• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

3 weeks ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

37 minutes ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

2 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

2 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

3 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

4 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

4 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

editor by editor
May 16, 2026
in প্ৰযুক্তি, বিবিধ, লেখা
0
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!
0
SHARES
806
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান যুগত স্মাৰ্টফোন অবিহনে থকাটো অসম্ভৱ। কিন্তু প্ৰযুক্তিৰ এই আশীৰ্বাদ এতিয়া বহুতৰে জীৱনত অভিশাপ হৈ পৰিছে। বিশেষকৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোনত ‘ৰীল’ চোৱাৰ গুৰুতৰ নিচাই সৰুৰ পৰা বুঢ়ালৈকে সকলোকে আকৰ্ষিত কৰিছে। বিচনাত পৰি বহুতে নিশা ভিডিঅ’ স্ক্ৰ’ল কৰি এই বেয়া অভ্যাসটো গঢ়িছে, যিয়ে নিশা টোপনি হৰিছে। বহুতে ভাবে যে গভীৰ নিশা ফোনটো চালে কেৱল মানসিক স্বাস্থ্যৰ ক্ষতি হয়। কিন্তু চিকিৎসকে আগবঢ়াই আনিছে এক বিস্ফোৰক তথ্য। ৰাতিৰ এই বেয়া অভ্যাসটোৱে আপোনাক মনে মনে মেদবহুলতাৰ দিশে ঠেলি দিয়ে।

এই প্ৰৱণতা শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত বেছিকৈ প্ৰচলিত। এই অভ্যাসক চিকিৎসকে কেনেদৰে শাৰীৰিক আৰু মানসিক অক্ষমতাৰ কাৰণ হিচাপে লয়।

নিশা ফোন ব্যৱহাৰে কেনেদৰে শৰীৰৰ ক্ষতি কৰিছে? এই ভয়াৱহ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ফেলিক্স গ্ৰুপ অৱ হস্পিতালৰ অধ্যক্ষ তথা সঞ্চালক ডাঃ ডি কে গুপ্তাই। তেওঁ কয় যে শুই উঠাৰ আগতে বহু সময় ফোন চোৱাৰ অভ্যাস এতিয়া প্ৰতি ঘৰে ঘৰে এটা ডাঙৰ সমস্যা হৈ পৰিছে। ই কেৱল মগজুৰ ওপৰত হেঁচা প্ৰয়োগ কৰাই নহয়, আমাৰ সামগ্ৰিক শাৰীৰিক প্ৰক্ৰিয়াকো ধ্বংস কৰে। ইয়াৰ কুপ্ৰভাৱ শিশু, কিশোৰ-কিশোৰী আৰু নৱপ্ৰজন্মৰ ওপৰত আটাইতকৈ বেছি।

ফোন স্ক্ৰীণৰ পৰা নিৰ্গত হোৱা নীলা পোহৰে আমাৰ শৰীৰত ‘মেলাটনিন’ নামৰ হৰম’নৰ নিঃসৰণ হ্ৰাস কৰে। এই হৰম’নে আমাক টোপনিত সহায় কৰে। ফলত যেতিয়া ই কমি যায় তেতিয়া আমি সময়মতে টোপনি নাহে। যদিও আমি ইয়াক সাধাৰণ সমস্যা বুলি গণ্য কৰোঁ, কিন্তু দীৰ্ঘদিন ধৰি চলি থাকিলে ই এটা ডাঙৰ ৰোগৰ ৰূপ লয়। ৰাতি শুই থাকিলেও বাৰে বাৰে চকু মেলিবলৈ সমস্যা হয়।

বেছিভাগ মানুহেই ভাবে যে ফোন আসক্তিয়ে কেৱল মানসিক ক্ষতিহে কৰে। কিন্তু চিকিৎসকে কয় যে ই চকুৰ স্বাস্থ্য সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। অবিৰতভাৱে ফোনটো চাই চকুত জ্বলা-পোৰা, খজুৱতি বা শুকান হৈ পৰে। যিসকলৰ ইতিমধ্যে চশমা আছে তেওঁলোকৰ শক্তি দ্ৰুতগতিত বৃদ্ধি পোৱাৰ আশংকা থাকে। ইয়াৰ লগতে দীৰ্ঘদিনীয়া মূৰৰ বিষ আৰম্ভ হয়, যিটো একেবাৰে এৰাই চলাটো উচিত নহয়।

নিশা যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেন্তে পিছদিনা আপুনি অত্যন্ত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। এই ক্লান্তিৰ বাবেই মানুহৰ শাৰীৰিক ক্ৰিয়া-কলাপ হঠাতে কমি যায়। ফলত শৰীৰে কেলৰি জ্বলাব নোৱাৰে আৰু ওজন বাঢ়িবলৈ আৰম্ভ কৰে।

অভিভাৱকসকলে ভাবে যে আজিকালি শিশু মেদবহুল হোৱাৰ একমাত্ৰ কাৰণটো হ’ল ফাষ্ট ফুড বা বেয়া খাদ্যাভ্যাস। জীৱনশৈলী আৰু খাদ্যাভ্যাস দায়ী যদিও ইয়াৰ আঁৰৰ এটা ডাঙৰ অনুঘটক হ’ল এই মোবাইল ফোন। ৰাতি ফোন চাই থকা ভাগৰুৱা অৱস্থাই ৰাতিপুৱা প্ৰাকৃতিক শক্তি আঁতৰাই পেলায়, যাৰ ফলত ওজনত প্ৰত্যক্ষ প্ৰভাৱ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?
বাণিজ্য

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
Next Post
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.