• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰত অসমৰ সুৰভী

৪০০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰত অসমৰ সুৰভী

1 year ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

4 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

5 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

5 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

6 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

7 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

7 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

8 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

9 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

10 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

10 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৪০০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰত অসমৰ সুৰভী

editor by editor
July 24, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
৪০০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰত অসমৰ সুৰভী
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪০০০ কোটি টকাৰে নিৰ্মাণ হৈ থকা ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰত অসমৰ সুৰভী

বৰ্তমানে বলীউডৰ সবাতোকৈ চৰ্চিত আৰু কৌতুহল হৈ থকা চবিখনেই হৈছ নমিত মালহোত্ৰাৰ ‘ৰামায়ণ’। ৰনবীৰ কাপুৰ আৰু সাই পল্লৱীৰ ৰাম-সীতাৰ চৰিত্ৰৰে নিৰ্মাণ হৈ থকা এই ছবিখনৰ প্ৰতিটো চৰিত্ৰই এতিয়া দৰ্শক তথা অনুৰাগীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

ৰামৰ চৰিত্ৰত ৰনবীৰ, সীতা- সাই পল্লৱী, ৰাৱন- য়শ, হনুমান -ছানী দেউল, ৰাৱন পত্নী মন্দোদৰী – কাজল অগৰৱাল, দশৰথ- অৰুণ গোভিল, লক্ষ্মণ- ৰবি ডুবে। পাছে এতিয়া পোহৰলৈ আহিছে লক্ষণ পত্নী তথা সীতা ভগ্নী উৰ্মিলাৰ চৰিত্ৰৰ কাষ্টিঙৰ কথা।

অসমৰ এগৰাকী যুৱতীয়ে লাভ কৰিছে এই চৰিত্ৰ। ইনষ্ট্ৰাগ্ৰাম যোগে সদৰি কৰিছে এই ৪০০০ কোটি টকীয়া নমিত মালহোত্ৰাৰ ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰ লাভ কৰাৰ কথা।

সেই সুন্দৰী গৰাকী হৈছে সুৰভী দাস। ইতিমধ্যে হিন্দী টেলিভিছন জগতত নাম গঢ়া সুৰভীয়ে কৰিছে ‘নীমা ডেংজোম্পা’ নামৰ জনপ্ৰিয় ধাৰাবাহিকৰ মূখ্য চৰিত্ৰ। ইয়াৰ উপৰি বঙালি ছবিজগততো চিনেমাত মুখ্য চৰিত্ৰ কৰি নাম গঢ়িছে অসমৰ সুৰভীয়ে।

সুৰভীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট যোগে এই খবৰ সদৰি কৰি কৈছে যে, এই ছবিখনৰ অংশ হৈ বহুত ভাল লাগি আছে, ৱেলকাম টু দা ৱৰ্ল্ড অৱ নমিত মালহোত্ৰা ‘ৰামায়ণ’।

অৱশ্যে সুৰভীয়ে নিজেই উৰ্মিলাৰ চৰিত্ৰ কৰাৰ কথা সদৰি কৰা নাই। সামাজিক মাধ্যমত যোগে হে সুৰভীয়ে উৰ্মিলাৰ চৰিত্ৰ ৰূপায়ন কৰিব বুলি খবৰ প্ৰকাশ পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Lakshman Wife UrmilaNamit MalhotraRamayanSurbhi Das
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
নিয়ন্ত্ৰণ হেৰুৱাই বহু ফুট তলত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, ৭ নিহত, ২২ সংকটজনক

নিয়ন্ত্ৰণ হেৰুৱাই বহু ফুট তলত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, ৭ নিহত, ২২ সংকটজনক

আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?

আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.