• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰত হাহাকাৰ! হোৰাহোৰে নামিছে ছেনছেক্স

শ্বেয়াৰ বজাৰত হাহাকাৰ! হোৰাহোৰে নামিছে ছেনছেক্স

5 years ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

ভাগ্যই ল’ব নতুন গতি, শনি জয়ন্তীত কৰক এই কাম!

14 minutes ago
NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

NEET UG 2026 ৰ ডাঙৰ আপডেট, ২১ মে’লৈ প্ৰাৰ্থীয়ে সলনি কৰিব পাৰিব ঠিকনা

44 minutes ago
অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

অৱসৰৰ পিছতো NPS ৰ ধন পোৱা নাই নেকি? কিদৰে উলিয়াব জানক

1 hour ago
ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

ফুলশস্যাৰ নিশা স্বামীক কিয় এগিলাচ গাখীৰ খাবলৈ দিয়ে? নিয়ম নে বৈজ্ঞানিক কাৰণ জড়িত জানক

2 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

3 hours ago
কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

কাণ বিন্ধনীয়ে সলনি কৰে সন্তানৰ ভাগ্য! জানেনে কোনটো গ্ৰহ প্ৰসন্ন হয়?

3 hours ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

4 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

4 hours ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

5 hours ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

6 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

6 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শ্বেয়াৰ বজাৰত হাহাকাৰ! হোৰাহোৰে নামিছে ছেনছেক্স

ছেনছেক্স ১৩৫৫ পইণ্টলৈ হ্ৰাস পাই ৪৮,৭১৪.০৪ স্তৰলৈ নামে

editor by editor
April 5, 2021
in প্ৰযুক্তি, বিশ্ব, ভাৰত
0
শ্বেয়াৰ বজাৰত হাহাকাৰ! হোৰাহোৰে নামিছে ছেনছেক্স
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক’ৰোনাৰ গ্ৰাসত শ্বেয়াৰ মাৰ্কেটত দ্ৰুত অৱনমন। পুৱাৰে পৰা দ্ৰুতগতিত নিম্নগামী হৈছে ভাৰতৰ শ্বেয়াৰ বজাৰ। পুৱা ৪০০ পইণ্ট লোকচানত খোলা শ্বেয়াৰ বজাৰত অব্যাহত আছে অৱনতি। সোমবাৰে ছেনছেক্স ১৩৫৫ পইণ্টলৈ হ্ৰাস পাই ৪৮,৭১৪.০৪ স্তৰলৈ নামে। ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু এছিয়াৰ বজাৰতো ক’ৰোনাৰ প্ৰভাৱত নিম্নগামী হৈছে ছেনছেক্স। BSE ৰ ৩০ শ্বেয়াৰৰ ছেনছেক্স আৰম্ভণি অৱস্থাত ৪৩৪.৯০ পইণ্ট অৰ্থাৎ ০.৮৭ শতাংশ হ্ৰাস হৈ ৪৯,৫৯৪.৯৩ পইণ্টলৈ নামে। আনহাতে নিফটী ১০৯.৩৫ পইণ্ট অৰ্থাৎ ০.৭৪ শতাংশ পতন হৈ ১৪,৭৫৮ পইণ্টত চলি আছে। সংকটৰ মাজত আজি বৈশ্বিক বজাৰত ছেনছেক্স আৰু নিফটীৰ আৰম্ভণি বৃহৎ নিম্নগামী পইণ্টেৰে আৰম্ভ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24share market
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?
জীৱনশৈলী

মাত্ৰ ৩দিন পাছতেই ৪ৰাশিৰ ভৰি উঠিব দুহাত, আহিব ধন, আত্মবিশ্বাস বাঢ়িব, আৰু কি কি লাভ?

May 15, 2026
ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?
জীৱনশৈলী

ধনীয়া হৃদৰোগীৰ বাবেই উপকাৰী এনে নহয়, কৰ্কট প্ৰতিৰোধৰ বাবেও খাব পাৰে ধনীয়া পাত, আৰু কি কি উপকাৰীতা আছে ধনীয়াৰ?

May 15, 2026
অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

অকালতে হাড় ক্ষয় গৈছে, যন্ত্ৰণাত তিল তিলকৈ শেষ হৈছে শৰীৰ! দৈনন্দিন এই ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 15, 2026
শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

শুক্ৰবাৰেই শুক্ৰৰ ৰাশিলৈ আহিছে বুধ, বুদ্ধিৰ গ্ৰহৰ কৃপাত কঁপাল খুলিছে এই ৫ৰাশিৰ জাতক জাতিকাৰ

May 15, 2026
Next Post
২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে ৰেকৰ্ড; অসমতো ক’ৰোনাৰ ভয়াৱহ ৰূপ

২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে ৰেকৰ্ড; অসমতো ক’ৰোনাৰ ভয়াৱহ ৰূপ

জালুকবাৰীক হিমন্ত বিশ্ব শৰ্মাৰ বঞ্চনা!

জালুকবাৰীক হিমন্ত বিশ্ব শৰ্মাৰ বঞ্চনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.