• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লেপটপতো লক কৰি ৰাখিব পাৰে WhatsApp web! কেনেকৈ কম্পিউটাৰত লক কৰিব চাটবক্স?

2 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

39 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

6 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

7 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

লেপটপতো লক কৰি ৰাখিব পাৰে WhatsApp web! কেনেকৈ কম্পিউটাৰত লক কৰিব চাটবক্স?

লেপটপতো লক কৰি ৰাখিব পাৰে WhatsApp web! কেনেকৈ কম্পিউটাৰত লক কৰিব চাটবক্স?

editor by editor
August 21, 2024
in প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
লেপটপতো লক কৰি ৰাখিব পাৰে WhatsApp web! কেনেকৈ কম্পিউটাৰত লক কৰিব চাটবক্স?
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময় আছিল যেতিয়া হোৱাটছএপ বা সামাজিকমাধ্যম কেৱল বিনোদনৰ বাবেই আছিল, এজনে আনজনক মেছেজ কৰাই কাম আছিল ৱাটছএপৰ৷ দিন সলনি হৈছে, হোৱাটছএপ এতিয়া বিনোদন নহয়, বৰং কৰ্মক্ষেত্ৰৰো বৃহৎ এক মাধ্যম হৈ উঠিছে৷

গুৰুত্বপূৰ্ণ ফাইল আদানপ্ৰদান কৰাৰ পৰা, ছবি বা ভিডিঅ’ দিয়া লোৱা, অফিছিয়েল তথ্য আদানপ্ৰদান সকলোবোৰৰ বাবেই লাগে হোৱাটছএপ৷ সেয়ে কাৰ্যালয়ত সোমাই বহুতেই লেপটপত খুলি ৰাখে নিজৰ হোৱাটছএপ একাউণ্ট৷ কাৰ্যালয়ত লেপটপত কাম কৰাৰ সময়ত আশেপাশে থাকে বহু লোক৷ ইফালে লেপটপ স্ক্ৰীণ খুলি ৰাখিলে দেখা যায় আপোনাৰ হোৱাটছএপ চাট৷ ইয়াৰ মাজত ব্যক্তিগত চাটো থাকে৷ মানে হঠাৎ কোনোবাই এই স্ক্ৰীণ দেখিলে আপোনাৰ চাট পঢ়ি পেলাব পাৰে৷ ধৰক আপুনি আপোনাৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ কোনো ফাইল চাই থাকোতেই আপোনাৰ আত্মীয়ৰ মেছেজ আহি পৰিছে৷ সেয়া সকলোৱে দেখা পোৱাটো আপুনি নিবিচাৰিলেও স্ক্ৰীণত জিলিকি আছে৷ এই চাট লুকুৱাবলৈ কি কৰিব?

বাৰে বাৰে হোৱাটছএপ ৱেব লগআউট লগইন কৰি থকাটো এক সমস্যাই৷ সেয়ে গোপনীয়তা বজাই ৰাখি হোৱাটছএপ লগ আউট নৰখাকৈ ৰাখিব পাৰে আপুনি৷ জানি থওক প্ৰাইভেছি বৰ্তাই ৰখাৰ টিপছ৷

প্ৰথমে কম্পিউটাৰ বা লেপটপৰ পৰা হোৱাটছএপ ৱেব খুলক৷ এইবাৰ কম্পিউটাৰ বা লেপটপৰ স্ক্ৰীণত আহি থকা কিউআৰ কোড স্কেন কৰি প্ৰথমে হোৱাটছএপ লেপটপত লগ ইন কৰি লওক৷

লেপটপত খোলা হোৱাটছএপ পেজৰ সোঁফালে একেবাৰে কোণত তিনিটা ডট থাকে৷ তাত ক্লিক কৰক৷ এইবাৰ ছেটিংছ অপশ্ব্যনত গৈ প্ৰাইভেছি অপশ্ব্যন বাচি লওক৷ তাৰপাছতেই স্ক্ৰিণ লক অপশ্ব্যনত ক্লিক কৰক৷

দেখিব এইবাৰ স্ক্ৰিণত এটা এটা মেছেজবক্স হে ফুটি উঠিব৷ য’ত ক্লিক কৰি নিজৰ পছন্দমতে পাছৱৰ্ড দি লওক৷ পাছৱৰ্ডটো ৬ বা তাতকৈ বেছি সংখ্যাৰ হ’লে ভাল৷ চেষ্টা কৰি যে পাছৱৰ্ড কেপিটেল আখৰৰ হয়৷

পাছৱৰ্ড কনফৰ্ম কৰাৰ বাবে এইবাৰ আকৌ নিৰ্ভুলভাৱে একেটা পাছৱৰ্ডেই লিখক৷ শেষত কম্পিউটাৰ খুলি ৰাখিলেও হোৱাটছএপ নিজে নিজেই কিছু সময়ৰ ভিতৰত লক হৈ যাব৷ পাছৱৰ্ড অবিহনে কোনোৱে চাব নোৱাৰিব আপোনাৰ হোৱাটছএপ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

Next Post
এই ৪টা টিপছ মানি চলিলেই সুস্থ থাকিব লিভাৰ, কাষ নাচাপে একাধিক ৰোগে

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন