• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধৰ বক্ৰী দশাত তিনি ৰাশিৰ কঁপাল ফুলিব! ২৫ দিনত ভৰিব পকেট, আকাশলংঘী সাফল্য আহিব জীৱনলৈ

বুধৰ বক্ৰী দশাত তিনি ৰাশিৰ কঁপাল ফুলিব! ২৫ দিনত ভৰিব পকেট, আকাশলংঘী সাফল্য আহিব জীৱনলৈ

1 year ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

1 hour ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

3 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

7 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

8 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধৰ বক্ৰী দশাত তিনি ৰাশিৰ কঁপাল ফুলিব! ২৫ দিনত ভৰিব পকেট, আকাশলংঘী সাফল্য আহিব জীৱনলৈ

বুধৰ বক্ৰী দশাত তিনি ৰাশিৰ কঁপাল ফুলিব! ২৫ দিনত ভৰিব পকেট, আকাশলংঘী সাফল্য আহিব জীৱনলৈ

editor by editor
July 2, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বুধৰ বক্ৰী দশাত তিনি ৰাশিৰ কঁপাল ফুলিব! ২৫ দিনত ভৰিব পকেট, আকাশলংঘী সাফল্য আহিব জীৱনলৈ
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতিটো গ্ৰহি নিৰ্দিষ্ট সময়ৰ অন্তৰালত অৱস্থান সলনি কৰে৷ তাৰমাজতেই বিভিন্ন গ্ৰহই কেতিয়াবা বক্ৰীদশাত আৰু কেতিয়াবা মাৰ্গী চলনেৰে গতি কৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱ পৰে ১২ ৰাশিৰ জীৱনত৷ বৰ্তমান বুধে কৰ্কট ৰাশিত অৱস্থান কৰিছে৷ আগন্তুক ১৮ জুলাইত কৰ্কট ৰাশিত উলোটা পথেৰে আহিবলৈ আৰম্ভ কৰিব বুধে৷ চলিত বছৰৰ ১১ আগষ্ট পৰ্যন্ত কৰ্কট ৰাশিত প্ৰতিগামী হৈ থাকিব বুধে৷ বুধৰ বক্ৰী দশাত তিনি ৰাশিৰ ভাগ্যলৈ বিৰাট সাল সলনি আহিব পাৰে৷ এই তিনি ৰাশি কি কি?

বৃশ্চিক ৰাশি

বুধৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ সুদিন ঘূৰিব৷ জীৱনৰ সকলো ক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ সমাজত সন্মান, প্ৰতিপত্তি বাঢ়িব৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা পাব৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে৷

ধনু ৰাশি

বুধৰ বক্ৰী দশাত ধনু ৰাশিৰ জাতক জাতিকাই নিজৰ ব্যৱহাৰ আৰু ব্যক্তিত্বত ইতিবাচক পৰিবৰ্তন আনিব৷ যুক্তিসহকাৰে নিজৰ মতামত অন্যৰ সন্মুখত তুলি ধৰিব পাৰিব৷ কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ যোগ আছে৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷ প্ৰিয়জনৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷

কুম্ভ ৰাশি

বুধৰ ওলোটা গতিৰ ফলত কুম্ভ ৰাশিৰ কঁপাল ফুলিব৷ বহু দিনৰ অসম্পূৰ্ণ কাম শেষ কৰিব পাৰিব৷ আৰ্থিক উন্নতিৰ পথ প্ৰশস্ত হব৷ চাকৰিত উন্নতিৰ সুযোগ আহিব পাৰে৷ নতুন চাকৰি লাভৰ ক্ষেত্ৰত সাফল্য লাভ কৰিব৷ ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ সন্তানৰ শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
পত্নী আৰু কন্যাৰ বাবে প্ৰতিমাহে ৪ লাখ টকাকৈ দিব লাগিব, ছামীক নিৰ্দেশ হাইকৰ্টৰ

পত্নী আৰু কন্যাৰ বাবে প্ৰতিমাহে ৪ লাখ টকাকৈ দিব লাগিব, ছামীক নিৰ্দেশ হাইকৰ্টৰ

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.