• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ বৃহৎ মুখথেকেচা! খাৰকিভসহ অন্য এক হেৰুওৱা চহৰ উদ্ধাৰ ইউক্ৰেইন সেনাৰ

ৰাছিয়াৰ বৃহৎ মুখথেকেচা! খাৰকিভসহ অন্য এক হেৰুওৱা চহৰ উদ্ধাৰ ইউক্ৰেইন সেনাৰ

4 years ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

16 minutes ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

50 minutes ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

1 hour ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

2 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

2 hours ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

3 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

4 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

4 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

4 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

13 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

14 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াৰ বৃহৎ মুখথেকেচা! খাৰকিভসহ অন্য এক হেৰুওৱা চহৰ উদ্ধাৰ ইউক্ৰেইন সেনাৰ

editor by editor
March 10, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াৰ বৃহৎ মুখথেকেচা! খাৰকিভসহ অন্য এক হেৰুওৱা চহৰ উদ্ধাৰ ইউক্ৰেইন সেনাৰ
0
SHARES
366
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি এটা পষেকত ভৰি দিছে৷ পোন্ধৰটা দিনত ৰাছিয়াই নিৰন্তৰ আক্ৰমণ কৰি ইউক্ৰেইনৰ কে’বাখনো প্ৰধান চহৰ দখল কৰিছে৷ অৱশ্যে ৰাজধানী কীয়েভত ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিলেও এতিয়ালৈকে দখল কৰিবলৈ সক্ষম হোৱা নাই৷

এনে অৱস্থাত ইউক্ৰেইনে দাবী কৰিছে যে দেশখনৰ সেনাই ৰাছিয়ান সেনাই অধিকাৰ কাৰ দুখন গুৰুত্বপূৰ্ণ চহৰ পুনৰোদ্ধাৰ কৰিছে৷ ইউক্ৰেইনৰ সেনাই খাৰকিভ আৰু ডেৰহাচি চহৰ দুখন ৰাছিয়াৰ সেনাৰ পৰা যুদ্ধ কৰি পুনৰ উদ্ধাৰ কৰা বুলি দাবী কৰিছে ইউক্ৰেইনৰ প্ৰশাসনে৷

লগতে পঢ়ক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নী জেলেনস্কাৰ বিশ্ববাসীলৈ পত্ৰ; কি ক’লে পত্ৰত?

খাৰকিভৰ আঞ্চলিক প্ৰশাসনিক মুৰব্বী ওলে চিনহুবুবে সামাজিক মাধ্যমত এই দাবী কৰি লিখিছে যে ইউক্ৰেইনৰ সেনাই ডেৰহাচী আৰু খাৰকিভক পুনৰ দখল কৰিছে৷ তেওঁ দাবী কৰা মতে ইউক্ৰেইন সেনাৰ তীব্ৰ প্ৰত্যাক্ৰমণত ৰাছিয়ান সেনাই পিছুৱাই যাবলৈ বাধ্য হৈছে৷

‘‘ইউক্ৰেইনৰ সেনাই ডেৰহাচি আৰু খাৰকিভ পুনৰ দখল কৰিছে৷ খাৰকিভ আৰু ডেৰহাচি চহৰ দুখন ৰাছিয়ান সেনাই সম্পূৰ্ণৰূপে আগুৰি আছিল৷ তেওঁলোকে গোলাবৰ্ষণ কৰি আছিল৷ কিন্তু ইউক্ৰেইন সেনাৰ প্ৰত্যাক্ৰমণত ৰাছিয়ান সেনাই পিছুৱাই যাবলৈ বাধ্য হৈছে৷’’ প্ৰশাসনিক মুৰব্বীগৰাকীয়ে কয়৷

লগতে পঢ়ক কাইলৈ নিৰ্বাচনৰ ফলাফল : জ্যোতিষীৰ ভৱিষ্যদ্বাণী, উত্তৰ প্ৰদেশত আকৌ যোগীৰাজ নিশ্চিত!

ইউক্ৰেইনৰ সামৰিক সূত্ৰই দাবী কৰিছে যে এই দুখন গুৰুত্বপূৰ্ণ চহৰ পুনৰ দখলৰ সময়ত হোৱা সংঘৰ্ষত ৰাছিয়াৰ কে’বাখনো টেংক আৰু যুদ্ধাস্ত্ৰ সজ্জিত বাহন ক্ষতিগ্ৰস্ত হৈছে।

ইফালে যোৱা মঙলবাৰে খাৰকিভত প্ৰায় ৫০ টা গুলীবৰ্ষণ কৰা হৈছিল। জনবসতি অঞ্চলত সংঘটিত বোমা বিস্ফোৰণত এজন সাত বছৰীয়া শিশুসহ দুজন লোক নিহত হয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRussia Ukraine invasionUkraine regains Derhachi Kharkiv
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে
জীৱনশৈলী

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
Next Post
পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.