• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেতিয়কৰ ঘৰত জন্মান্ধ হিচাপে জন্ম হৈয়ো পিছ পৰি নাথাকি থিয় কৰালে ৫০ কোটি টকাৰ ব্যৱসায়

খেতিয়কৰ ঘৰত জন্মান্ধ হিচাপে জন্ম হৈয়ো পিছ পৰি নাথাকি থিয় কৰালে ৫০ কোটি টকাৰ ব্যৱসায়

2 years ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

23 minutes ago
আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

আপুনি ১০০% হোৱালৈ স্মাৰ্টফোন চাৰ্জ দিয়ে নেকি? এই ভুলে মাতিব ডাঙৰ বিপদ!

44 minutes ago
হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

হঠাৎ অচল হৈ পৰিছে ফেচবুক, আপুনিও হৈছে নেকি সমস্যাৰ সন্মুখীন?

2 hours ago
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

3 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

পুনৰ হ্ৰাস পালে নেকি সোণৰ মূল্য? ক্ৰয় কৰাৰ পূৰ্বে জানি লওক মূল্য

4 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

18 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

19 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

19 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

20 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

21 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খেতিয়কৰ ঘৰত জন্মান্ধ হিচাপে জন্ম হৈয়ো পিছ পৰি নাথাকি থিয় কৰালে ৫০ কোটি টকাৰ ব্যৱসায়

editor by editor
April 7, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
খেতিয়কৰ ঘৰত জন্মান্ধ হিচাপে জন্ম হৈয়ো পিছ পৰি নাথাকি থিয় কৰালে ৫০ কোটি টকাৰ ব্যৱসায়
0
SHARES
207
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খেতিয়কৰ ঘৰত জন্মান্ধ হিচাপে জন্ম হৈয়ো পিছ পৰি নাথাকি থিয় কৰাই দিলে ৫০ কোটি টকাৰ ব্যৱসায়

মধ্যবিত্ত পৰিয়াল এটিত জন্ম হোৱা এগাৰকী যুৱক, তাতে আকৌ জন্মৰে পৰা অন্ধ। জন্মৰ পাছতে পৰিয়ালৰ লোকে মাৰি পেলোৱাৰো কথা কৈছিল । হাজাৰ হলেও পিতৃ-মাতৃৰ বাবে মৰমৰ সন্তান।

বহু কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰি পঢ়াই শুনাই ডাঙৰ কৰে সেই অন্ধ ল’ৰাটোক। যি ডাঙৰ হৈ বৰ্তমানে থিয় কৰাইছে নিজৰ ব্যৱসায়। যাৰ নেট ৱৰ্থ ৫০ কোটি টকা। লগতে কৰ্ম সংস্থাপন দিছে হাজাৰৰো ওপৰ কৰ্মচাৰীক। সেই যুৱকৰ নাম হৈছে শ্ৰীকান্ত ভেল্লা।

জন্মৰে পৰা অন্ধ হৈয়ো শ্ৰীকান্তে এম আই টিৰ পৰা গ্ৰেজুৱেট হিচাপে ডিগ্ৰী লাভ কৰে, আৰু এনেদৰে ডিগ্ৰী লাভ কৰা বিশ্বৰ ভিতৰতে প্ৰথম। ডিগ্ৰী লাভৰ পাছতে বহু ঠাইৰ পৰা কৰ্মৰো অফাৰ লাভ কৰে। আমেৰিকাৰ পৰাও কোটি টকাৰ দৰমহাৰ চাকৰি লাভ কৰে।

কিন্তু ভাৰততে থাকি দেশৰ বাবেই কিবা এটা কৰাৰ মানসেৰে ভাৰততে আৰম্ভ কৰে ব্যৱসায়। যি বৰ্তমানে ৫০ কোটি টকাৰ ব্যৱসায় চলাই আছে।

সেই জন্মান্ধ শ্ৰীকান্ত ভেল্লাৰ ওপৰতে এতিয়া নিৰ্মাণ হৈছে বলীউডৰ ছবি। ছবিখনত মুখ্য নাম ভুমিকাত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও। অহা ১০ মে তাৰিখে সমগ্ৰ দেশতে মুক্তি লাভ কৰিব ছবি খনে। ছবিখনৰ নাম ‘শ্ৰীকান্ত আ ৰহা হ্যে ছবকী আঁখে খোলনে’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: businessmanIndian BusinessmanIndian MovieRajkumar RaoSrikanta Bhella
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!
জীৱনশৈলী

বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

July 19, 2026
শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!
জীৱনশৈলী

শাওনৰ প্ৰথম সোমবাৰ কেতিয়া? ভুলতো নকৰিব এইবোৰ কাম!

July 19, 2026
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক
জীৱনশৈলী

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

July 18, 2026
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 18, 2026
Next Post
২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত

২০০ টা ভাগত ভাগ কৰি ভৰাই থলে পাকঘৰৰ ফ্ৰীজত

সোমবতী অমাবস্যাত ৰাশি মানি কৰক এই উপায়, দূৰ হ’ব পিতৃদোষ, শিৱৰ কৃপাত বাঢ়িব সুখ-সমৃদ্ধি

সোমবতী অমাবস্যাত ৰাশি মানি কৰক এই উপায়, দূৰ হ'ব পিতৃদোষ, শিৱৰ কৃপাত বাঢ়িব সুখ-সমৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.