• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সনাতন ধৰ্মতহে কন্যা তথা মহিলাৰ সন্মান আছে… ইছলাম এৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছে এই দম্পতিয়ে

সনাতন ধৰ্মতহে কন্যা তথা মহিলাৰ সন্মান আছে… ইছলাম এৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছে এই দম্পতিয়ে

5 months ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

13 minutes ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

1 hour ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

3 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

3 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

4 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

5 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

5 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

5 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

6 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

23 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সনাতন ধৰ্মতহে কন্যা তথা মহিলাৰ সন্মান আছে… ইছলাম এৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছে এই দম্পতিয়ে

সনাতন ধৰ্মতহে কন্যা তথা মহিলাৰ সন্মান আছে... ইছলাম এৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছে এই দম্পতিয়ে

editor by editor
October 16, 2025
in বিবিধ, ভাৰত
0
সনাতন ধৰ্মতহে কন্যা তথা মহিলাৰ সন্মান আছে… ইছলাম এৰি হিন্দুধৰ্ম গ্ৰহণ কৰিছে এই দম্পতিয়ে
0
SHARES
669
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইছলাম ধৰ্মাৱলম্বী আছিল৷ বিয়াও কৰাইছিল ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়েই৷ ইছলাম ৰীতি নীতি মতেই দুয়োৰে বিবাহ হৈছিল৷ বিবাহৰ পাছত এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃও হৈছে এই দম্পতি৷ শেহতীয়াকৈ সেই দম্পতিয়েই হিন্দু ধৰ্ম গ্ৰহণ কৰিছে৷ ঘটনা উত্তৰপ্ৰদেশৰ কৌশাম্বিৰ৷ সনাতন ধৰ্ম গ্ৰহণ কৰি সেই ব্যক্তিয়ে কয়, তেওঁ হিন্দু ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছে বহুদিন পূৰ্বেই৷ সেয়ে তেওঁ শেহতীয়াকৈ নিজকে ধৰ্মান্তৰিতই কৰি পেলালে৷

চৰাই আকিল থানা এলেকাৰ পুৰখাছ গাওঁৰ বাসিন্দা মেহেন্দি আলি৷ তেওঁৰ পত্নীৰ নাম ছায়মা৷ কন্যাৰ নাম উৰ্বা৷ ধৰ্মান্তৰিত হোৱাৰ পাছত তেওঁৰ নাম অনুজ প্ৰতাপ সিং, পত্নীৰ নাম সৌমা অনুজ সিং আৰু কন্যাৰ নাম উৰ্বীজা অনুজ সিং কৰা হৈছে৷ অনুজে কয়, পৰিবাৰ আৰু সকলোৰে সন্মতিতেই তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে৷

খবৰ অনুসৰি জন্মসূত্ৰে মেহেন্দি আলি হিন্দু আছিল৷ তেওঁ ৰাজবুত পৰিয়ালৰ সন্তান আছিল৷ কিন্তু হঠাৎ ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ ইছলাম হয়৷ বিবাহো ইছলাম ৰীতি নীতি মানিয়েই কৰে৷ কিন্তু মুছলমান ধৰ্মই তেওঁক আকৃষ্ট কৰিব নোৱাৰিলে৷ সেয়ে তেওঁ আকৌ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে৷ তাৰবাবে মেহেন্দি আলিয়ে মাঞ্জানপুৰ দুৰ্গা মন্দিৰলৈ গৈ হিন্দু ৰীতিনীতি অনুসৰি পূজাও কৰে৷ তাৰপিছতেই বৈদিক মন্ত্ৰ মাতি হিন্দু ধৰ্ম গ্ৰহণ কৰে৷

অনুজে কয়, ‘মই নিজৰ ভুল বুজিব পাৰি হিন্দু ধৰ্মলৈ উভতি আহিছো৷ বসুধৈব কুটুম্বকমৰ ধাৰণাই আমাক প্ৰভাৱিত কৰি আহিছে৷ একমাত্ৰ সনাতন ধৰ্মই ক’ব পাৰে যে সমগ্ৰ পৃথিৱী একেই পৰিয়াল৷ মই নিজেও সেই কথাত বিশ্বাসী৷ বহু ধৰ্মগ্ৰন্থ পঢ়িছো আৰু বুজিব পাৰিছো সনাতন ধৰ্ম সৰ্বোত্তম৷ হিন্দু ধৰ্মত কন্যাসকলক যেনেকৈ সন্মান কৰা হয় অইন কোনো ধৰ্মতেই মহিলাক সেই সন্মান দিয়া নহয়৷ মাতৃ, ভগ্নী আৰু কন্যাৰ সন্মান সকলোতকৈ বেছি হিন্দু ধৰ্মতেই৷

অনুজৰ পত্নী সৌম্যাই কয়, ‘স্বামী আৰু পৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে আলোচনা কৰিয়েই আমি হিন্দু ধৰ্মলৈ উভতি আহিছো৷ সনাতন ধৰ্ম আমাৰ পছন্দৰ৷ সেয়ে ইছলাম ত্যাগ কৰিছো৷ সপোন যেন সঁচা হৈছে আমাৰ৷ বাকী থকা জীৱন আমি হিন্দু ধৰ্মৰ সাধনা কৰিয়েই কটাব খোজো৷ ভাৰতত প্ৰচলিত সমস্ত ধৰ্মগ্ৰন্থ অধ্যয়ণ কৰিছো আৰু বুজিব পাৰিছো সনাতনেই বাস্তৱতা৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

March 12, 2026
Next Post
২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

২৪ ঘণ্টাৰ ভিতৰত সলনি হ’ব সূৰ্যৰ গতি, সৌভাগ্যৰ জোৱাৰত ভাহিব এই ৫ৰাশি

হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

হঠাতেই কিয় এনে সিদ্ধান্ত? মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি গুজৰাট মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীৰ পদত্যাগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.