• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

1 year ago
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

2 minutes ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

36 minutes ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

56 minutes ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

1 hour ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

2 hours ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

2 hours ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

3 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

3 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

3 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

3 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

4 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

4 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে

editor by editor
March 13, 2025
in Uncategorized
0
মাহিলী ৫৯৩ টকাৰ বিনিয়োগত ১ লাখ ৰিটাৰ্ণ, দুৰ্দান্ত স্কিম আৰম্ভ কৰিছে SBIয়ে
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৰ ঘৰ লাখপতি স্কিম আৰম্ভ কৰিছে SBIয়ে৷ এয়া মূলত ৰেকাৰিং ডিপোজিট স্কিম৷ সাধাৰণ গ্ৰাহকে ৫৯৩ টকা আৰু প্ৰবীণ নাগৰিকে ৫৭৬ টকা দি বিনিয়োগ আৰম্ভ কৰিব পাৰে৷ ম্যাদৰ শেষত হাতলৈ আহিব ১ লাখ টকা৷ যিসকলে নিৰাপদ আৰু নিশ্চিত ৰিটাৰ্ণৰ গেৰাণ্টি বিচাৰে তেওঁলোকৰ বাবে এই স্কিম আদৰ্শ৷

SBIৰ এই স্কিমৰ ম্যাদ ৩ বছৰৰ পৰা আৰম্ভ কৰি ১০ বছৰ পৰ্যন্ত৷ গ্ৰাহকে তেওঁলোকৰ আৰ্থিক লক্ষ্য অনুসৰি ম্যাদ বাচি লব পাৰে৷ সেই অনুসৰি মাহিলী কিস্তি জমা দিব লাগে৷ যিসকলে ১০ বছৰৰ ম্যাদত বিনিয়োগ কৰিব খোজে তেওঁলোকে ৫৯৩ টকাকৈ বিনিয়োগ আৰম্ভ কৰিব পাৰে৷

যিকোনো ভাৰতীয় নাগৰিকে হৰ ঘৰ লাখপতি স্কিমত বিনিয়োগ কৰিব পাৰে৷ চিংগল একাউণ্টৰ ওপৰিও জয়েণ্ট একাউণ্ট খুলিব পাৰে৷ ১০ বছৰ বা তাতকৈ বেছি বয়সীয়া নাবালকে নিজেও বা অভিভাৱকৰ সৈতে যুঁটিয়াভাৱে এই একাউণ্ট খুলিব পাৰে৷ হৰ ঘৰ লাখপতি স্কিমত ১ লাখ টকা ৰিটাৰ্ণ পাবলৈ প্ৰতিমাহে কিমান বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ৷

৩ বছৰীয়া RD

সাধাৰণ নাগৰিকে বিনিয়োগ কৰিব লাগিব ২৫০২ টকা

ছিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ২৪৮২ টকা

৪ বছৰৰ ম্যাদৰ RD

সাধাৰণ নাগৰিকে মাহিলী বিনিয়োগ কৰিব লাগিব ১৮১২ টকা
চিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ১৭৯৩ টকা

৫ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিকে বিনিয়োগ কৰিব লাগিব ১৪০৯ টকা

চিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ১৩৯১ টকা

৬ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিকে বিনিয়োগ কৰিব লাগিব ১১৩৫ টকা
চিনিয়ৰ চিটিজেনে বিনিয়োগ কৰিব লাগিব ১১১৭ টকা
৭ বছৰৰ ম্যাদত RD
সাধাৰণ নাগৰিক ৯৪০ টকা
চিনিয়ৰ চিটিজেন ৯২৩ টকা

৮ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিক ৭৯৫ টকা
চিনিয়ৰ চিটিজেন ৭৭৮ টকা

৯ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিক ৬৮২ টকা
চিনিয়ৰ চিটিজেন ৬৬৫ টকা

১০ বছৰৰ ম্যাদত RD

সাধাৰণ নাগৰিক ৫৯৩ টকা

চিনিয়ৰ চিটিজেন ৫৭৬ টকা

হৰ ঘৰ লাখপতি স্কিমত ৩ আৰু ৪ বছৰৰ ম্যাদত সাধাৰণ গ্ৰাহকে ৬.৭৫ শতাংশ হাৰত সুদ দিয়ে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ ৭.২৫শতাংশ৷ আৰু ৫ৰ পৰা ১০ বছৰৰ ম্যাদত সাধাৰণ গ্ৰাহকক ৬.৫০ শতাংশ আৰু প্ৰবীণ নাগৰিকক ৭.০০ শতাংশ হাৰত সুদ দিয়া হৈছে৷

এই একাউণ্ট খোলাৰ পূৰ্বে এই কথা জানি থোৱা জৰুৰী যে ৬মাহ কিস্তিৰ টকা জমা নিদিলে একাউণ্ট বন্ধ হৈ যাব পাৰে৷ টকা আকৌ গ্ৰাহকৰ ছেভিংছ একাইণ্টলৈ উভতাই দিয়া হয়৷ নিয়মিত কিস্তিৰ টকা জমা দিলেহে ম্যাদৰ শেষত হাতত ১ লাখ ধন পাব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

বাৰে বাৰে চেষ্টা কৰিও পিতৃ-মাতৃ হ’ব পৰা নাই? IVF ৰ পূৰ্বে এই বিশেষ কামসমূহত মন দিয়ক দ্ৰুতভাৱে পাব সুখবৰ

২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

২০ টকীয়া নোটেই খুলিব পাৰে আপোনাৰ ভাগ্য! এই ২০ টকীয়া নোট আছে যদি লাভ কৰিব কেইবা লক্ষ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.