• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?

কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?

4 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

8 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

9 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

10 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

10 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

11 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

12 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

12 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

13 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

13 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?

editor by editor
July 24, 2022
in অপৰাধ, ভাৰত
0
কোন সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা ২০ কোটি ধন উদ্ধাৰ? ক’ৰ পৰা লাভ কৰিছিল বিশাল ধনৰাশি?
0
SHARES
22.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী সুন্দৰীৰ যুৱতীৰ বাসগৃহৰ পৰা নগদ ২০ কোটি ধন উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে কিছুদিন পূৰ্বৰ পশ্চিমবংগৰ শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ অতি ঘনিষ্ঠ এগৰাকী সুন্দৰী যুৱতীৰ বাসগৃহৰ পৰা এনফ’ৰ্ছমেণ্ট ডাইৰেক্টৰেটে ২০ কোটি টকা নগদ ধন উদ্ধাৰ কৰিছিল৷ এই সুন্দৰী যুৱতীগৰাকী হৈছে পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ অতি ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জী৷

অৰ্পিতা মুখাৰ্জীৰ বাসগৃহৰ পৰা এই বিশাল ধনৰাশি উদ্ধাৰ কৰাৰ পিছে EDএ পশ্চিমবংগৰ প্ৰতাপী মন্ত্ৰী পাৰ্থ চেটাৰ্জীকো গ্ৰেপ্তাৰ কৰিছে৷ EDএ পশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক স্বামী-স্ত্ৰীৰ বিবাদ নিষ্পতি কৰা বন্ধুৱে ধৰ্ষণ কৰিলে বন্ধু পত্নীক, ইয়াৰ পিছত হ’ল কি?

অৰ্পিতা মুখাৰ্জীৰ ঘৰৰ পৰা জব্দ কৰা বিশাল ধনৰাশি বিদ্যালয় সেৱা আয়োগৰ শিক্ষক নিযুক্তি কেলেংকাৰিৰ সৈতে জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে ইডি-এ।

এই বিশাল ধনৰাশি জব্দ কৰাৰ পিছতে অৰ্পিতা মুখাৰ্জীৰ নাম চৰ্চালৈ আহিছে। জব্দ কৰা নগদ ধন গণনা কৰিবলৈ ইডিৰ বিষয়াসকলে বেংকৰ বিষয়াসকলক মাতিব লগা হৈছিল। এই অভিযানত ইডিয়ে অৰ্পিতা মুখাৰ্জীৰ ঘৰৰ পৰা নগদ ধনৰ সৈতে ২০ টামান মোবাইল জব্দ কৰিছে।

SSC কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত চেটাৰ্জী আছিল পশ্চিমবংগৰ শিক্ষামন্ত্ৰী। শুকুৰবাৰে ইডিয়ে চেটাৰ্জীৰ অতি ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জীৰ ডাইমণ্ড চিটি কমপ্লেক্সত থকা ঘৰত অভিযান চলাই স্তম্ভিত হৈ পৰে। অৰ্পিতা মুখাৰ্জীৰ উপৰিও ইডিয়ে ৰাজ্যিক মন্ত্ৰী পৰেশ চি অধিকাৰী আৰু বিধায়ক মানিক ভট্টাচাৰ্যৰ লগতে আন একাংশ ব্যক্তিকো জেৰা কৰিছে।

লগতে পঢ়ক ভেৰাৰ পোৱালিৰ প্ৰাণৰক্ষা কৰি মৃত্যু কুকুৰাৰ, ১৩ দিনীয়া শোক পালন গৰাকীৰ

উল্লেখ্য যে অৰ্পিতাৰ ঘৰত উদ্ধাৰ হোৱা ২০০০ আৰু ৫০০ টকীয়া নোটৰ ফ’টোৰ পিছত অৰ্পিতাৰ বিষয়ে বাতৰি আৰু তথ্য বিচাৰি ফুৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা চলিছে।

অৰ্পিতা মুখাৰ্জী কোন?

পাৰ্থ চেটাৰ্জীৰ অতি ঘনিষ্ঠ অৰ্পিতা পেছাত এগৰাকী অভিনেত্ৰী আৰু মডেল। তেওঁ ওড়িয়া ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তামিল ছবিতো তেওঁ কাম কৰিছে। বাংলা ছবিৰ ভিতৰত অৰ্পিতাই মামা-ভাঞ্জে, পাৰ্ত্ৰন আদি ছবিত অভিনয় কৰিছে।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বেহালা পশ্চিম মধ্য বিধানসভা সমষ্টিত পাৰ্থ চেটাৰ্জীৰ সৈতে প্ৰচাৰ চলোৱা দেখা গৈছিল। যোৱা কেইবছৰমানৰ পৰা দক্ষিণ কলকাতাৰ এটা বিলাসী ফ্লেটত বসবাস কৰি আহিছে এই অৰ্পিতা মুখাৰ্জীয়ে।

লগতে পঢ়ক আকৌ কি জগৰ লগালে অভিনেতা চলমানে? উপস্থিত হ’ল আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত

ৰাজনৈতিক অনুষ্ঠানটো প্ৰায়ে অৰ্পিতা আৰু পাৰ্থ চেটাৰ্জীক একেলগে দেখা গৈছিল। জানিব পৰা মতে, উজনি কলকাতাৰ এখন জনপ্ৰিয় দুৰ্গা পূজা সমিতিৰ অনুষ্ঠানত দুয়োৰে প্ৰথমবাৰৰ বাবে সাক্ষাৎ হয়।

ইডিৰ বিষয়াসকলে অৰ্পিতাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰাৰ পিছতে ইডিয়ে যোৱা শুকুৰবাৰৰ পৰা পাৰ্থৰ মুখাৰ্জীৰ সৈতে জড়িত মুঠ ১৩ টা সম্পত্তিৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে।

পশ্চিম বংগত সংঘটিত এছ এছ চি কেলেংকাৰিত চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়ত অবৈধ নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। গোচৰটো আদালতলৈ যোৱাৰ পাছত কলিকতা উচ্চ ন্যায়ালয়ে চিবিআইৰ জৰিয়তে এই কেলেংকাৰিৰ তদন্তৰ নিৰ্দেশ দিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arpita Mukherjeeasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBengal minister Partha Chetarjeebest news channel in assamBest news channel of assamBest News Portal in AssamPartha Chetarjeetmc
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

Love Jihad! ভুৱা পৰিচয়েৰে দুই ভগ্নীক যৌন নিৰ্যাতন মুছলমান যুৱকৰ

৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

৭৫ দেশত মাংকি পক্সৰ প্ৰাদুৰ্ভাৱ, সৰ্বাধিক আক্ৰান্ত হৈছে সমকামীকল, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.