• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড ভেকচিনৰ পৰা হ’ব পাৰে HIVৰ সংক্ৰমণ, কোভিড ভেকচিন ‘স্পুটনিক-ভি’ত AD5 ভাইৰাছৰ অৱস্থিতি

কোভিড ভেকচিনৰ পৰা হ’ব পাৰে HIVৰ সংক্ৰমণ, কোভিড ভেকচিন ‘স্পুটনিক-ভি’ত AD5 ভাইৰাছৰ অৱস্থিতি

5 years ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

21 minutes ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

44 minutes ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

1 hour ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

2 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

3 hours ago
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

3 hours ago
সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

সন্তান জন্মৰ পিছতো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিব পাৰিব মহিলা ক্ৰিকেটাৰসকলে

4 hours ago
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

5 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ পৰিশ্ৰমৰ ফল পাব ৫ ৰাশিয়ে! কাৰ কাৰ সলনি হ’ব ভাগ্য জানক

6 hours ago
একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

একেৰাহে ৩ দিন বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ কাম!

6 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

জাংক ফুডে অনিষ্ট কৰে দাঁতৰ, ভুল কৰিলে অস্ত্ৰোপচাৰৰো সন্মুখীন হ’ব আপুনি!

7 hours ago
Green Tea নে  Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

Green Tea নে Black Tea কোনটো উপকাৰী? সেৱনৰ পূৰ্বে জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

কোভিড ভেকচিনৰ পৰা হ’ব পাৰে HIVৰ সংক্ৰমণ, কোভিড ভেকচিন ‘স্পুটনিক-ভি’ত AD5 ভাইৰাছৰ অৱস্থিতি

editor by editor
October 19, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কোভিড ভেকচিনৰ পৰা হ’ব পাৰে HIVৰ সংক্ৰমণ, কোভিড ভেকচিন ‘স্পুটনিক-ভি’ত AD5 ভাইৰাছৰ অৱস্থিতি
0
SHARES
138
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিড ভেকচিনৰ পৰা হ’ব পাৰে HIVৰ সংক্ৰমণ৷ HIV সংক্ৰমণৰ আংশকাত ৰাছিয়াৰ কোভিড ভেকচিন ‘স্পুটনিক-ভি’ৰ অনুমোদন খাৰিজ স্বাস্থ্য উৎপাদক নিয়ন্ত্ৰকৰ৷ ‘স্পুটনিক-ভি’ৰ মঞ্জুৰী প্ৰদানত বাধা প্ৰদান কৰে দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য উৎপাদক নিয়ন্ত্ৰকে৷ এই কোভিড ভেকচিন গ্ৰহণে পুৰুষৰ HIV সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে বুলি গৱেষণাত প্ৰকাশ৷ এডেন’ভাইৰাছৰ সংশোধিত ৰূপৰ সুৰক্ষাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছিল গৱেষণাত৷ গৱেষণাৰ তথ্য অনুসৰি, AD5 নামেৰে জনাজাত এই ভাইৰাছবিধ HIV সংক্ৰমণৰ অন্যতম কাৰণ যি ভাইৰাছ ৰাছিয়াৰ কোভিড ভেকচিনত ব্যৱহাৰ কৰা হৈছে৷ ভেকচিন তৈয়াৰী প্ৰতিষ্ঠান গমলেয়া চেণ্টাৰে গৱেষণাৰ এই তথ্য নস্যাৎ কৰিছে যদিও এই সন্দৰ্ভত কোনো তথ্য মজুত নাই ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠানটোৰ হাতত৷ উল্লেখ্য, কোভিড মহামাৰীৰ ফলত অধিক ক্ষতিগ্ৰস্ত গৈছে দক্ষিণ আফ্ৰিকা আৰু সৰ্বাধিক HIV সংক্ৰমিত লোক আছে দক্ষিণ অফ্ৰিকাত৷ গতিকে ৰাছিয়াৰ কোভিড ভেকচিন ‘স্পুটনিক-ভি’ৰ টীকাকৰণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে স্বাস্থ্য উৎপাদক নিয়ন্ত্ৰকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24russian covid vaccineSputnik V
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?
ভাৰত

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

June 23, 2026
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক
জীৱনশৈলী

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

June 23, 2026
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!
বিনোদন

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

June 23, 2026
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?
জীৱনশৈলী

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

June 23, 2026
Next Post
আহি আছে কোভিডৰ তৃতীয় ঢৌ, কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈ অসমত শক্তিশালী নহয় কোভিড!

আহি আছে কোভিডৰ তৃতীয় ঢৌ, কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈ অসমত শক্তিশালী নহয় কোভিড!

অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!

অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.