অধিক পৰিমাণে পানী আৰু ফল খোৱাতো বাঞ্চনীয়৷ পানী আৰু ফলৰ ৰসে দেহ সুস্থ কৰাৰ লগতে ছালখনো উজ্জ্বল কৰি তুলে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamsunburn
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?
জীৱনশৈলী

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

April 13, 2026
Next Post
সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আছে দুটাকৈ সন্তান এলন মাস্কৰ পিতৃৰ এৰ’ল মাস্কৰ

দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

দেশ সংকটত, সৰ্বত্ৰে বিক্ষোভ! তাৰ মাজতে ৰাজপথত চুম্বনৰত এহাল দম্পতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.