• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

4 years ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

57 minutes ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

2 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

3 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

3 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

4 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

4 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

4 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

23 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

1 day ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

1 day ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

editor by editor
April 19, 2022
in ক্ৰীড়া, ফেশ্বন, বিনোদন, বিশ্ব, সংগীত
0
ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!
0
SHARES
863
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমীয়া তথা হলিউদৰ তাৰকা তথা চেলিব্ৰেটিসকলে নিজৰ স্বামী/পত্নী অথবা প্ৰেমিক/প্ৰেমিকা যৌনাংগ আকৃতিৰ পুতলা উপহাৰ দিয়াতো কোনো নতুন কথা নহয়৷ বৰং আমেৰিকাসহ পশ্চিমীয়া দেশসমূহৰ চেলিব্ৰেটিৰ বাবে সেয়া এক স্বাভাৱিক কথাহে৷ আৰু সাধাৰণতে তেনেধৰণৰ সাধাৰণ মূল্যৰ পুতলা উপহাৰ দিলে সেয়া চৰ্চালৈও নাহে৷

কিন্তু কোনো চেলিব্ৰেটিয়ে যেতিয়া মিলিয়ন ডলাৰ মূল্যৰ তেনেধৰণৰ পুতলা উপহাৰ দিয়ে তেতিয়া ই টেবলয়ডত বিশেষভাৱে চৰ্চা লাভ কৰে৷ এইবাৰ ঠিক তেনেধৰণৰ এক চৰ্চাই বিশ্বজুৰি আকৰ্ষণ সৃষ্টি কৰা দেখা গৈছে৷

এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে ইংলেণ্ডৰ প্ৰাক্তন প্ৰবাদপ্ৰতীম ফুটবলাৰ ডেভিড বেকহাম আৰু তেওঁৰ পত্নী প’প গায়িকা ভক্টোৰিয়া কেৰ’লিন বেকহাম৷

 

লগতে পঢ়ক ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ সংখ্যা, বঙাইগাঁৱত গ্ৰেপ্তাৰ ৩ জেহাদীক

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি প্ৰাক্তন ইংলিছ ফুটবলাৰ ডেভিড বেকহামে পত্নী ভেক্টোৰিয়া বেকহামৰ এটা পুৰুষৰ যৌনাংগ আকৃতিৰ পুতলা উপহাৰ দিছে, যিটোৰ মূল্য ১.৮ মিলিয়ন মাৰ্কিন ডলাৰ৷ ভাৰতীয় মূল্যত প্ৰায় ১৩.৭৪ কোটি টকা৷ এতিয়া স্বাভাৱিকতে প্ৰশ্ন উঠিব পাৰে, এই পুতলাটোৰ মূল্য কিয় ইমান?

ভাৰতীয় মূল্যত প্ৰায় ১৩.৭৪ কোটি টকাৰ মূল্যৰ এই বিশেষ উপহাৰটো হীৰাৰে তৈয়াৰী৷ প্ৰকাশিত খবৰ মতে হীৰাৰে সজ্জিত এই ভাইব্ৰেটৰ পুতলাটোত প্লেটিনামৰ প্লেট ব্যৱহাৰ কৰা হৈছে৷ ষ্ট্ৰীপ ক্লাবৰ স্বত্বাধিকাৰী পিটাৰ ষ্ট্ৰিংফেল’ৰে ডিজাইন কৰা পুতলাটোত ১৬ কেৰেট হীৰাৰ নেকলেচো সংযোজন কৰা হৈছে৷

 

লগতে পঢ়ক ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

ডেভিড বেকহাম আৰু ভিক্টোৰিয়া বেকহামৰ বাবে বিলাসী উপহাৰ দিয়াতো তেনেই সাধাৰণ কথা৷ কিন্তু বেকহাম দম্পতীৰ এই উপহাৰৰ মূল্যই সকলোবোৰকে চেৰাই গৈছে৷ হলিউদৰ বহু তাৰকাই এনে উপহাৰ প্ৰদান কৰাৰ বাতৰি প্ৰকাশ পালেও সেয়া ভাৰতীয় মূল্যত কোটি ঘৰত প্ৰৱেশ কৰাৰ বাতৰি পোৱা নাই৷

ইয়াৰ পূৰ্বে বে’য়ান্স আৰু জে’-জেদৰ মাজত এমেধৰণর পুতলাৰ আদান প্ৰদান কৰিলেও ইয়াৰ মূল্য লাখৰ ভিতৰতহে আছিল বুলি প্ৰকাশ পাইছিল৷ প’পষ্টাৰ ৰিহান্না আৰু বে’য়ান্সেও তেনেধৰণৰ বিলাসী পুতলা দি চৰ্চালৈ আহিছিল৷

 

See More   

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDavid Beckhamvictoria beckham
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?
বিবিধ

ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্প, নিজেই নিজকে ভেনিজুৱেলাৰ শাসক ঘোষণা কৰি কি কৈছে ট্ৰাম্পে?

January 12, 2026
৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?
চিনেমা

৭৮ টাকৈ টোপনিৰ ঔষধ খাই জীৱনক বিদায় দিব খুজিছিল বংগৰ কণ্ঠশিল্পী দেৱলীনা নন্দীয়ে, বৰ্তমান সুস্থ দেৱলীনা, কিন্তু কেনেকৈ এই মিৰাকল?

January 10, 2026
কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?
জীৱনশৈলী

কেৱল তেলেই নহয়, সোণৰ খনিৰ ওপৰত বহি আছে ভেনিজুৱেলা, ভেনিজুৱেলাৰ হাতত কিমান সোণ আছে?

January 6, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
Next Post
লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.