কোন ৰাজ্যৰ পৰা কেইজনে পাব কেবিনেটত স্থান, অসমৰ দুজন…মুঠ ৬৯ গৰাকী
মাথো কিছু সময় বাকি। ঐতিহাসিত ক্ষণৰ দিশে NDA চৰকাৰ। মোদীৰ শপত গ্ৰহণৰ লগতে ৬৯ গৰাকী নৱনিৰ্বাচিত সাংসদো সম্পূৰ্ম প্ৰস্তুত। তালিকা ইতিমধ্যে প্ৰকাশ। অৱশ্যে কোনে কি মন্ত্ৰীপদ সেয়া বৰ্তমানেও স্পষ্ট নহয়। ৰাজ্য অনুসাৰে নাম তালিকা প্ৰকাশ পোৱা মতে
অৰুণাচল
১.কিৰেণ ৰিজিজু
অসম
১.সৰ্বানন্দ সোণোৱাল
২.পবিত্ৰ মাৰ্ঘেৰিটা
গুজৰাট
১.অমিত শ্বাহ
২.এছ জয়শংকৰ
৩.মানসুখ মাণ্ডবিয়া
৪.চি আৰ পাটিল
৫.নীমু বেন বাম্ভনিয়া
হিমাচল
১.জে পি নাড্ডা
ওড়িশা
১.অশ্বিনী বৈষ্ণৱ
২.ধৰ্মেন্দ্ৰ প্ৰধান
৩.জুৱাল ওৰাম
কৰ্ণাটক
১.নিৰ্মলা সীতাৰমণ
২.এইচ ডি কে
৩.প্ৰহ্লাদ যোশী
৪.শোভা কৰণ্ডলাজে
৫.ভি সোমন্না
মহাৰাষ্ট্ৰ
১.পিযুষ গোৱেল
২.নিতীন গাডকাৰী
৩.প্ৰতাপ ৰাও জাধৱ
৪.ৰক্ষ খাদছে
৫.ৰাম দাস আঠাৱালে
৬.মুৰ্লিধৰ মোহল
গোৱা
১.শ্ৰীপদ নাইক
জম্মু-কাশ্মীৰ
১.জিতেন্দ্ৰ সিং
মধ্যপ্ৰদেশ
১.শিৱৰাজ সিং চৌহান
২.জ্যোতিৰাদিত্য সিন্ধিয়া
৩.সাবিত্ৰী ঠাকুৰ
৪.বীৰেন্দ্ৰ কুমাৰ
উত্তৰ প্ৰদেশ
১.হৰদীপ সিং পুৰী
২.ৰাজনাথ সিং
৩.জয়ন্ত চৌধুৰী
৪.জিতিন প্ৰসাদ
৫.পংকজ চৌধুৰী
৬.বি এল ভাৰ্মা
৭.অনুপ্ৰিয়া পেটেল
৮.কমলেশ পাছৱান
৯.এছ পি সিং বাঘেল
বিহাৰ
১.চিৰাগ পাছৱান
২.গিৰিৰাজ সিং
৩.জিতন ৰাম মাঞ্জি
৪.ৰামনাথ ঠাকুৰ
৫.লালন সিং
৬.নিৰ্য্যানন্দ ৰায়
৭.ৰাজ ভূষণ
৮.সতীশ ডুবে
ৰাজস্থান
১.গজেন্দ্ৰ সিং শেখাৱত
২.অৰ্জুন ৰাম মেঘৱাল
৩.ভূপেন্দ্ৰ যাদৱ
৪.ভাগীৰথ চৌধুৰী
হাৰিয়ানা
১.এম এল খট্টৰ
২.ৰাও ইন্দৰজিৎ সিং
৩.কৃষ্ণ পাল গুৰজাৰ
কেৰালা
১.সুৰেশ গোপী
২.জৰ্জ কুৰিয়েন
তেলেংগানা
১.জি কিষাণ ৰেড্ডী
২.বন্দী সঞ্জয়
তামিলনাডু
১.এল মুৰুগান
ঝাৰখণ্ড
১.সঞ্জয় ছেঠ
২.অন্নপূৰ্ণা দেৱী
ছত্তীশগড়
১.টোখান সাহু
অন্ধ্ৰ প্ৰদেশ
১.ড° চন্দ্ৰশেখৰ পেম্মাসানী
২.ৰাম মোহন নাইডু কিঞ্জৰাপু
৩.শ্ৰীনিবাস ভাৰ্মা
পশ্চিম বংগ
১.শান্তনু ঠাকুৰ
২.সুকান্ত মজুমদাৰ
পঞ্জাৱ
১.ৰৱনীত সিং বিট্টু
উত্তৰাখণ্ড
১.অজয় তামতা
দিল্লী
১.হৰ্ষ মালহোত্ৰা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ