• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিক্টোৰিয়া পুডিং! নিলামত উঠিছে টাইটানিকৰ মেনু, কিমান টকা দৰ উঠিছে ১১১ বছৰ পুৰণি মেনুখনৰ?

ভিক্টোৰিয়া পুডিং! নিলামত উঠিছে টাইটানিকৰ মেনু, কিমান টকা দৰ উঠিছে ১১১ বছৰ পুৰণি মেনুখনৰ?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভিক্টোৰিয়া পুডিং! নিলামত উঠিছে টাইটানিকৰ মেনু, কিমান টকা দৰ উঠিছে ১১১ বছৰ পুৰণি মেনুখনৰ?

editor by editor
November 13, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
ভিক্টোৰিয়া পুডিং! নিলামত উঠিছে টাইটানিকৰ মেনু, কিমান টকা দৰ উঠিছে ১১১ বছৰ পুৰণি মেনুখনৰ?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজকীয় আয়োজন৷ অয়েষ্টাৰ, চেমন, বিফ, স্কোয়াব, ডাক, চিকেন, পাৰ্ছনিপ পিউৰি… শেষত ভিক্টোৰিয়া পুডিং৷ ৰাজকীয় খাদ্য৷ এই আয়োজনত আচৰিত হ’বলগীয়াও কথা নাই৷ কাৰণ এইখন পৃথিৱীৰ আটাইতকৈ বিলাসী জাহাজ আছিল৷ সেই জাহাজৰ ফাৰ্ষ্ট ক্লাছৰ ধনকুবেৰ যাত্ৰীসকলৰ নৈশভোজৰ এইখন মেনু আছিল৷ মেনুকাৰ্ডখনত ৰঙা ৰং ধৰিছে৷ তাতেই খাদ্যৰ নামসমূহ এতিয়াও পঢ়িব পৰা হৈ আছে৷ কাৰ্ডখনৰ সোঁফালে লিখা আছে এপ্ৰিল ১১, ১৯১২ চন!

মেনু কাৰ্ডখন আৰএমএছ টাইটানিকৰ৷ পৃথিৱীত এনে প্ৰকাণ্ড জাহাজ পূৰ্বে তৈয়াৰ হোৱা নাছিল৷ বিশেষজ্ঞসকলে কৈছিল এই জাহাজ কেতিয়াও ডুব নাযাব৷ যদিও ব্ৰিটেইনৰ ছাউদাম্পটনৰ পৰা নিউয়ৰ্কগামী জাহাজখন প্ৰথম যাত্ৰাপথতেই বিপৰ্যয়ৰ সন্মুখীন হয়৷ ১৯১২ চনক ১৪ এপ্ৰিলত উত্তৰ আটলাণ্টিক মহাসাগৰত এটা প্ৰকাণ্ড বৰফৰ টুকুৰাত ধাক্কা লাগি টাইটানিক দুভাগত বিভক্ত হৈ পৰে৷ লগে লগেই ডুব যায় টাইটানিক৷ প্ৰাণ হেৰুৱাই কমপক্ষেও ১৫০০ জনে৷ যিসকলৰ লাইফজেকেট আছিল তেওঁলোকৰ জীৱন ৰক্ষা পৰিল যদিও সাগৰীয় জীৱৰ খাদ্য হৈ পৰিল বহুজন৷ এই টাইটানিকৰেই এখন মেনু উদ্ধাৰ হৈছে৷ ১১১ বছৰ পুৰণি এই মেনু ভাইৰেল হোৱাৰ লগে লগেই নিলামত উঠিছে মেনুখন৷ মেনুখনৰ দাম হৈছে ৮৩ হাজাৰ পাউণ্ড৷ ভাৰতীয় মুদ্ৰাত এই ধনৰাশিৰ পৰিমান হৈছে ৮৪.৫ লাখ৷

টাইটানিকৰ বিভিন্ন সামগ্ৰী বহু মানুহে সংৰক্ষণো কৰি ৰাখিছে৷ বিশেষজ্ঞসকলৰ দাবী যে এইসমূহ কোনো সংগ্ৰাহালয়ত ৰখা উচিত৷ কিছু সামগ্ৰী টাইটানিকৰ ধ্বংসস্তূপৰ পৰা পোৱা গৈছে৷ টাইটানিকত পোৱা মেনুত উল্লেখ আছে এবিধ বিশেষ খাদ্যৰ নাম৷ ভিক্টোৰিয়া পুডিং নামৰ খাদ্যবিধৰ বিষয়ে বহুতেই জানিব খুজিছে৷ এই পুডিং প্ৰকৃততে কেনেকুৱা? এই পুডিং হৈছে ৰাজকীয় এবিধ মিঠা ৰেচিপি৷ ময়দা, কণী, জেম, ব্ৰেণ্ডি, আপেল, চেৰী, চেনী মিহলাই এই পুডিং তৈয়াৰ কৰা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?

সুশান্তৰ মৃত্যুত নাম সাঙোৰ খোৱা শেষৰজন অভিযুক্তকো এৰি দিলে বম্বে হাইকৰ্টে, তিনি বছৰৰ অন্তত কেনেকৈ জামিন পালে অনুজে?

হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.