• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 hour ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 hours ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 hours ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 hours ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 hours ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 hours ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

7 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

7 hours ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 day ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

editor by editor
April 30, 2024
in বিশ্ব
0
যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধবিৰাম আলোচনা আৰম্ভ হোৱাৰ দিনাই ইজৰাইলৰ আক্ৰমণত নিহত ৪০ লোক

যুদ্ধবিৰতিৰ আলোচনা আৰম্ভ হোৱাৰ লগে লগে গাজাত ইজৰাইলৰ আক্ৰমণত কমেও ৪০ জন পেলেষ্টাইনী লোকৰ মৃত্যু হয়। কায়ৰো -হামাছৰ নেতাসকলে নতুন ৰাউণ্ডৰ যুদ্ধবিৰতি আলোচনাৰ বাবে কায়ৰোত উপস্থিত হোৱাৰ সময়তে, সোমবাৰে ইজৰাইলৰ বিমান আক্ৰমণত কমেও ৪০ জন পেলেষ্টাইনী নিহত হয় আৰু ইয়াৰে আধাতকৈ অধিক লোকৰ মৃত্যু হয় দক্ষিণ গাজাৰ ৰাফা চহৰত।

গাজা ষ্ট্ৰিপৰ উত্তৰ দিশৰ গাজা চহৰত ইজৰাইলৰ যুদ্ধ বিমানে দুটা আবাসথলীত আঘাত হানি কমেও ছয়জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় বুলি স্বাস্থ্য বিষয়াসকলে জনায়।

নিশা হোৱাৰ লগে লগে মধ্য গাজা ষ্ট্ৰিপৰ আল-নুচেইৰাট শৰণাৰ্থী শিবিৰৰ এটা ঘৰত ইজৰাইলী বিমান আক্ৰমণত স্থানীয় সাংবাদিককে ধৰি তিনিজন পেলেষ্টাইনীক হত্যা কৰা বুলি চিকিৎসক আৰু হামাছৰ সংবাদ মাধ্যমে জানিবলৈ দিয়ে। ইজৰাইলৰ পৃথক পৃথক বিমান আক্ৰমণত আন ছয়জন লোক নিহত হৈছে বুলিও লগতে সদৰি কৰে।

সোমবাৰে ইজৰাইলৰ সেনাই কয় যে দেওবাৰে মধ্য গাজাত দুজন জোৱান নিহত হৈছে। হামাছৰ মিত্ৰ ইছলামিক জেহাদৰ সশস্ত্ৰ শাখাই সোমবাৰে ইজৰাইললৈ ৰকেট নিক্ষেপ কৰা বুলি প্ৰকাশ কৰি ইজৰাইলৰ আকাশ আৰু স্থল আক্ৰমণৰ প্ৰায় সাত মাহৰ পিছতো গোটটোৱে ৰকেট আক্ৰমণ কৰিবলৈ সক্ষম হোৱাৰ ইংগিত দিয়ে।

গাজাৰ ২৩ লাখ জনসংখ্যাৰ প্ৰায় আধাই মাহৰ পিছত মাহ ধৰি চলি থকা ইজৰাইলী বোমাবৰ্ষণৰ ফলত আশ্ৰয় লোৱা ৰাফাত নতুনকৈ আক্ৰমণৰ সূচনা হৈছিল।

ৰাফাহ আক্ৰমণৰ বিষয়ে সোধাত ইজৰাইলৰ সেনাবাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে যুদ্ধ বিমানে “দক্ষিণ গাজাৰ অসামৰিক অঞ্চলৰ ভিতৰত সন্ত্ৰাসবাদীয়ে কাম কৰি থকা স্থানত আঘাত কৰিছে”।

মুখপাত্ৰগৰাকীয়ে কয় যে আইডিএফে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ বিফল কৰি ইজৰাইলী সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদান কৰি যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ceasefire talksGaza StripHamasIsraeli strikesPalestinians KilledRafahrockets
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
Next Post
সাৱধান, গৰমৰ দিনত বোমৰ দৰে ব্লাষ্ট হৈ যাব পাৰে আপোনাৰ মোবাইল, নকৰিব এই কাম

সাৱধান, গৰমৰ দিনত বোমৰ দৰে ব্লাষ্ট হৈ যাব পাৰে আপোনাৰ মোবাইল, নকৰিব এই কাম

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.