ইহুদিৰ মূল্যবোধ আৰু আদৰ্শ আছে! গাজাৰ হাস্পতালৰ বিস্ফোৰণত ইহুদী সেনাক বদনাম নকৰিবলৈ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ
অসম লাইভ২৪ঃ ইজৰাইল-হামাছ যুদ্ধৰ মাজতেই ইহুদি ভূমিত মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেন। গাজাষ্ট্ৰীপৰ হাস্পতালত হোৱা বিস্ফোৰণক লৈ মুখ খুলিছে মাৰ্কিন প্ৰেছিডেণ্টে। ...














