অনুষ্কা-দীপিকাৰ বাবে কফি অৰ্ডাৰ কৰা কাম কৰিছিলো! অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে কি কাম কৰিছিল পৰিণীতি চোপ্ৰাই?
অসম লাইভ২৪ঃ ইমতিয়াজ আলৰ পৰিচালনাত অমৰ সিং চমকিলাৰ অভিনয়ৰ বাবে ইতিমধ্যে প্ৰশংসিত হৈছে পৰিণীতি চোপ্ৰা৷ সম্প্ৰতি চিনেমা ইণ্ডাষ্ট্ৰীত তেওঁৰ যাত্ৰাৰ ...















