• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

editor by editor
May 21, 2022
in অসম, চিনেমা
0
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?
0
SHARES
282
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশুদ্ধ থলুৱা হাস্যৰস সমৃদ্ধ অসমীয়া চলচ্চিত্ৰ লোকেল উৎপাত-এ ইতিমধ্যে প্ৰথমটো সপ্তাহ গৌৰৱেৰে পাৰ কৰিছে৷

অসমীয়া ছবিৰ তৰাং বতৰত বিশেষকৈ অসমীয়া ছবিয়ে ছবিগৃহত প্ৰায়ে মুখ থেকেচা খাই থকাৰ সময়ত লোকেল উৎপাত-এ অসমৰ বক্স অফিচত প্ৰথমটো সপ্তাহত চুপাৰ হিট হিচাপে পৰিগণিত হৈছে৷

হাস্যৰসেৰে সমৃদ্ধ এই অসমীয়া ছবিখনে যোৱা ১৩ মে’ত ছবিগৃহত মুক্তি লাভ কৰিছিল৷ আৰ্থিক কাৰণ ছবিখনৰ প্ৰযোজক/পৰিচালক তথা ইউনিটটোৱে প্ৰমোচনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলেও সামাজিক মাধ্যমৰ যোগে ছবিখনৰ প্ৰচাৰত মনোনিৱেশ কৰা দেখা গৈছিল৷

লগতে পঢ়ক ১৩ মে’ত আহি আছে ‘লোকেল কুংফু’ৰ পৰিচালকৰ নতুন ছবি ‘লোকেল উৎপাত’

ছবিখন মুক্তি পোৱাৰ পিছত সামাজিক মাধ্যমে ছবিখনৰ ব্যৱসায়ত যোগাত্মক অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ছবিখন দৰ্শন কৰাৰ পিছত দৰ্শসকলে সামাজিক মাধ্যমত ছবিখন প্ৰশংসা কৰাৰ পিছত অন্য দৰ্শকেও ছবিখন চাবলৈ উৎসাহিত হোৱা দেখা গৈছে৷

ইফালে ছবিখনৰ ইউনিটটোৱেও অসমৰ বিভিন্ন ঠাইলৈ গৈ ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত লোৱা পদক্ষেপ লোকেল কুংফু ফেচবুক পেজৰ মাধ্যমেৰে প্ৰচাৰ কৰি দৰ্শকক আকৃষ্ট কৰিবলৈ প্ৰয়াস কৰি আহিছে৷ মুঠৰ ওপৰত বিশুদ্ধ থলুৱা হাস্যৰস সমৃদ্ধ ছবিখনে দশকক মোহাৱদ্ধ কৰি ৰাখিবলৈ সক্ষম হোৱাৰ বাবেই দ্বিতীয় সপ্তাহতো ছবিগৃহত সগৌৰৱেৰে চলি আছে৷

ইফালে ছবিখনে প্ৰথম সপ্তাহত প্ৰায় ৪০ লাখ টকা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে৷ মিতালি ফিল্মছৰ বিতৰক সুকান্ত পালে প্ৰকাশ কৰা মতে দৰ্শকৰ আগ্ৰহৰ বাবেই প্ৰতিটো ছবিগৃহতে ছবিখনৰ শ্ব’ৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷

লগতে পঢ়ক পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

ইফালে দ্বিতীয় সপ্তাহৰ দুটা দিনতো ছবিখনে দৰ্শকৰ পৰা সমাদৰ লাভ কৰাৰ খবৰ আহিছে৷ আনহাতে ছবিখনে bookmyshow.comত অভিলেখসংখ্যক ৯৭% ৰেটিং লাভ কৰিছে৷

উল্লেখ্য যে লোকল উৎপাত হৈছে লোকেল কুংফুখ্যাত কেনি বসুমতাৰীৰ ছবি৷ তেওঁৰ পূৰ্ব ছবিসমূহৰ দৰেই লোকেল উৎপাত ছবিখনতো বিশুদ্ধ থলুৱা হাস্যৰসৰ প্ৰয়োভৰ ঘটিছে, যিয়ে দশকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷

ছবিখনৰ এই সফলতাৰ বিষয়ে পৰিচালক কেনী বসুমতাৰীয়ে কয়, ‘‘আমি আত্মবিশ্বাসী আছিলো যে ই ভাল হ’ব, কিন্তু জনসাধাৰণৰ সঁহাৰি আমাৰ আশাৰ দুগুণতকৈও বেছি হৈছে। ছবিখনক হিট কৰি তোলাৰ বাবে তেওঁ অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছো।’’

লগতে পঢ়ক অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

আনহাতে প্ৰৱাসী অসমীয়া দৰ্শকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি ছবিখন ২৭ মে’ত দিল্লী, নয়ডা, মুম্বাই. বাংগালুৰু, কলকতা আদি চহৰতো মুক্তি দিয়া হ’ব বুলি প্ৰকাশ কৰিছে পৰিচালক কেনি বসুমতাৰীয়ে৷

এই ক্ষেত্ৰত পৰিচালকগৰাকীয়ে প্ৰৱাসী অৰ্থাৎ উক্ত চহৰসমূহত থকা অসমীয়া সংঘ আৰু সংগঠন তথা গোটসমূহক ছবিখন প্ৰচাৰ কৰাত তেওঁলোকক সহায় কৰিব বুলিও আশা প্ৰকাশ কৰিছে৷

“মেট্ৰ’ত প্ৰচাৰৰ কৰাৰ সামৰ্থ্য আমাৰ নাই। আমি আশা কৰিছো সেই চহৰসমূহত থকা অসমৰ সংঘ আৰু গোটসমূহে ইয়াৰ প্ৰচাৰ কৰাত সহায় কৰিব।’’ পৰিচালক কেনীয়ে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamlocal utpaat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ
চিনেমা

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

December 22, 2025
Next Post
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.