• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্য-বুধ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, জুন মাহত সোণৰ দৰে ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

সূৰ্য-বুধ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, জুন মাহত সোণৰ দৰে ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

1 year ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

1 minute ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

1 hour ago
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

1 hour ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

1 hour ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

2 hours ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

3 hours ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

3 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

5 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

5 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

6 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

7 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্য-বুধ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, জুন মাহত সোণৰ দৰে ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

সূৰ্য-বুধ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, জুন মাহত সোণৰ দৰে ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
May 28, 2025
in জীৱনশৈলী
0
সূৰ্য-বুধ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, জুন মাহত সোণৰ দৰে ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাই কৈছে জুন মাহত ভাগ্যোন্নতি হব পাঁচ ৰাশিৰ জাতকৰ। জুন ২০২৫ত ত্ৰিগ্ৰহী যোগ গঠিত হব। মিথুন ৰাশিত মিলিত হব বুধ, বৃহস্পতি আৰু সূৰ্য। এই তিনি গ্ৰহৰ মিলনত ত্ৰিগ্ৰহী যোগৰ ওপৰিও জুন মাহত মিথুন ৰাশিত গঠিত হব বুধাদিত্য ৰাজযোগ। এই দুই শুভ যোগৰ প্ৰভাৱত আগন্তুক মাহত সকলো কামতেই সহজে সাফল্য পাব মেষ, মিথুন আৰু সিংহ, বৃশ্চিক আৰু ধনু ৰাশিৰ জাতকে। আৰ্থিকভাৱে লাভৱান হোৱাৰ ওপৰিও কেৰিযাৰত দায়িত্ব আৰু প্ৰতিপত্তি বাঢ়িব এইসমূহ ৰাশিৰ জাতকৰ। জানি থওক কি কি পৰিবৰ্তন আহিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনত।

মেষ ৰাশি

আগন্তুক মাহৰ সকলো সমস্যাৰ সমাধান বিচাৰি পাব মেষ ৰাশিৰ জাতকে। বন্ধু আৰু শুভাকাংক্ষীৰ পৰা দৰকাৰী সাহায্য পাব। কেৰিয়াৰত উন্নতি কৰিবলৈ এই সময়ত আপুনি অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব। সকলো কামতেই ভাগ্যৰ সহায়তা পাব। মাহৰ তৃতীয় সপ্তাহত পৰিয়ালত কিছু খেলিমেলি হব পাৰে। নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।

মিথুন ৰাশি

জুন মাহত সাংসৰিক জীৱন বেছ আনন্দেৰে কটাব মিথুন ৰাশিৰ জাতকে। নানান কাৰণত খৰচ বাঢ়িব। সৰুসুৰা সমস্যা হলেও বুদ্ধি খটাই এইসমূহ সমস্যাৰ সমাধান ওলিয়াব পাৰিব। আগন্তুক মাহত নিজৰ লক্ষ্যৰ প্ৰতি আপুনি স্থিৰ হৈ থাকক। অৰ্থহীন আলোচনা কৰি সময় নষ্ট নকৰিব। সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে।

সিংহ ৰাশি

সৌভাগ্য আৰু এনাৰ্জিৰে জুন মাহ পৰিপূৰ্ণ হৈ থাকিব সিংহ ৰাশিৰ জাতকৰ। মাহৰ শেষত আপুনি ঠিকমতে কাম কৰিব পাৰিব। সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। কৰ্মক্ষেত্ৰত সিংহ ৰাশিৰ জাতকৰ আইডিয়া সকলোৱে পছন্দ কৰিব। নেতৃত্ব দিয়াৰ ক্ষমতা আৰু বিকশিত হব। পেছাগত জীৱনক এই সময়ত নতুন ৰূপ দিব পাৰিব। আত্মবিশ্বাস বাঢ়িব। অফিচত পদোন্নতি কৰিব পাৰে।

বৃশ্চিক ৰাশি

জুন মাহত সকলো ফালৰ পৰাই লাভ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে। মাহৰ আৰম্ভণিৰে পৰাই কেৰিয়াৰত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব। স্বাস্থ্যক লৈ আৰু সচেতন হওক। কামৰ বাবে বন্ধুৰ সাহায্য পাব। নিজৰ সময় আৰু এনাৰ্জিক সঠিকভাৱে কামত লগাই লক্ষ্যৰ দিশেৰে আগুৱাই যাব বৃশ্চিক ৰাশিৰ জাতক। পৰীক্ষাতো ভাল ফল পাব ছাত্ৰ ছাত্ৰীসকলে।

ধনু ৰাশি

জুন মাহৰ আৰম্ভণিৰে পৰা সৌভাগ্য লাভ হব ধনু ৰাশিৰ জাতকৰ। অফিচৰ চিনিয়ৰ আৰু জুনিয়ৰৰ সমৰ্থন পাব। আপোনাৰ পৰিশ্ৰম অন্যসকলে প্ৰশংসা কৰিব। কেৰিয়াৰত যি সাফল্য লাভৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰিছিল সেই সময়ত এয়া লাভ কৰিব। পুৰণি বন্ধুৰ সাহায্য পাব। মাহৰ শেষত ব্যক্তিগত জীৱনলৈ সুখ আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

September 17, 2026
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?
জীৱনশৈলী

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

September 17, 2026
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?
জীৱনশৈলী

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

September 17, 2026
Next Post
কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে…! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে...! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

বিধ্বংসী বানৰ পৰা কেদাৰনাথ মন্দিৰক ৰক্ষা কৰিছিল এটা বিশালকায় শিলে! কিন্তু ক’ৰ পৰা কেনেকৈ নামি আহিছিল এই ঈশ্বৰৰ পাথৰ?

বিধ্বংসী বানৰ পৰা কেদাৰনাথ মন্দিৰক ৰক্ষা কৰিছিল এটা বিশালকায় শিলে! কিন্তু ক’ৰ পৰা কেনেকৈ নামি আহিছিল এই ঈশ্বৰৰ পাথৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.