অসমক ‘অশান্ত অঞ্চল’ ঘোষণা। ২৭ ফেব্ৰুৱাৰীৰ পৰা ৬ মাহৰ বাবে বলৱৎ হ’ব সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত অসমত কিয় AFSPA? চন্দ্ৰশেখৰ চৌধুৰীৰ সৈতে OPEN FORUM।