Tag: axom live 24 digital

ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

বুধবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভ’ৰ’ভে তৃতীয় বিশ্ব যুদ্ধ আশংকাক অন্য এক মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে৷ ৰাছিয়ান বৈদেশিক মন্ত্ৰীগৰাকীয়ে ...

কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?

কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখলৰ বাবে ৰুছ সেনাৰ প্ৰায় ৬৪ কিলোমিটাৰ এটা বিশাল কনভয়ে যাত্ৰা কৰিছিল৷ কিন্তু হঠাতে ৰুছ ...

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

যোৱা ২৪ ঘণ্টাৰ অন্তত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত দ্বিতীয় গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু ঘটিছে৷ বুধবাৰে ইউক্ৰেইনত অধ্যয়নৰত পঞ্জাৱৰ বাৰ্ণালাৰ চন্দন জিণ্ডাল ...

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ১৬ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে বিভিন্ন দেশৰ শিক্ষাৰ্থীও আৱদ্ধ হৈ আছে৷ তাৰ মাজত ...

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ একেৰাহে সপ্তম দিন ধৰি অব্যাহত আছে৷ এই যুদ্ধৰ সময়তে প্ৰশ্ন উত্থাপিত হৈছে যে ৰাছিয়াৰ সৈতে থকা ভাৰতৰ ...

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

সপ্তম দিনাও ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে যুদ্ধবাজ ৰাছিয়াই৷ বিশ্ব সম্প্ৰদায়ৰ আহ্বান, ভাবুকি, অৰ্থনৈতিক প্ৰতিবন্ধকতা আদি সকলোবোৰ কেৰেপ নকৰি ৰাছিয়াই ...

ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইনে কিছু সকাহ লাভ কৰিছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা সামৰিক সহায় ...

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

মেঘ—কামৰ ব্যস্ততা বৃদ্ধি, শুভ কৰ্ম সম্পন্ন কৰিব পাৰিব, আশাবাদী মন, শৰীৰ কিছু যত্ন লোৱাৰ প্ৰয়োজন, শুভ ৰং- মেৰুণ, শুভ সংখ্যা-৬ বৃষ—পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব, শত্ৰুৰ পৰা সাৱধান, ব্যয় ...

ক’ত আছে পুটিনৰ পৰিয়াল? যুদ্ধৰ পূৰ্বেই সুৰক্ষিত স্থানত আত্মগোপন পুটিনৰ পৰিয়াল!

ক’ত আছে পুটিনৰ পৰিয়াল? যুদ্ধৰ পূৰ্বেই সুৰক্ষিত স্থানত আত্মগোপন পুটিনৰ পৰিয়াল!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ আগতে তেওঁৰ পৰিয়ালক চাইবেৰিয়াৰ ‘ভূগৰ্ভস্থ চহৰ’ৰ এটা ‘বিলাসী’ গোপন বাংকাৰলৈ স্থানান্তৰিত ...

ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

ভাৰতত বিপদৰ ঘণ্টা বাজিছে। নতুন দিল্লীয়ে এতিয়া ইউক্ৰেইনৰ ৰাজধানী চহৰ কীয়েভত বাকী থকা সকলো ভাৰতীয়ক আজিয়ে(মংগলবাৰ) কীয়েভ এৰি যাবলৈ নিৰ্দেশ ...

Page 403 of 420 1 402 403 404 420

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]