• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আফগানিস্তানৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত ল’ৰা-ছোৱালীৰ মাজত লগোৱা হৈছে পৰ্দা

আফগানিস্তানৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত ল’ৰা-ছোৱালীৰ মাজত লগোৱা হৈছে পৰ্দা

5 years ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

11 minutes ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

1 hour ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

3 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

4 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

5 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

20 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

21 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

22 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

22 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আফগানিস্তানৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত ল’ৰা-ছোৱালীৰ মাজত লগোৱা হৈছে পৰ্দা

editor by editor
September 6, 2021
in বিশ্ব
0
আফগানিস্তানৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত ল’ৰা-ছোৱালীৰ মাজত লগোৱা হৈছে পৰ্দা
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ তালিবানী শাসনৰ আচল স্বৰূপ লাহে লাহে পোহৰলৈ আহিবলৈ ধৰিছে৷ আফগানিস্তানত সোমবাৰৰ পৰা আৰম্ভ হৈছে বিশ্বঃবিদ্যালয়ৰ পাঠদান৷ কিন্তু ইয়াৰ বাবে জাৰি কৰা হৈছে কঠোৰ নিয়ম৷ মৌলবাদী গোটে ছাত্ৰীৰ কাপোৰ, তেওঁলোকে শ্ৰেণীকোঠৰ ক’ত আৰু কেনেদৰে বহিব, কোনে পঢ়াব আনকি কিমান সময়লৈকে পাঠদান চলিব এইবোৰক লৈ নিৰ্দেশ জাৰি কৰিছে৷ কাবুলত তালিবানী পতাকা উৰুওৱাৰ পিছত তালিবানে প্ৰতিশ্ৰুতি দিছিল যে তাৰ জনসাধাৰণক এখন উদাৰ চৰকাৰ উপহাৰ দিব৷ ৰক্ষা কৰিব আফগানী জনসাধাৰণৰ মানৱ অধিকাৰ৷ কিন্তু কাৰ্যক্ষেত্ৰত সেয়া সম্পূৰ্ণ ওলোটা পৰলক্ষিত হৈছে৷ আফগানিস্তানৰ ‘আমাজ নিউজে’ নিজৰ টুইটাৰ হেণ্ডেলযোগে প্ৰকাশ কৰিছে কিছু ফটো৷ য’ত দেখা গৈছে বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ মাজত আঁৰি দিয়া হৈছে পৰ্দা৷ ফটোসমূহ প্ৰচাৰ হোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ সোমবাৰে পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে শনিবাৰে তালিবানৰ শিক্ষা প্ৰাধিকৰণে এক বিজ্ঞপ্তি জাৰি কৰিছিল৷ য’ত মহিলাসকলক বোৰ্খা আৰু হিজাব পিন্ধাৰ নিৰ্দেশ দিয়া হৈছিল৷ তাৰোপৰি কোৱা হৈছিল ল’ৰা আৰু ছোৱালী একেলগে বহিব নোৱাৰিব, এটা ফালে ল’ৰা আৰু আনটো ফালে ছোৱালী থাকিব আৰু মাজত থাকিব পৰ্দা৷ তাৰোপৰি বিজ্ঞপ্তিত এইটোও উল্লেখ কৰিছিল যে ছাত্ৰীসকলক কেৱল মহিলা শিক্ষয়িত্ৰীয়েহে পঢ়াব পাৰিব৷ যদি এইটো সম্ভৱ নহয় তেনেহ’লে ভাল চৰিত্ৰৰ বয়ষ্ক শিক্ষকে ছাত্ৰীক পঢ়ুৱাব পাৰিব৷ লগতে বিজ্ঞপ্তিটোত বিশ্ববিদ্যালয়ত আৱশ্যক অনুসৰি মহিলা শিক্ষয়িত্ৰী ভৰ্তিৰ কথাও উল্লেখ কৰে৷ তাৰোপৰি তালিবানে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে বেলেগ বেলেগ প্ৰৱেশ তথা প্ৰস্থান পথ ব্যৱহাৰ কৰাৰ কথাও কয় আৰু ছাত্ৰৰ সৈতে যাতে ছাত্ৰীয়ে লগব হ’ব নোৱাৰে তাৰ বাবে ছাত্ৰীসকলক পাঁচ মিনিট পূৰ্বে ছুটী দিয়াৰ কথা উল্লেখ কৰে৷ আনহাতে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়তো পৃথক কৰা হ’ব ছাত্ৰ-ছাত্ৰীক৷

در تصویر: دروس دانشگاه با پرده جدایی آغاز شد #آماج_نیوز pic.twitter.com/2we0oqRnbS

— Aamaj News (@AamajN) September 6, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: afganistanasom live 24assam live 24axom live 24studenttalibanuniversity
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
Next Post
অসমৰ বৰঘৰত অসমীয়াক অপমান!

অসমৰ বৰঘৰত অসমীয়াক অপমান!

ঘুনুক-ঘানককৈ শুনি থকা খবৰটো শেষত চূড়ান্ত হ’ল

ঘুনুক-ঘানককৈ শুনি থকা খবৰটো শেষত চূড়ান্ত হ’ল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.