• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো

সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো

2 years ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

18 minutes ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

47 minutes ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

2 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

3 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

4 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

5 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

5 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

18 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

19 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

20 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো

editor by editor
April 16, 2024
in বিশ্ব
0
সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো
0
SHARES
234
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্ধান ওলাল ৰাৱণৰ লংকাৰ, দেখি আচৰিত জনতাৰ লগতে পুৰাতত্ববিদ সকলো

শ্ৰীলংকাৰ এক সুউচ্চ পাহাৰৰ ওপৰত থকা বিশাল শিলাখণ্ডৰ ওপৰত দেখা গৈছে এখন পুৰণি চহৰ। এই চহৰৰ আৱিষ্কাৰে স্তম্ভিত কৰি তুলিছে পুৰাতত্ত্ববিদ আৰু ইতিহাসবিদসকলক। শ্ৰীলংকাৰ মাজভাগত অৱস্থিত ছিগিৰিয়া চহৰৰ ধ্বংসাৱশেষে ইয়ালৈ অহা পৰ্যটকসকলক আচৰিত কৰি তোলে।

ধ্বংসাৱশেষবোৰত থকা অৱশিষ্টবোৰলৈ চালে এনে লাগে যেন এসময়ত ই এখন নিশ্চয় এখন বিশাল চহৰ আছিল, যি কোনোবা ৰজাৰ ৰাজধানী আছিল সন্দেহ কৰিছে পুৰাতত্ত্ববিদ সকলে।

এই চহৰখন এখন ওখ পাহাৰৰ ওপৰত অৱস্থিত, যাৰ নিৰ্মাণ কৌশলে এতিয়াও পুৰাতত্ত্ববিদসকলক আচৰিত কৰি তুলিছে। এয়া বহু হাজাৰ বছৰ পূৰ্বৰ উজ্জ্বল অভিযান্ত্ৰিকতাৰ নিদৰ্শন। লগতে ১৮০ মিটাৰ উচ্চতাত অৱস্থিত এই ছিগিৰিয়া চহৰখন।

কোনো কোনো লোকৰ মতে ইয়াত এটা বৌদ্ধ মঠ আছিল, কিন্তু ইয়াত পোৱা বস্তুবোৰৰ ভিত্তিত কিছুমানে কয় যে এইটো হিন্দু ধৰ্মীয় গ্ৰন্থ ৰামায়ণত উল্লেখ কৰা লংকাৰ ৰজা ৰাৱণৰ ৰাজপ্ৰসাদ আছিল।

ছিগিৰিয়া নগৰ শ্ৰীলংকাৰ অন্যতম প্ৰসিদ্ধ পুৰণি নগৰ সমুহৰ ভিতৰত অন্যতম। লগতে ইয়াক বিশ্বৰ আশ্চৰ্য্যৰ ভিতৰত গণ্য কৰা হয়। ছিগিৰিয়াক সিংহৰ শিল বুলিও কোৱা হয়, যাৰ উচ্চতা ১৮০ মিটাৰ। এই শিল ইমানেই ওখ যে হাবিৰ বাহিৰৰ পৰাই কেৱল শিলটো দেখা যায়।

লিখিত তথ্য অনুসৰি ই পূৰ্বে ৰজা কাশ্যপৰ ৰাজধানী আছিল। একাংশ লোকৰ মতে ৰজা কাশ্যপে এই ঠাইখনক নিজৰ ৰাজপ্ৰসাদ হিচাপে প্ৰস্তুত কৰিছিল। বৰ্তমান এই স্মৃতিসৌধ ইউনেস্ক’ৰ ঐতিহ্যৰ অন্তৰ্ভুক্ত।

বহু ইতিসাহবিদ এনেও আছে যিয়ে এই চহৰ ৰামায়ণত উল্লেখ কৰা লংকাপতি ৰাৱণৰ সৈতে সংযোগ কৰে। কোৱা হয়, প্ৰায় ৫ হাজাৰ বছৰ পূৰ্বে এই পৰ্বতৰ ওপৰত ৰাৱণৰ ৰাজপ্ৰসাদ আছিল, যি কুবেৰে নিৰ্মাণ কৰিছিল।

এই ৰাজপ্ৰসাদলৈ যাবলৈ ১০০০ চিৰি ব্যৱহাৰ কৰা হৈছিল বুলি কোৱা হয়। লগতে ৰাজপ্ৰসাদৰ ওপৰলৈ যাবলৈ লিফ্টৰো ব্যৱস্থা কৰা আছিল । পাঁচ হাজাৰ বছৰৰ আগতে লিফট এটা কল্পনা কৰিলেই ৰোমাঞ্চকৰ।

এই শিলৰ পাহাৰৰ তললৈ চালে বহু গুহা দেখা যায়, ৰাৱণে সীতাক অপহৰণ কৰি সেই গুহাবোৰৰে এটাত ৰাখিছিল বুলি বিশ্বাস কৰা হয় । গুহাবোৰৰ ভিতৰত অনেক চিত্ৰ অংকিত কৰা আছে, কোৱা হয় এই চিত্ৰবোৰ ৰাৱণৰ বহু কেইগৰাকী পত্নীৰ।

পৌৰাণিক কাহিনী বাদ দি চিগিৰিয়াক এসময়ত বৌদ্ধ মঠ বুলি গণ্য কৰা হৈছিল। চতুৰ্দশ শতিকালৈকে ইয়াত বৌদ্ধ সন্ন্যাসীসকলে বাস কৰিছিল বুলি বিশ্বাস কৰা হয় যদিও এই সত্যৰো কোনো প্ৰমাণ পোৱা নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: LankaRavan Kingdomsri lankaSri Lanka TourismTourism
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু
জীৱনশৈলী

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

July 23, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
Next Post
‘লৰেঞ্চ বিষ্ণইক শেষ কৰিব লাগিব’- ছলমানৰ সৈতে দেখা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য

'লৰেঞ্চ বিষ্ণইক শেষ কৰিব লাগিব'- ছলমানৰ সৈতে দেখা কৰি মুখ্যমন্ত্ৰীৰ ভাষ্য

দৈনিক ৰাশিফল- মীন ৰাশিৰ লোকৰ আজি উজলি উঠিব ভাগ্য, লগতে এই ৰাশিৰ ঘৰলৈ প্ৰৱেশ ঘটিব মা লক্ষ্মীৰ

দৈনিক ৰাশিফল- মীন ৰাশিৰ লোকৰ আজি উজলি উঠিব ভাগ্য, লগতে এই ৰাশিৰ ঘৰলৈ প্ৰৱেশ ঘটিব মা লক্ষ্মীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.