• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিচ্ছেদ হ’ল নেকি ছাৰা টেণ্ডুলকাৰ-শুভমন গিলৰ? এজনে আনজনক আনফ’ল’

11 months ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

36 minutes ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

1 hour ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

2 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

19 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

21 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

22 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

23 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

24 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 day ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিচ্ছেদ হ’ল নেকি ছাৰা টেণ্ডুলকাৰ-শুভমন গিলৰ? এজনে আনজনক আনফ’ল’

editor by editor
April 20, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বিচ্ছেদ হ’ল নেকি ছাৰা টেণ্ডুলকাৰ-শুভমন গিলৰ? এজনে আনজনক আনফ’ল’
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিচ্ছেদ হ’ল নেকি ছাৰা টেণ্ডুলকাৰ-শুভমন গিলৰ? এজনে আনজনক আনফ’ল’

ভাৰতীয় ক্ৰিকেট দলৰ বিখ্যাত খেলুৱৈ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰ নাম প্ৰায়ে কোনোবা নহয় কোনোবা কাৰণত শিৰোনামত থাকে। এই সময়ত চাৰা আৰু ভাৰতীয় দলৰে খেলুৱৈ শুভমান গিলৰ মাজৰ সম্পৰ্ক আকৌ বাতৰিৰ শিৰোনামত।

এইবাৰ দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি খবৰ। ছ’চিয়েল মিডিয়াৰ পৰা গছিপ টাউনলৈকে দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি চৰ্চা চলিছে। ইয়াৰ ইংগিত ইনষ্টাগ্ৰামতো পোৱা গৈছে।

উল্লেখ্য যে, ছাৰা আৰু শুভমানে কেতিয়াও আনুষ্ঠানিকভাৱে তেওঁলোকৰ সম্পৰ্কক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল। ইয়াৰ বাবে বহু সংবাদ মাধ্যমে দুয়োজনে ইজনে সিজনৰ লগত ডেটিং কৰি থকা বুলি দাবী কৰিছিল।

এতিয়া হঠাতে দুয়োজনে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰিছে, তাৰ পিছত তেওঁলোকৰ ব্ৰেকআপৰ কথাও চলিছে। অৱশ্যে সত্য কি সেয়া কেৱল চাৰা আৰু শুভমানেহে জানে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BreakupinstagramLOVE STORYSara TendulkarSubhman Gil
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
Next Post
দক্ষিণৰ ছুপাৰষ্টাৰ ধনুশৰ শ্বুটিংথলীত ভয়ংকৰ অগ্নিকাণ্ড, হাহাকাৰ পৰিস্থিতি

প্ৰেমৰ ক্ষেত্ৰত মনৰ সলনি মগজুৰ ব্যৱহাৰ কৰে ৪ ৰাশি লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন