Tag: Best News Portal in Assam

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?

ফ’ৰ্বছ-এ যোৱা ১২ টা মাহত সৰ্বাধিক ধন উপাৰ্জনকাৰী এথলিটসকলৰ তালিকা প্ৰকাশ কৰিছে৷ ফ’ৰ্বছ ২০২২ৰ তালিকাত সৰ্বাধিক ধন উপাৰ্জনকাৰী শীৰ্ষত আছে ...

সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

সংকটত উত্তৰ কোৰিয়া! লকডাউন ঘোষণা একনায়ক কিমৰ! কিয় কৰিলে এই ঘোষণা?

উত্তৰ কোৰিয়াত ৰাষ্ট্ৰীয় লকডাউন ঘোষণা কৰিছে একনায়কত্ববাদী শাসক কিম জং উনে৷ দেশখনত কোভিড সংক্ৰমণৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পিছতে শাসক ...

অসমীয়া ভাষালৈ স্বীকৃতি! গুগ’লত উপলব্ধ হ’ল অসমীয়া ভাষা

অসমীয়া ভাষালৈ স্বীকৃতি! গুগ’লত উপলব্ধ হ’ল অসমীয়া ভাষা

অৱশেষত অসমীয়া ভাষাই স্থান লাভ কৰিলে গুগ’লত৷ বুধবাৰে গুগ’লে ঘোষণা কৰিছে যে এতিয়াৰে পৰা গুগ’ল অনুবাদত অসমীয়া ভাষা উপলব্ধ হ’ব৷ ...

চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

চৰকাৰী চিকিৎসালয়তে গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰ্মচাৰীৰ

এখন চৰকাৰী চিকিৎসালয়ত এক জঘন্য কাণ্ড সংঘটিত হৈছে৷ চৰকাৰী চিকিৎসালয়ত কৰ্মৰত এজন লোকে এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰিছে৷ চিকিৎসালয়খনৰ এগৰাকী ...

বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

বিদেশী ৰমণীৰে ৰমণ বিলাসৰ লোভ, ২১ লাখ হেৰুওৱালে ৬৩ বছৰীয়া এক বৃদ্ধই

হঠাতে এগৰাকী যুৱতীয়ে এজন ৬৩ বছৰীয়া বৃদ্ধলৈ ফোন কৰিলে৷ ফোনত যুৱতীগৰাকীয়ে ক’লে যে তেওঁ এটা ডেটিং সংস্থাৰ প্ৰতিনিধি৷ বৃদ্ধগৰাকীৰ নাম ...

তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

তিতা কাপোৰেও কৈ দিব চিলিণ্ডাৰত কিমান আছে গেছ! কিন্তু কেনেকৈ?

ৰান্ধি থাকোতে চিলিণ্ডাৰৰ গেছ শেষ হ’লে কেনে দুৰ্ভোগ ভুগিবলগীয়া হয় সেয়া সকলো গৃহিনীয়েই ভালকৈ জানে৷ ছিগংল চিলিণ্ডাৰ থকাসকৰলৰ এই দুৰ্ভোগে ...

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

নাৰীৰ সুৰাপানৰ ক্ষেত্ৰত আগুৱালে অসম, প্ৰতিবেশী অৰুণাচল প্ৰদেশ শীৰ্ষত

দেশত নাৰীৰ সুৰাপানৰ হাৰ ক্ৰমশঃ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আধনুকি শিক্ষাৰ প্ৰসাৰ আৰু লৈংগিক সমতাৰ আন্দোলনে দেশত মৃদুভাৱে প্ৰৱাহিত হোৱাৰ ...

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে

ভাৱী স্বামীক গ্ৰেপ্তাৰেৰে কাৰাগাৰলৈ প্ৰেৰণ কৰি পুনৰ সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা লেডী সিংঘমখ্যাত জোনমণি ৰাভা এইবাৰ নিজেই ...

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ

এক ভয়ংকৰ তথা লোমহৰ্ষক ঘটনা পোহৰলৈ আহিছে৷ এগৰাকী ৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা কৰিছে চাৰি লোকে৷ ঘটনাৰ বিৱৰণীৰ মতে ...

Page 330 of 379 1 329 330 331 379

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]