• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 weeks ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

10 minutes ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

36 minutes ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

56 minutes ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

1 hour ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

2 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

3 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

4 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

5 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

22 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

editor by editor
March 18, 2026
in জীৱনশৈলী
0
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত বুধ হৈছে জ্ঞান, বুদ্ধি, শিক্ষা আৰু বাচন ক্ষমতাৰ কাৰক গ্ৰহ৷ সূৰ্যৰ সকলোতকৈ নিকটবৰ্তী এই গ্ৰহক জ্যোতিষশাস্ত্ৰত যুৱৰাজ বুলিও সম্বোধন কৰা হয়৷ চন্দ্ৰৰ পাছতেই বুধে সকলোতকৈ দ্ৰুত ৰাশি পৰিবৰ্তন কৰে৷ আগন্তুক ২৫ মাৰ্চত এই বুধ গ্ৰহই আৰম্ভ কৰিব দক্ষিণ মাৰ্গী চলন৷ জ্যোতিষবিদৰ মতে বুধৰ এই দক্ষিণমুখী গমনৰ ফলত বিশেষ ৫ ৰাশিৰ জাতক জাতিকাৰ জীৱনত সৌভাগ্যৰ নতুন দিগন্ত উন্মোচিত হ’ব৷ বিশেষকৈ শিক্ষা, ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত সাফল্যৰ যোগ দেখিছে গণকে৷

মেষ ৰাশি

বুধৰ দক্ষিণগামী চলন মেষ ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদ হৈ নামিব৷ দীৰ্ঘদিনৰ ৰৈ থকা ধন অপ্ৰত্যাশিতভাৱে উভতি আহিব পাৰে৷ বিনিয়োগৰ ক্ষেত্ৰত ডাঙৰ মুনাফা অহাৰ যোগ আছে৷ এই সময়ত আপোনাৰ সাহস আৰু আত্মবিশ্বাস তুংগত থাকিব৷ যাৰ ফলত কৰ্মক্ষেত্ৰত কঠিন কোনো সিদ্ধান্ত লোৱা সহজ হৈ পৰিব৷ উপাৰ্জনৰ একাধিক নতুন উৎস খুলি যোৱাত আৰ্থিক চিন্তাৰ পৰা মুক্তি পাব৷

মিথুন ৰাশি

যিহেতু মিথুন ৰাশিৰ অধিপতি বুধ, সেয়ে ইয়াৰ চলন সলনিত সকলোতকৈ বেছি লাভৱান হ’ব এই ৰাশিৰ জাতকেই৷ আপোনাৰ বাবে এক সোণালী অধ্যায়ৰ সূচনা হব৷ ব্যৱসায়ীয়ে ডাঙৰ কোনো লাভজনক চুক্তিত চহী কৰিব পাৰে৷ বাচনভংগীৰ জাদুৰে আপুনি অন্যত মোহিত কৰিব৷ যাৰ ফলত বহু জটিল সমস্যাৰ সমাধান হ’ব কেৱল কথাৰ মাধ্যমেৰেই৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব৷

সিংহ ৰাশি

২৫ মাৰ্চৰ পাছৰে পৰা সিংহ ৰাশিৰ জাতকৰ ঘৰত লক্ষ্মীৰ কৃপা বৰ্তি থাকিব৷ উপাৰ্জনৰ সুযোগ আহিব৷ বিশেষকৈ পৈতৃক সম্পত্তিক লৈ চলা দীৰ্ঘদিনৰ বিবাদ বা আইনী জটিলতা এইবাৰ দূৰ হোৱাৰ সম্ভাৱনা আছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় অত্যন্ত শুভ৷ প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্যৰ সংকেত আছে৷ ব্যৱসায়িক ক্ষেত্ৰতো আৰ্থিক উন্নতিৰ গ্ৰাফ ঊর্ধ্বমুখী হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে কৰ্মক্ষেত্ৰত ডাঙৰ সুসংবাদে অপেক্ষা কৰিছে৷ বুধৰ কৃপাত চাকৰিত পদোন্নতি বা মোটা অংকৰ দৰমহা বৃদ্ধিৰ যোগ প্ৰবল৷ যিসকলে দীৰ্ঘদিন ধৰি নতুন কামৰ সন্ধানত আছে তেওঁলোকৰ বাবে ভাল সুযোগ আহিব পাৰে৷ মানসিক দুশ্চিন্তাৰ পৰা ওলাই আহিব পাৰিব৷

ধনু ৰাশি

দক্ষিণমুখী বুধে ঝনু ৰাশিৰ জাতকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ খবৰ কঢ়িয়াই আনিছে৷ পাৰিবাৰিক অশান্তি দূৰ হৈ শান্তিময় পৰিবেশ তৈয়াৰ হব৷ নতুন বাহন আৰু ঘৰ ক্ৰয়ৰ যি পৰিকল্পনা দীৰ্ঘদিন ধৰি কৰিছিল সেয়া সফল হোৱাৰ যোগ আছে৷ জীৱনসংগীৰ সৈতে সম্পৰ্কৰ মাধুৰ্যতা বাঢ়িব আৰু যৌথ কোনো কামত বিশেষ সাফল্য লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব
খাদ্য

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?
জীৱনশৈলী

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

April 15, 2026
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন
জীৱনশৈলী

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

April 15, 2026
Next Post
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.