• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UGCৰ নতুন খচৰা! শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক হ্ৰাস! চাকৰি যাব বহু কলেজ শিক্ষকৰ!

UGCৰ নতুন খচৰা! শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক হ্ৰাস! চাকৰি যাব বহু কলেজ শিক্ষকৰ!

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home শিক্ষা

UGCৰ নতুন খচৰা! শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক হ্ৰাস! চাকৰি যাব বহু কলেজ শিক্ষকৰ!

editor by editor
February 7, 2022
in অসম, ভাৰত, শিক্ষা
0
UGCৰ নতুন খচৰা! শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক হ্ৰাস! চাকৰি যাব বহু কলেজ শিক্ষকৰ!
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ(UGC)এ উচ্চ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষাৰ্থী অনুপাতত এক বৃহৎ পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে৷ প্ৰকাশিত খবৰ অনুসৰি UGCএ কলেজসমূহত শিক্ষাৰ্থীৰ অনুপাতে শিক্ষকৰ সংখ্যা হ্ৰাস কৰিব৷

ইতিমধ্যে UGCএ এই সম্পৰ্কীয় খচৰা প্ৰস্তুতো কৰি তুলিছে৷ খচৰাৰ মতে পেচাগত চুক্তিৰ ভিত্তিত বিভিন্ন শিক্ষক নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ ফলত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষক সংকোচন কৰা হ’ব বুলিও আশংকা কৰা হৈছে৷

উল্লেখ্য যে ২০০৮ চনত ইউপিএ চৰকাৰে শিক্ষক নিয়োগৰ ক্ষেত্ৰত অ’বিচিৰ বাবে ২৭ শতাংশ সংৰক্ষণ নীতি আৰম্ভ কৰাৰ পিছতে শিক্ষক-শিক্ষাৰ্থীৰ অনুপাত ১:১৮ কৰা হৈছিল৷ ইয়াৰ পিছৰে পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত শিক্ষক-শিক্ষাৰ্থীৰ এই অনুপাতে চলি আহিছে৷ কিন্তু কেন্দ্ৰত এনডিএ চৰকাৰ থাকোতেই UGCএ এই নীতিৰ ব্যাপক পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে৷

সূত্ৰৰ মতে নতুন খচৰা নীতি অনুসৰি সমাজ বিজ্ঞান বিভাগসমূহত ১:৩০, বিজ্ঞান বিভাগসমূহত ১:২৫, বাণিজ্য আৰু বৃত্তিমূলক বিভাগসমূহত ১:৩০ শিক্ষক-শিক্ষাৰ্থীৰ নতুন অনুপাত নিৰ্ধাৰণ কৰা হ’ব৷ ইফালে গণমাধ্যম আৰু ফাৰ্মাছী বিভাগত এই অনুপাত ১:১৫ আৰু স্থাপত্য আৰু ডিজাইন পাঠ্যক্ৰমসমূহত ১:১০ কৰা হ’ব৷

ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহেৰে এই সন্দৰ্ভত যোগাযোগ কৰি মতামত গ্ৰহণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলিও জানিব পৰা গৈছে৷ সূত্ৰ অনুসৰি অহা ১১ ফেব্ৰুৱাৰিৰ ভিতৰত সংশ্লিষ্ট বিভাগসমূহে UGCক এই সন্দৰ্ভত মতামত জনাব লাগিব৷

ইফালে খচৰাৰ প্ৰস্তাৱ মতে বৃত্তিমুখী পাঠ্যক্ৰম, প্ৰফেশ্যনেল অথবা আৰ্টৰ সৈতে জড়িত ব্যক্তিক চুক্তিভিত্তিক বা অতিথি অধ্যাপকৰূপে নিমন্ত্ৰণ কৰা হ’ব৷ UGCএ শিক্ষা প্ৰতিষ্ঠান আৰু শিল্পৰ মাজত থকা ব্যৱধান হ্ৰাস কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে৷

ইয়াৰ ফলত শিক্ষা প্ৰতিষ্ঠানসমূহত ফেকাল্টি ৫০ শতাংশ হ্ৰাস পালেও পেচাগত অথবা শিল্পৰ সৈতে জড়িত অধিক লোকে পঠন-পাঠনৰ যোগেদি কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰিছে UGCএ৷

UGCৰ এই নতুন খচৰাৰ বিষয়ে অৱগত হোৱাৰ পিছতে মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহৰ শিক্ষক সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে৷ সংগঠনসমূহৰ মতে ব্যয় সংকোচনৰ এই নীতি প্ৰয়োগেৰে UGCএ শিক্ষকক চাকৰিৰ পৰা বিতাৰিত কৰিব পাৰে৷ শিক্ষক সংগঠনসমূহৰ মতে UGCৰ নতুন নীতিৰ ফলত বৃহৎসংখ্যক শিক্ষকে চাকৰি হেৰুওৱাৰ লগতে শিক্ষাৰ মানো হ্ৰাস পাব৷

ইয়াৰ ফলত শিক্ষকৰ শিক্ষণ(পাঠদান)ৰ হেঁচা বৃদ্ধি পোৱাৰ লগতে চাকৰিও অস্থায়ী হ’ব, যাৰফলত শিক্ষকৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিব বুলিও আশংকা কৰিছে শিক্ষক সংগঠনসমূহে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalUGC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
JNUৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্যৰূপে নিযুক্তি লাভ শান্তিশ্ৰী পণ্ডিতৰ

JNUৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্যৰূপে নিযুক্তি লাভ শান্তিশ্ৰী পণ্ডিতৰ

‘ঋতুস্ৰাৱক অপবিত্ৰ বুলি কোৱা সকলো মানুহেই অপবিত্ৰ!’ এইদৰে কোনে ক’লে?

‘ঋতুস্ৰাৱক অপবিত্ৰ বুলি কোৱা সকলো মানুহেই অপবিত্ৰ!’ এইদৰে কোনে ক’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.