• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোক ইহঁতে মাৰি পেলাব, এয়াই মোৰ শেষ মাত’, পত্নীক ফোন কৰি হঠাতেই ক’ত হেৰাই গ’ল চৰাইদেউৰ নৃপেন চিত্ৰকৰ?

‘মোক ইহঁতে মাৰি পেলাব, এয়াই মোৰ শেষ মাত’, পত্নীক ফোন কৰি হঠাতেই ক’ত হেৰাই গ’ল চৰাইদেউৰ নৃপেন চিত্ৰকৰ?

4 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

11 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

12 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

13 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

13 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

13 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

14 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

16 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

17 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

17 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

17 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

18 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘মোক ইহঁতে মাৰি পেলাব, এয়াই মোৰ শেষ মাত’, পত্নীক ফোন কৰি হঠাতেই ক’ত হেৰাই গ’ল চৰাইদেউৰ নৃপেন চিত্ৰকৰ?

editor by editor
December 12, 2022
in অসম, জীৱনশৈলী, ভাৰত
0
‘মোক ইহঁতে মাৰি পেলাব, এয়াই মোৰ শেষ মাত’, পত্নীক ফোন কৰি হঠাতেই ক’ত হেৰাই গ’ল চৰাইদেউৰ নৃপেন চিত্ৰকৰ?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহিঃৰাজ্যত কৰ্মৰত চৰাইদেউ জিলাৰ এজন ব্যক্তিৰ এটা ভাইৰেল ফোনকলক লৈ সৰ্বত্ৰে চৰ্চা৷ চৰাইদেউৰ যুৱকজনে গুজৰাটৰ পৰা অসমলৈ অহাৰ যাত্ৰাপথৰ পৰাই নিৰুদ্দিষ্ট হোৱাৰ ঘটনাই চিন্তিত কৰিছে পৰিয়ালটোক৷ চৰাইদেউ জিলাৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱৰ নৃপেন চিত্ৰকৰ নামৰ ৩৭ বছৰীয়া ব্যক্তিজনে বিগত প্ৰায় পাঁচ বছৰ ধৰি গুজৰাটৰ এটা ব্যক্তিগত খণ্ডৰ তেল কোম্পানীত কৰ্মৰত হৈ আছিল।

কৰ্তব্যৰ মাজতে লাভ কৰা চুটিৰ দিনকেইটাত ঘৰলৈ আহি পুনৰ কৰ্তব্যলৈ গুচি যায় ব্যক্তিজন৷ ঠিক আগৰ দৰেই যোৱা ৬ ডিচেম্বৰত অবধ আসাম এক্সপ্ৰেছযোগে শিমলুগুৰি ৰেল জংচনৰ পৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছিল নৃপেন চিত্ৰকৰে। দিল্লীৰ পৰা পুনৰ অন্য এখন ৰে’লেৰে কৰ্মস্থলী গুজৰাটলৈ গৈছিল নৃপেন চিত্ৰকৰ। যাত্ৰা পথত পৰিয়ালৰ লোকৰ সৈতে ম’বাইলত কথাবাৰ্তা হৈ থকাৰ মাজতে শনিবাৰে পুৱতি নিশা তিনি বজাত নৃপন চিত্ৰকৰে পত্নীলৈ ফোন কৰি এক অবাঞ্ছিত খবৰ দিয়ে।

‘আজিৰ পৰা নেপাৱ মোক, মোক মাৰি পেলালে ইয়াত৷’ পত্নীয়ে পুনৰ ফোন কৰিলে স্বামী নৃপেন চিত্ৰকৰলৈ৷ ফোনত নৃপেন চিত্ৰকৰৰ একেই কথা, ‘এইটো মোৰ লাষ্ট মাত’। কান্দি কান্দি জনালে, ‘মই মৰিলোৱে, গোটেইবোৰে মোক মাৰিবলে লৈছে।’

তাৰপিছৰ পৰাই ফোন অফ হৈ আছে নৃপেন চিত্ৰকৰৰ। বৰ্তমানেও নিৰুদ্দিষ্ট হৈ আছে নিপেন চিত্ৰকৰ। বৰ্তমান কৰ্মস্থলী গুজৰাটৰ কাৰ্যালয় গৈ পোৱাগৈ নাই নৃপেন চিত্ৰকৰ। চিন্তিত হৈ পৰিছে এতিয়া পৰিয়ালৰ লোক। উপায়হীন হৈ পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে টেঙাপুখুৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে…

তোমাৰ সৈতে আকৌ দেখা হ’ব, মনৰ মানুহ সিদ্ধাৰ্থক ওপজা দিনত সোঁৱৰিলে শ্বেহনাজ গীলে...

মইনা নায়কতেই শেষ হোৱা নাই! শিল ভঙা মেছিনত সোমাল তিনিগৰাকী মহিলা…

মইনা নায়কতেই শেষ হোৱা নাই! শিল ভঙা মেছিনত সোমাল তিনিগৰাকী মহিলা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.